অসমীয়া কুইজ 2022/ অসমীয়া GK Quiz in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই Assamese Quiz 2022 ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষী লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ অসমীয়া MCQ কেইটা দি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Assamese Online Mock Test দিবলৈ তলৰ লিংকত ক্লি’ক কৰি আমাক লগ কৰিব পাৰে।
Facebook ৰ বাবে – ইয়াত ক্লিক কৰক!
Instagram ৰ বাবে – ইয়াত ক্লিক কৰক!
Telegram ৰ বাবে – ইয়াত ক্লিক কৰক!
Assamese GK Mock Test in Assamese language / সানমিহলি অসমীয়া কুইজ 2022
Results
#1. তলৰ কোনবিধ খাৰিফ শস্য নহয়?
#2. ভেটিকান চিটি কোনখন দেশত অৱস্থিত?
#3. বুট্টা বোম্মালু কোন খন ৰাজ্যৰ নৃত্য?
#4. কলমাক্সে লিখা গ্রন্থখনৰ নাম কি?
#5. কোনখন দেশক "বজ্ৰপাতৰ দেশ" বুলি কোৱা হয়?
#6. তলৰ কোনবিধ নাৱৰ নাম নহয়?
#7. কুশল কোঁৱৰক কোনটো কাৰাগাৰত ফাঁচী দিয়া হৈছিল?
#8. মগজুৰ কোন ঠাইত বুদ্ধিমত্তা, স্মৃতি আৰু অনুভূতি থাকে?
#9. পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয়?
#10. তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় কোন ঠাইত আছে?
#11. কোষৰ আৱিস্কাৰক কোন?
#12. দূৰত্বৰ এছ আই (SI) একক কি?
#13. বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়?
#14. গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য?
#15. অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল _ ।
#16. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি?
#17. ভাৰতৰ ২৯ তম ৰাজ্যখন নাম কি?
#18. সাধাৰণতে প্রধানমন্ত্রীজন হ’ল __ ।
#19. ৰামচৰিত মানসখন কোনে লিখিছিল?
#20. মীৰাবায়ে তেওঁৰ ভজনবােৰ কোন ভাষাত লিখিছিল?
পৰৱৰ্তী অসমীয়া মকটেষ্ট 👉👇👇👇