Assamese GK Quiz-অসমীয়া কুইজ 2022- সাধাৰণ জ্ঞান কুইজ
নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ ” অসমীয়া কুইজ 2022 – সাধাৰণ জ্ঞান কুইজ – Assamese GK Quiz” ৰ এই তথ্যৰাজিত অসম সাধাৰণ জ্ঞান কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET, Assam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব।

সাধাৰণ জ্ঞানৰ কুইজ 2022- GK MCQ in Assamese language – কুইজ 2022
Assam GK Mock Test in Assamese language – সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ
#1. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল?
#2. অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
#3. অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?
#4. অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
#5. শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত প্ৰধান পুথিখনৰ নাম কি?
#6. অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?
#7. সাহিত্য অকাডেমী বঁটা লাভ কাৰ প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
#8. কোনজন অসমীয়া ‘কৰ্মবীৰ’ নামেৰে জনজাত?
#9. প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন?
#10. অসমৰ প্ৰথম মুখ্যমন্ত্ৰীগৰাকী কোন?
#11. কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয়?
#12. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?
#13. কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত?
#14. কোনজন অসমীয়া ‘দেশভক্ত’ নামেৰে খ্যাত?
#15. প্ৰথম অসমীয়া নাটকখনৰ নাম কি?
#16. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন?
#17. ‘নটসূৰ্য্য’ নামেৰে খ্যাত অসমীয়া ব্যক্তিগৰাকী কোন?
#18. ‘চিৰাজ' নাটকখনৰ নাট্যকাৰজনৰ নাম কি?
#19. অসমীয়া চুটিগল্পৰ জনক কোন?
#20. ‘বিহগী কবি’ হিচাপে কোনজন কবিক জনা যায়?
#21. অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়?
#22. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়ধীশ কোন আছিল?
#23. কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয়?
#24. প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
#25. প্ৰথম অসমীয়া ব্যাকৰণ কোনে লিখিছিল?
#26. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল?
#27. অসমীয়া ভাষা সাহিত্যৰ জনক কোন?
#28. অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ’ নামেৰে কাক জনা যায়?
#29. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে?
#30. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
#31. প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি আছিল?
#32. অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি?
#33. “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন আছিল?
#34. অসমৰ প্ৰথম চনেট কবি কোন?
#35. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল?
লগতে চাওঁক
GK in Assamese language PDF / GK in Assamese language (PDF)