নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত অসমৰ ইতিহাসৰ কুইজসমূহ আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

1. কোচ ৰাজ্য কিমান চনত গঠন হৈছিল?

 
 
 
 

2. শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল?

 
 
 
 

3. আহোম ৰাজ্যৰ প্ৰতিষ্ঠাক কোন আছিল?

 
 
 
 

4. ৰত্নধ্বজ সিংহৰ প্ৰকৃত নাম কি?

 
 
 
 

5. বৰপেটা সত্ৰ কোনে নিৰ্মাণ কৰিছিল?

 
 
 
 

6. কনকলতা বৰুৱাৰ ক’ত মৃত্যু হৈছিল?