তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

মানসকলে প্ৰথম অসম আমন্ত্ৰণ কেতিয়া কৰিছিল?

 
 
 
 

খামতি সকল পূৰ্বতে __ দেশৰ অধিবাসী আছিল।

 
 
 
 

অসমীয়া ভাষাক কোনে পোন প্ৰথমে সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিছিল?

 
 
 
 

অসমৰ পুৰণি নাম কি আছিল?

 
 
 
 

আহোম সকলৰ তলৰ কোনটো ধৰ্মীয় উৎসৱ নহয়?

 
 
 
 

হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?

 
 
 
 

মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

 
 
 
 

নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল?

 
 
 
 

আহোম সকলৰ প্ৰথম ৰাজধানী ক’ত আছিল?

 
 
 
 

আহোম সকলৰ শেষ ৰজাজনৰ নাম কি?

 
 
 
 

মহাত্মা গান্ধী অসমৰলৈ প্ৰথমে কেতিয়া আহিছিল?

 
 
 
 

বৰ্মন ৰাজ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল?

 
 
 
 

শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?

 
 
 
 

কাৰেংঘৰ কোনে সজাইছিল?

 
 
 
 

কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

 
 
 
 

প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল?

 
 
 
 

চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি আছিল?

 
 
 
 

কাৰ ৰাজত্ব কালক অসম বুৰঞ্জীত ‘সোণালী যুগ’ বুলি কোৱা হয়?

 
 
 
 

পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল?

 
 
 
 

শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

 
 
 
 

মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল?

ক) ১৮৪২ চনৰ ২৬ ফেব্ৰুৱাৰী

খ) ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী

গ) ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰী

ঘ) ১৮৮৫ চনৰ ২৮ ফেব্ৰুৱাৰী

আমাৰ ফেচবুক পেজ:- ইয়াত ক্লিক কৰক

আমাৰ টেলিগ্ৰাম চেনেল:- ইয়াত ক্লিক কৰক