সাহিত্য অকাডেমি বঁটা ২০২১ – ভাষা, গ্ৰন্থ, সাহিত্যিকৰ তালিকা 

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “সাহিত্য অকাডেমি বঁটা ২০২১” ৰ এই তথ্যৰাজিত অৰ্থাৎ আমাৰ সাহিত্য অকাডেমি বঁটা ২০২১ ৰ তালিকা খনত কিছু নজনা কথা জানিবলৈ পাব। আশা কৰোঁ আমাৰ এই তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব। 

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক
 

২০২১ ৰ সাহিত্য অকাডেমি বঁটা লাভ কৰা ব্যক্তিসকল নাম, গ্ৰন্থ আৰু ভাষাসমূহ

সাহিত্য অকাডেমি বঁটা ২০২১ - ভাষা, গ্ৰন্থ, সাহিত্যিকৰ তালিকা 

সাহিত্য অকাডেমি বঁটা 2021 ৰ সাহিত্যিক সকলৰ নামৰ তালিকা

ভাষা গ্ৰন্থসমূহৰ নাম সাহিত্যিকৰ নাম
অসমীয়া ইয়াত এখন অৰণ্য আছিল (উপন্যাস) অনুৰাধা শৰ্মা পূজাৰী
বাংলা মিটজাফাৰ অ অনন্যা নাটালে (নাটক) ব্ৰত্য বসু
বড়ো খোৰা চায়াও আৰৱ হিমালে (কবিতা) মৱাদই গাহাই
ডোগৰী নামমে টানেল (চুটি গল্প) ৰাজ ৰাহি
ইংৰাজী থিংছ টু লিভ বিহাইণ্ড (উপন্যাস) নমিতা গোখলে
হিন্দী সম্ৰাট অশোক (নাটক) দয়া প্ৰকাশ সিনহা
কানাড়া গান্ধী কথানা (জীৱনী) ডি.এছ. নাগভূষণ
কাশ্মীৰী তাৱাজুন (সমালোচনা) ৱালি মহম্মদ আচিৰ কাশতাৱাৰী
কোঙ্কণী ৰক্তচন্দন (কবিতা) সঞ্জীৱ ভেৰেঙ্কাৰ
মালায়ালম হৃদয়ৰগঙ্গাল (আত্মজীৱনী) জৰ্জ ওনাককুৰ
মাৰাঠী বালুচ্য অৱস্থানতৰাচী ডায়েৰী (চুটি গল্প) কিৰণ গুৰাভ
নেপালী ঊষা অনিৰুদ্ধ (মহাকাব্য কবিতা) ছবিলাল উপাধ্যায
ওড়িয়া সৰিজাইথিবা আপেৰা (কবিতা) হৰুষীকেশ মল্লিক
পাঞ্জাৱী চুলান দা চালন (চুটি গল্প) খালিদ হুছেইন
ৰাজস্থানী মুগী (কবিতা) মিথেশ নিৰ্মোহী
সংস্কৃত শ্ৰীজাতি শংখনাদম কিল (কবিতা) বিন্দেশ্বৰীপ্ৰসাদ মিশ্ৰ ‘বিনয়’
সান্তালি মানে ৰেনা আৰহাং (চুটি গল্প) নিৰঞ্জন হাঞ্চদা
সিন্ধি নেনা নিন্দখৰা (কবিতা) অৰ্জুন চাওলা
তামিল চিভাপ্পুক কাজুট্টু তান অৰু পাক্কাইপ পাৰাভাই (চুটি গল্প) আম্বাই
তেলেগু বল্লংকিতালম (কবিতা) গোৰাটি ভেংকান্না

লগতে পঢ়ক –