Online Prize Money Quiz Competition in Assam

অসমীয়া কুইজ প্ৰতিযোগিতা ২০২১ – Assam Quiz Competition 2021
অনলাইন অসমীয়া কুইজ প্ৰতিযোগিতা, ২০২১ (Assamese Quiz Competition,2021) 1ST ALL ASSAM ONLINE QUIZ COMPETITION 2021
সকলো ব্যক্তিৰ লগতে বিদ্যাৰ্থী সকলেও (1ST ALL ASSAM ONLINE QUIZ COMPETITION 2021) অনলাইন কুইজ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰাৰ সুযোগ গ্ৰহণ কৰক। ইয়াৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে। এই কুইজ প্ৰতিযোগিতা খনি Assamesegk.com দলৰ হৈ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ অসমীয়া ভাষাত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে। আশা কৰোঁ আপোনালোক সকলোৱে অংশ গ্ৰহণ কৰি আমাক অনাগত দিনত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰি যাবৰ বাবে উৎসাহ আৰু সাসহ দিব। কুইজ প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰা নিয়মাৱলীসমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে।
*কুইজ প্ৰতিযোগিতাৰ প্ৰক্ৰিয়াসমূহ*
• মুুঠ প্ৰশ্ন সংখ্যা ৩০ টা।
• মুঠ নম্বৰ ৩০।
• অংশগ্ৰহনৰ মাছুল মাত্ৰ ১০ টকা।
• অসমৰ ইতিহাস, ভূগোল, সাধাৰণ জ্ঞান, সাম্প্ৰতিক সাধাৰণ জ্ঞান আৰু বিজ্ঞানৰ ওপৰত প্ৰশ্নসমূহ অসমীয়া মাধ্যমত দিয়া হ’ব।
• প্ৰতিযোগিতাখন ১৯ ছেপ্তেম্বৰ পৰা ২০ ছেপ্তেম্বৰলৈকে অনুষ্ঠিত কৰা হ’ব।
• প্ৰশ্নসমূহ অসম আৰক্ষী লগতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া প্ৰশ্নোত্তৰসমূহৰ ওপৰত ভিত্তি কৰি প্ৰচাৰ কৰা হ’ব।
• প্ৰশ্নসমূহ বহু বিকল্পীয় হ’ব।
*কুইজ প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ*
• প্ৰতিটো প্ৰশ্নসমূহৰ বাবে চাৰিটাকৈ বিকল্পীয় দিয়া থাকিব।
• আপুনি পঞ্জীয়ন কৰা Email ID ৰ যোগেদিয়ে কুইজ প্ৰতিযোগিতা খনিত অংশগ্ৰহন কৰিব পাৰিব আৰু লগতে সেই একেটা Email ID জৰিয়তে পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।
• যদিহে আপোনালোকে পঞ্জীয়ন কৰা Email ID ব্যৱহাৰ নকৰে তেনেহ’লে বিজয়ী হলেও বিজয়ী তালিকাত ঘোষণা কৰা নহ’ব।
• ফলাফল ঘোষণা কৰা ২ দিনৰ পিছত পুৰস্কাৰ সমূহ প্ৰদান কৰা হব।
• পুৰস্কাৰসমূহ Net Banking, Google pay আৰু UPI ৰ যোগেদি প্ৰদান কৰা হ’ব।
• প্ৰথম ১০ গৰাকী বিজয়ীসকলে Email ID জৰিয়তে Passport আকাৰৰ একপি ফটো পঠাব লাগিব।
• ইচ্ছুক ব্যক্তিসকলে অধিক জানিবলৈ তলত দিয়া নম্বৰসমূহত যোগাযোগ কৰিব পাৰে।
• সবিশেষৰ বাবে আমাক Phone / WhatsApp নাইবা Mail কৰিব পাৰে।
ফোন:- 9954843155 / 8011937466
মেইল:- [email protected]