24 February 2022 Current Affairs in Assamese – GK in Assamese language 2022

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “24 February 2022 Current Affairs in Assamese” ৰ এই তথ্যৰাজিৰ UPSC, APSC, SSC, Assam Police, TET সাধাৰণ জ্ঞান আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজ ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

24 February 2022 Current Affairs in Assamese

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

24 February 2022 Current Affairs in Assamese

24 February 2022 Current Affairs in Assamese  – অসমীয়া সাধাৰণ জ্ঞান ২০২২

প্ৰশ্ন ১। শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমৰ কোনটো অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হৈছিল?

উত্তৰ:- শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশৰ বিশাখাপত্তনমৰ দ্বাদশ ৰাষ্ট্ৰপতিৰ ফ্লীট ৰিভিউ অনুষ্ঠানটোত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক গাৰ্ড অফ অনাৰ প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ২। কাক নতুনকৈ অৰ্থনৈতিক উন্নয়ন প্ৰতিষ্ঠানৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- সচেতন ঘাটিক নতুনকৈ অৰ্থনৈতিক উন্নয়ন প্ৰতিষ্ঠানৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৩। দাদাচাহেব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ ত কাক শ্ৰেষ্ঠ অভিনেতা প্ৰদান কৰা হৈছিল?

উত্তৰ:- দাদাচাহেব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ ত ৰণবীৰ সিংক শ্ৰেষ্ঠ অভিনেতা প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ৪। দাদাচাহেব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ ত কাক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ:- দাদাচাহেব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ ত কৃতি চাননক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ৫। দাদাচাহেব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ ত কাক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ:- দাদাচাহেব আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২ ত “শ্বেৰ শ্বাহ” ক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা প্ৰদান কৰা হৈছিল।

প্ৰশ্ন ৬। শেহতীয়াকৈ জে পি মৰ্গান বেংক কোনটোত প্ৰৱেশ কৰা প্ৰথম বেংক হৈ পৰিছে?

উত্তৰ:- শেহতীয়াকৈ জে পি মৰ্গান বেংক মেটাভাৰ্চত প্ৰৱেশ কৰা প্ৰথম বেংক হৈ পৰিছে।

24 February 2022 Current Affairs in Assamese

প্ৰশ্ন ৭। বৰ্তমান অন্ধ্ৰ প্ৰদেশ পিপলছ চাৰ্ভিচ কমিছনৰ নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- বৰ্তমান অন্ধ্ৰ প্ৰদেশ পিপলছ চাৰ্ভিচ কমিছনৰ নতুন অধ্যক্ষ হিচাপে গৌতম চানৱাগক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৮। ২১ ফেব্ৰুৱাৰী দিনটোত কি দিৱস হিচাপে উদযাপন কৰা হয়?

উত্তৰ:- ২১ ফেব্ৰুৱাৰী দিনটোত আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে উদযাপন কৰা হয়।

প্ৰশ্ন ৯। Delhi Teachers’ University ৰ প্ৰথম উপাচাৰ্য হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- Delhi Teachers’ University ৰ প্ৰথম উপাচাৰ্য হিচাপে অধ্যাপক ধনঞ্জয় সিংক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ১০। তৎকাল টিকটৰ বাবে আইআৰচিটিচিয়ে মুকলি কৰা এপটোৰ নাম কি?

উত্তৰ:- তৎকাল টিকটৰ বাবে আইআৰচিটিচিয়ে মুকলি কৰা এপটোৰ নাম হ’ল Confirmed Ticket App।

লগতে পঢ়ক – Assam GK PDF in Assamese language SET – 1

30 Important Assam Police Ab Ub GK Mock Test  Assamese PDF