Assamese Current Affairs 2021Assam Current Affairs 2021Today Current Affairs in Assamese languageঅসমীয়া সাধাৰণ জ্ঞান ২০২১অসমীয়া সাধাৰণ জ্ঞানঅসমীয়া সাধাৰণ জ্ঞান 2021Assam GK in Assamese languageGK in Assam 2021Assamese GK 2021Assam Quiz 2021 in Assamese languageAssam GK Quiz in Assamese languageAssamese QuizAssamese Quiz 2021Assamese GK Quiz 2021সাধাৰণ জ্ঞান ২০২১সাধাৰণ জ্ঞানসাধাৰণ জ্ঞান কুইজ অসমীয়া কুইজ ২০২১অসমীয়া কুইজঅসম আৰক্ষী পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰAssam Police GK WebsiteAssam Police GK QuizAssam Police GK in Assamese language Assam Police GK Quiz in Assamese languageAssam Police QuizAssam Police Quiz in Assamese language অসম কুইজ ২০২১Current Affairs MCQ in Assamese languageCurrent Affairs in Assamese language

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

অসমৰ কোনটো মন্দিৰক খাজোৰাহু বুলি কোৱা হয়?

 
 
 
 

শেহতীয়াকৈ কোনখন মহানগৰত ভাৰতৰ ভিতৰতে দীৰ্ঘতম ৰ’পৱে উদ্ধোধন কৰা হৈছিল যিয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগ কৰিছে?

 
 
 
 

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মনীশী উপৱন’ৰ উন্নোচন কোনে কৰিছিল?

 
 
 
 

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰে অসমৰ কাৰণে উৰ্ছগা কৰা ২৪x৭ চেনেলটোৰ নাম কি?

 
 
 
 

অসমৰ প্ৰথম শিশু বাতৰি কাকতখনৰ নাম কি?

 
 
 
 

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ কোনখন জিলাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্ধোধন কৰিছিল?

 
 
 
 

বৰ্তমান অসম বিধান সভাৰ অধ্যক্ষ কোন?

 
 
 
 

২০২০ চনৰ ‘নটসূৰ্য ফণী শৰ্মা বঁটা’ লাভ কৰা ব্যক্তিজন কোন?

 
 
 
 

অসমৰ কোনগৰাকী ব্যক্তিক মেক্সিকোৰে ১০ বছৰৰ বাবে বৃক্ষ ৰোপণ কাৰ্যসূচীৰ বাবে নিমন্ত্ৰণ জনাইছে?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

 
 
 
 

অলিম্পিকত যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম মহিলা বক্সা গৰাকীৰ নাম কি?

 
 
 
 

‘অৰণ্য মানৱ’ বুলি কাক কোৱা হয়?

 
 
 
 

সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যু কেতিয়া হৈছিল?

 
 
 
 

‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ ৰ অধীনত অসম কোনখন ৰাজ্যৰ লগত যোগ হৈছে?

 
 
 
 

শেহতীয়াকৈ ভূপেন হাজৰিকা সমন্বয় বঁটা কোনে লাভ কৰিছিল?

 
 
 
 

অৰ্জুন বঁটা লাভ কৰা অসমৰ পঞ্চম গৰাকী খেলুৱৈ কোন?

 
 
 
 

অসম চৰকাৰে শেহতীয়াকৈ অসমত কিমান বছৰৰ মূৰে মূৰে অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী সন্মান দিয়াৰ কথা ঘোষণা কৰিছে?

 
 
 
 

ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম শিশু বাতৰি কাকত প্ৰচাৰ হৈছিল?

 
 
 
 

অসমৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰীৰ নাম কি?

 
 
 
 

অসমৰ কোনখন নগৰক ‘Swachh Survekshan 2020’ বঁটা প্ৰদান কৰা হৈছিল?