Assam Gk in Assamese language 2021

- Assamese Gk in Assamese language 2021 – Assamese language in Assam Gk – Most Important assam gk
যদি আপোনালোকে আমাৰ প্ৰশ্ন উত্তৰসমূহ ভাল পায় কমেণ্ট কৰি নিশ্চয় জনাব। যদি আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ বিচাৰে তেন্তে telegram আৰু You Tube Chanel ত join হব পাৰে। Assam Gk in Assamese language 2021
Join হোৱা ling টো তলত দিয়া আছে তাত গৈ join কৰি লব পাৰে।
Assam Gk in Assamese language 2021
ধন্যবাদ, জয় আই অসম 🇮🇳🇮🇳
প্ৰশ্ন:১ NECৰ মূখ্য কাৰ্য্যালয় আছে:
(a)কোহিমাত
(b)ইটানগৰত
(c)গুৱাহাটীত
(d)শ্বিলঙত
উত্তৰ: (d)শ্বিলঙত
প্ৰশ্ন:২ চিল্কা হ্ৰদ আছে?
(a)ভূপাল
(b)গোৱালিয়ৰ
(c)উৰিষ্যা
(d)পঞ্জাৱ
উত্তৰ: (c)উৰিষ্যা
প্ৰশ্ন:৩ প্ৰশ্ন:- অসম চাহ নিগম (Assam tea corporation) কেতিয়া গঠন কৰা হয়?
A)১৯৭১ চনত
B)১৯৭৩ চনত
C)১৯৭০ চনত
D) ১৯৭৪ চনত
উত্তৰ: C)১৯৭০ চনত
প্ৰশ্ন:৪ প্রশ্ন:- তলত দিয়া কোনজোপা গছত ফুল নোহোৱাকৈ ফল লাগে?
(a) গমাৰি
(b) নাহৰ
(c) সোণাৰু
(d) ডিমৰু
উত্তৰ: (d) ডিমৰু
প্ৰশ্ন:৫ NEDFC ৰ মুখ্য কাৰ্য্যালয় আছে:
(a)গুৱাহাটীত
(b)শ্বিলঙত
(C)কোহিমাত
(d)আইজলত
প্ৰশ্ন:৬ সোমনাথ মন্দিৰ কত অৱস্থিত?
(a) গুজৰাট
(b) মুম্বাই
(c) দিল্লী
(d) উৰিষ্যা
উত্তৰ: (a) গুজৰাট
প্ৰশ্ন:৭ লাভলীনা বৰগোহাঁইক কিমান চনত ভাৰত চৰকাৰে অৰ্জুন বঁটা প্ৰদান কৰিছিল?
(a)২০১৯
(b) ২০২০
(c) ২০২১
(d) ২০১৬
উত্তৰ: (b) ২০২০
প্ৰশ্ন:৮ ভাৰতীয় ঐতিহ্য প্ৰতিষ্ঠান কোনখন চহৰত স্থাপন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ?
[a] বাৰাণসী
[b] আহমেদাবাদ
[c] নয়ডা
[d] গান্ধী নগৰ
উত্তৰ: [c] নয়ডা
প্ৰশ্ন:৯ ভাৰত চৰকাৰে কোন বেঙ্কৰ সৈতে গ্ৰীণ নেচনেল হাইৱে কৰিডৰ (GNHCP) বিকশিত কৰিবলৈ ঋণ চুক্তি স্বাক্ষৰ কৰিছে ?Assam Gk in Assamese language 2021
[A] IMF
[B] World Bank
[C] AIIB
[D] ADB
উত্তৰ: [B] World Bank
প্ৰশ্ন: ১০ বেংক অফ মহাৰাষ্ট্ৰ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
(A) 1935
(B) 1982
(C) 1983
(D) 1984
উত্তৰ: (A) 1935
প্ৰশ্ন:১১ সেউজ ঘাইপথ নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল ?
(A) 2014
(B) 2015
(C) 2016
(D) 2017
উত্তৰ: (B) 2015
Read more about world assamese GK
প্ৰশ্ন:১২ নিম্নলিখিত কোনটোৱে ৰাষ্ট্ৰীয় লজিষ্টিক এক্সেলেন্স এৱাৰ্ড আৰম্ভ কৰিছে ?
(A) কৰ্ণাটক চৰকাৰ
(B) কেৰালা চৰকাৰ
(C) কেন্দ্ৰীয় চৰকাৰ
(D) অসম চৰকাৰ
উত্তৰ: (C) কেন্দ্ৰীয় চৰকাৰ
প্ৰশ্ন:১৩ শেহতীয়াকৈ আৰম্ভ কৰা ৰাষ্ট্ৰীয় লজিষ্টিক এক্সেলেন্স এৱাৰ্ডৰ সৈতে কোন মন্ত্ৰালয় জড়িত ? Assam Gk in Assamese language 2021
[a] MSME মন্ত্ৰালয়
[b] বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
[c] পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়
[d] শক্তি মন্ত্ৰালয়
উত্তৰ: [b] বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
প্ৰশ্ন:১৪ E-100 পাইলট প্ৰকল্প কেতিয়া আৰম্ভ কৰা হৈছিল ?
(A) Jul 5
(B) Jun 5
(C) Mar 8
(D) Jan 1
উত্তৰ: (B) Jun 5
প্ৰশ্ন:১৫ ইথানল ব্লেণ্ডেড পেট্ৰ’ল কাৰ্য্যসূচী কেতিয়া আৰম্ভ কৰা হৈছিল ?
(A) 2001
(B) 2002
(C) 2003
(D) 2004
উত্তৰ: (C) 2003
প্ৰশ্ন:১৬ শেহতীয়াকৈ পশুপালন আৰু দুগ্ধ পালন বিভাগে (DAHD) স্থাপন কৰা DIA-ৰ সম্পূৰ্ণ প্ৰকাৰ কি ? Assam Gk in Assamese language 2021
[A] Dairy Integrated Animal Husbandry
[B] Dairy Investment Accelerator
[C] Department of Investment in Animal Husbandry
[D] Development Institution for Animal Husbandry
উত্তৰ: [B] Dairy Investment Accelerator
প্ৰশ্ন:১৭ দেশৰ আটাইতকৈ প্ৰতিশ্ৰুতিপূৰ্ণ ষ্টাৰ্ট-আপৰ বাবে অনলাইন আৱিষ্কাৰ প্লেটফৰ্মটোৰ নাম কি ? Assam Gk in Assamese language 2021
[A] Start-up India Showcase
[B] Startup India Discovery
[C] Start-up India Finder
[D] Start-up India Lens
উত্তৰ: [A] Start-up India Showcase
প্ৰশ্ন:১৮ Q.Which state was separated from Assam in 1963?
প্ৰশ্ন:1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল?
A.Arunachal Pradesh
B.Mizoram
C.Tripura
D.Nagaland
উত্তৰ: D.Nagaland
প্ৰশ্ন:১৯ অসমত পৌৰ নিগম থকা নগৰ কেইখন ?
ক) এখন
খ) দুখন
গ) তিনিখন
ঘ) চাৰিখন
উত্তৰ: ঘ) চাৰিখন
প্ৰশ্ন:২০ অসমৰ ৰাজধানী শ্বিলং ত কেতিয়া পতা হয়?
(a) ১৯৬২
(b) ১৯৭৪
(c) ১৮৭৪
(d) ১৮৬২
উত্তৰ: (c) ১৮৭৪
Assam Gk in Assamese language 2021
You Tube ling: https://youtu.be/Z8PsCHLMsiQ
Telegram ling: https://t.me/assamese_gk