Assam GK in Assamese languageঅসমৰ সাধাৰণ জ্ঞান ২০২১

  তলৰ অসমৰ সাধাৰণ জ্ঞান কুইজ সমূহ আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এই সাম্প্ৰতিক বিষয়বোৰে দৈনিক বিশ্লেষণ আৰু সম্পৰ্কিত ভাৰত, বিশ্ব, প্ৰযুক্তি আৰু সকলো চৰকাৰী বাতৰি প্ৰস্তুত কৰে। নিতৌ এনেধৰণৰ কুইজ পাই থাকিবলৈ তলত দিয়া আমাৰ Telegram Channel ত আজিয়েই যোগ হৈ লওঁক।

Assam GK in Assamese language - অসমৰ সাধাৰণ জ্ঞান

Assam GK in Assamese languageঅসম কুইজ

প্ৰশ্ন ১। ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:- ১৮৬১ চনত।

প্ৰশ্ন ২। কিমান চনত ড° ভূপেন হাজৰিকাক দাদাচাহেব ফালকে বঁটাৰে পুৰস্কৃত কৰা হৈছিল?
উত্তৰ:- ১৯৯২ চনত।

প্ৰশ্ন ৩। অসমৰ পৰা কোনে বিখ্যাত দাণ্ডি যুদ্ধত যোগদান কৰিছিল?
উত্তৰ:- লীলাধৰ বৰুৱা।

প্ৰশ্ন ৪। ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৫ আগষ্ট, ১৯৮৫ চনত।

প্ৰশ্ন ৯৬। আলি-আই-লিগাং হৈছে এক কৃষি-আধাৰিত উৎসৱ। এই উৎসৱ কোন জনজাতি সকলে উদযাপন কৰে?
উত্তৰ:- মিচিং জনজাতি সকলে।

প্ৰশ্ন ৬। “মি-ডাম-মে-ফি” উৎসৱ কোন তাৰিখে উদযাপন কৰা হয়?
উত্তৰ:- ৩১ জানুৱাৰী।

প্ৰশ্ন ৭। অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ:- ১ অক্টো‍ৱৰ।

প্ৰশ্ন ৮। অসমৰ কোনখন জিলাক প্ৰথম ধপাত মুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে?
উত্তৰ:- যোৰহাট জিলাক।

প্ৰশ্ন ৯। বড়ো সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯৫২ চনত।

প্ৰশ্ন ১০। “শকুন্তলা” নামৰ চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল?
উত্তৰ:- ড° ভূপেন হাজৰিকা।

প্ৰশ্ন ১১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয় খন চলচ্চিত্ৰৰ নাম কি আছিল? Assam GK in Assamese language
উত্তৰ:- ইন্দ্ৰমালাটি।

প্ৰশ্ন ১২। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?
উত্তৰ:- ৰঙা পুলিচ।

প্ৰশ্ন ১৩। জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ:- অপৰূপা।

প্ৰশ্ন ১৪। প্ৰাচীন কালত অসমক কি নামেৰেও জনা গৈছিল?
উত্তৰ:- প্ৰাগজ্যোতিষপুৰ।

প্ৰশ্ন ১৫। কোন পাহাৰৰ শীৰ্ষত কামাখ্যা মন্দিৰ অৱস্থিত?
উত্তৰ:- নীলাচল পাহাৰ।

প্ৰশ্ন ১৬। কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ স্থানান্তৰিত কৰা হৈছিল?
উত্তৰ:- ১৯৭৩ চনত।

প্ৰশ্ন ১৭। কোন চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯১৭ চনত।

প্ৰশ্ন ১৮। অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- শিৱসাগৰত।

প্ৰশ্ন ১৯। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।

প্ৰশ্ন ২০। সাহিত্য একাডেমিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থ খনৰ নাম কি?
উত্তৰ:- বনফুল।

প্ৰশ্ন ২১। অসমৰ কলাগুৰু বুলি কাক কোৱা হয়?
উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা।

প্ৰশ্ন ২২। অসমত প্ৰথমটো চিনেমা ষ্টুডিঅ’ৰ নাম কি?
উত্তৰ:- জ্যোতি চিত্ৰবন।

প্ৰশ্ন ২৩। অসমৰ উপন্যাসৰ সম্ৰাট বুলি কাক কোৱা হয়?
উত্তৰ:- ৰজনীকান্ত বৰদলৈ।

প্ৰশ্ন ২৪। অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ:- বসন্ত দাস।

প্ৰশ্ন ২৫। অসম সহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন আছিল?
উত্তৰ:- নলিনীবালা দেৱী।

• World GK Quiz in Assamese language – বিশ্ব কুইজ

• আমাৰ Telegram Channel:- Click Here