Assam GK Quiz in Assamese languageAssam GK MCQ 2021

Assam GK Quiz in Assamese language

Assam GK Quiz in Assamese language

 

প্ৰশ্ন ১। প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল?
ক) ৰঙিয়া
খ) গুৱাহাটী
গ) প্ৰাগজ্যোতিষপুৰ
ঘ) চৰাইদেউ

উত্তৰ:- গ) প্ৰাগজ্যোতিষপুৰ

প্ৰশ্ন ২। কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত?
ক) নীলাচল পাহাৰ
খ) চিত্ৰচল পাহাৰ
গ) সন্ধ্যাচল পাহাৰ
ঘ) যোগিনী পাহাৰ

উত্তৰ:- ক) নীলাচল পাহাৰ

প্ৰশ্ন ৩। কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিচপুৰলৈ উঠাই অনা হৈছিল?
ক) ১৯৪৭ চনত
খ) ১৯৫২ চনত
গ) ১৯৬৮ চনত
ঘ) ১৯৭৩ চনত

উত্তৰ:- ঘ) ১৯৭৩ চনত

প্ৰশ্ন ৩। অসম সাহিত্য সভা কোন চনত গঠন হৈছিল?
ক) ১৯০৩ চনত
খ) ১৯১১ চনত
গ) ১৯১৭ চনত
ঘ) ১৯২২ চনত

উত্তৰ:- গ) ১৯১৭ চনত

প্ৰশ্ন ৫। প্ৰথম অসম সাহিত্য সভা সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?
ক) কামৰূপ
খ) লক্ষিমপুৰ
গ) শিৱসাগৰ
ঘ) লিডু

উত্তৰ:- গ) শিৱসাগৰ

প্ৰশ্ন ৬। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম কি?
ক) লক্ষ্মীনাথ বেজবাৰোয়া
খ) পদ্মনাথ গোহাঁঞিবৰুৱা
গ) হেমচন্দ্ৰ গোস্বামী
ঘ) ৰজনীকান্ত বৰদলৈ

উত্তৰ:- খ) পদ্মনাথ গোহাঁঞিবৰুৱা

প্ৰশ্ন ৭। বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন?
ক) ৪ খন
খ) ৫ খন
গ) ৬ খন
ঘ) ৭ খন

উত্তৰ: গ) ৭ খন

প্ৰশ্ন ৮। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন?
ক) ৩ খন
খ) ৪ খন
গ) ৫ খন
ঘ) ৭ খন

উত্তৰ:- গ) ৫ খন

প্ৰশ্ন ৯। নৰনাৰায়ণ সেতুয়ে পঞ্চৰত্নক কোন চহৰৰ সৈতে সংযোগ কৰিছে?
ক) কালিবৰ
খ) বৰপেটা
গ) বঙাইগাঁও
ঘ) জোগীঘোপা

উত্তৰ:- ঘ) জোগীঘোপা

প্ৰশ্ন ১০। প্ৰথম অসমৰ মুখ্যমন্ত্ৰী কোন আছিল?
ক) বিষ্ণুৰাম মেধি
খ) তৰুণ ৰাম ফুকন
গ) গোপীনাথ বৰদলৈ
ঘ) ওপৰৰ কোনোটো নহয়

উত্তৰ:- গ) গোপীনাথ বৰদলৈ

প্ৰশ্ন ১১। শ্ৰীমন্ত শংকৰদেৱ কোন চনত জন্ম হৈছিল?
ক) ১৩৫২ চনত
খ) ১৪৩২ চনত
গ) ১৪৪৯ চনত
ঘ) ১৪৬৫ চনত

উত্তৰ:- গ) ১৪৪৯ চনত

প্ৰশ্ন ১২। জয়মতী কথাছবি খনে কিমান চনত মুক্তি পাইছিল?
ক) ১৯২২ চনত
খ) ১৯৩৫ চনত
গ) ১৯৩৮ চনত
ঘ) ১৯৪২ চনত

উত্তৰ:- খ) ১৯৩৫ চনত

প্ৰশ্ন ১৩। অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়?
ক) ২৬ জানুৱাৰী
খ) ১২ আগষ্ট
গ) ৩০ আগষ্ট
ঘ) ৩ ছেপ্টেম্বৰ

উত্তৰ:- ঘ) ৩ ছেপ্টেম্বৰ

প্ৰশ্ন ১৪। কিমান চনত অৰ্জুন ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদ লাভ কৰিছিল?ক) ১৯৬২ চনত
খ) ১৯৬৬ চনত
গ) ১৯৭৮ চনত
ঘ) ১৯৭২ চনত

উত্তৰ:- খ) ১৯৬৬ চনত

প্ৰশ্ন ১৫। আহোমসকলৰ শেষ ৰজাজনৰ নাম কি আছিল?
ক) লাচিত বৰফুকন
খ) ৰাজেশ্বৰ সিংহ
গ) পুৰন্দৰ সিংহ
ঘ) প্ৰমত্ত সিংহ

উত্তৰ:- গ) পুৰন্দৰ সিংহ

• World GK Quiz in Assamese language

• নতুন নতুন কুইজসমূহ পাই থাকিবলৈ আমাৰ Telegram Channel ৰ সৈতে এতিয়াই সংযোগ কৰক:- Click Here