Assam History and Geography Assam Police Quiz 2021Assam Police GK Questions

Assam History and Geography Assam Police Quiz

Assam Police Quiz 2021 Assam Police GK QuestionsAssam Police Constable Question Paper 2021Assam Police Important QuestionAssam Police Question Paper 2021Assam Police Constable Mock TestAssam Police Important GK 2021Assam Police MCQ 2021Assam Police GK 2021 in Assamese languageAssam Police Quiz 2021

অসম পুলিচ প্ৰশ্নঅসম আৰক্ষী প্ৰশ্নঅসম পুলিচৰ প্ৰশ্নোত্তৰঅসম পুলিচৰ প্ৰয়োজনী প্ৰশ্ন আৰু উত্তৰ 

প্ৰশ্ন ১। কিমান ‌চনত‌ কলকাতাৰ পৰা ব্ৰক্ষ্মপুত্ৰ ই দি ব্ৰক্ষ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়?
ক) ১৮৪৯ চনত
খ) ১৯০০ চনত
গ) ১৮৫০ চনত
ঘ) ১৮২৬ চনত

উত্তৰ:- ক) ১৮৪৯ চনত

প্ৰশ্ন ২। অসমৰ ভিতৰতে ৰ্দীঘতম ৰে’লপথৰ‌ সুৰংগ ক’ত আছে?
ক) বাগাত
খ) মাহুৰত
গ) হাফলংত
ঘ) মাইবংত

উত্তৰ:- খ) মাহুৰত

প্ৰশ্ন ৩। অসম ভূমি একত্ৰিকৰণ আইন কিমান ‌চনত‌ গ্ৰহণ কৰা হৈছিল?
ক) ১৯৫০ চনত
খ) ১৯৩০ চনত
গ) ১৯৬০ চনত
ঘ) ১৯৪০ চনত

উত্তৰ:- গ) ১৯৬০ চনত

প্ৰশ্ন ৪। ‘BRPL’ ক IOC ৰ লগত একত্ৰিকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল?
ক) ২০০১ চনত
খ) ২০০৩ চনত
গ) ২০০৪ চনত
ঘ) ২০০৫ চনত

উত্তৰ:- ক) ২০০১ চনত

প্ৰশ্ন ৫। ‘অসম উদ্যোগিক উন্নয়ন নিগম’ (AIDC) কিমান ‌চনত‌ স্থাপন কৰা হৈছিল?
ক) ১৯৬০ চনত
খ) ১৯৬৫ চনত
গ) ১৯৬৬ চনত
ঘ) ১৯৭০ চনত

উত্তৰ:- গ) ১৯৬৫ চনত

প্ৰশ্ন ৬। কলিকতাৰ পৰা ঢাকা হৈ শিলচৰ লৈ প্ৰথম ৰে’ল কেতিয়াৰ পৰা চলিছিল?
ক) ১৮৫০ চনত
খ) ১৯২০ চনত
গ) ১৯০১ চনত
ঘ) ১৯২৬ চনত

উত্তৰ:- ক) ১৮৫০ চনত

প্ৰশ্ন ৭। ‘লালা’ বৰাক উপত্যকাৰ কি হয় ?
ক) বিমানবন্দৰ
খ) ৰে’ল জংচন
গ) পাহাৰ
ঘ) জলপ্ৰপাত

উত্তৰ:- খ) ৰে’ল জংচন

প্ৰশ্ন ৮। অসমৰ সৰ্বোচ্চ শৃংগ টোৰ নাম কি?
ক) সিংহাসন
খ) কাউকাহা
গ) লাইকেই
ঘ) দাম্বুকছো

উত্তৰ:- গ) লাইকেই

প্ৰশ্ন ৯। ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰ খনৰ নাম কি?
ক) নগা পাহাৰ
খ) সূৰ্য্য পাহাৰ
গ) সিংহাসন পাহাৰ
ঘ) বৰলাই পাহাৰ

উত্তৰ:- ঘ) বৰলাই পাহাৰ

প্ৰশ্ন ১০। অসম প্ৰদেশ‌ কেতিয়া গঠন কৰা হৈছিল?
ক) ১৯৭২ চনত
খ) ১৯৫২ চনত
গ) ১৯৫০ চনত
ঘ) ১৯১৩ চনত

উত্তৰ:- গ) ১৯৫০ চনত

প্ৰশ্ন ১১। ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে?
ক) উত্তৰফালে
খ) দক্ষিণফালে
গ) পূৱফালে
ঘ) পশ্চিমফালে

উত্তৰ:- খ) দক্ষিণফালে

প্ৰশ্ন ১২। উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদী খনৰ নাম‌ কি?
ক) ব্ৰহ্মপুত্ৰ
খ) মানাহ
গ) বৰাক
ঘ) বেঁকী

উত্তৰ:- গ) বৰাক

প্ৰশ্ন ১৩। ‘পনীয়া সোণৰ দেশ’ বুলি ‌কাক কোৱা হয়?
ক) অসমক
খ) বিহাৰক
গ) অৰুণাচলক
ঘ) ত্ৰিপুৰাক

উত্তৰ:- ক) অসমক

প্ৰশ্ন ১৪। ২০০৩ চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়?
ক) নেপালী
খ) বড়ো
গ) তামিল
ঘ) উৰ্দু

উত্তৰ:- খ) বড়ো

প্ৰশ্ন ১৫। অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল?
ক) ১৮৮৬ চনত
খ) ১৮৮৯ চনত
গ) ১৭৮৬ চনত
ঘ) ১৯০১ চনত

উত্তৰ:- ক) ১৮৮৬ চনত

• India History GK [Quiz] in Assamese language

প্ৰশ্ন ১৬। তলৰ কোন খন জিলাৰ অকণো অংশ বড়োলেণ্ড স্বায়ত্বশাসিত জিলালৈ যোৱা নাই?
ক) নলবাৰী
খ) দৰং
গ) কাৰ্বি আংলং
ঘ) বৰপেটা

উত্তৰ:- গ) কাৰ্বি আংলং

প্ৰশ্ন ১৭। অসমৰ পশ্চিমফালে থকা দেশ খনৰ নাম কি?
ক) নেপাল
খ) বাংলাদেশ
গ) নাগালেণ্ড
ঘ) ভূটান

উত্তৰ:- বাংলাদেশ

প্ৰশ্ন ১৮। অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদী খনৰ নাম কি?
ক) পুঠিমাৰী নৈ
খ) দিহিং নৈ
গ) ভৰলু নৈ
ঘ) ব্ৰহ্মপুত্ৰ নদী

উত্তৰ:- ঘ) ব্ৰহ্মপুত্ৰ নদী

প্ৰশ্ন ১৯। ৰন্ধন গেছৰ বটলিং প্লেন্ট ক’ত আছে?
ক) তুলসীবাৰীত
খ) উত্তৰ গুৱাহাটীত
গ) মিৰ্জাত
ঘ) বৰপেটাত

উত্তৰ:- খ) উত্তৰ গুৱাহাটীত

প্ৰশ্ন ২০। ব্ৰহ্মপুত্ৰ উপত্যকাত ৰে’ল সেৱা কিমান চনত আৰম্ভ হৈছিল?
ক) ১৯২০ চনত
খ)১২০০ চনত
গ) ১৯০১ চনত
ঘ) ১৮৮৪ চনত

উত্তৰ:- ১৮৮৪ চনত

প্ৰশ্ন ২১। অসমৰ ফৰেনছিক লেব’ৰেটৰী‌ ক’ত অৱস্থিত?
ক) গুৱাহাটীত
খ) তেজপুৰত
গ) ৰঙিয়াত
ঘ) নলবাৰীত

উত্তৰ:- ক) গুৱাহাটীত

প্ৰশ্ন ২২। অসমৰ আঞ্চলিক গৱেষণাগাৰ ক’ত অৱস্থিত ?
ক) বৰপেটাত
খ) নগাঁৱত
গ) যোৰহাটত
ঘ) তেজপুৰত

উত্তৰ:- গ) যোৰহাটত

প্ৰশ্ন ২৩। আৰবী ‌ভাষাৰ‌ প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত অৱস্থিত?
ক) গুৱাহাটীত
খ) ৰঙিয়াত
গ) তেজপুৰত
ঘ) মিৰ্জাত

উত্তৰ:- খ) ৰঙিয়াত

প্ৰশ্ন ২৪। অসম আয়ুৰ্বেদিক মহাবিদ্যালয় ক’ত আছে? Assam Police Quiz 2021
ক) নলবাৰীত
খ) নগাঁৱত
গ) গুৱাহাটীত
ঘ) ডিব্ৰুগড়ত

উত্তৰ:- গ) গুৱাহাটীত

প্ৰশ্ন ২৫। প্ৰথম ভাৰতত পৰিকল্পনা আৰু উন্নয়ন বিভাগ কিমান চনত প্ৰতিষ্ঠা কৰা হয়?
ক) ১৯৫২ চনত
খ) ১৯৬১ চনত
গ) ১৯৪৬ চনত
ঘ) ১৯৪৪ চনত

উত্তৰ:- ঘ) ১৯৪৪ চনত

প্ৰশ্ন ২৬। প্ৰথমে ভাৰতত ‘জাতীয় পৰিকল্পনা সমিতি’ কেতিয়া গঠন কৰা হৈছিল? Assam Police Quiz 2021
ক) ১৯১৯ চনত
খ) ১৯৩৬ চনত
গ) ১৯৫২ চনত
ঘ) ১৯৩৮ চনত

উত্তৰ:- ঘ) ১৯৩৮ চনত

প্ৰশ্ন ২৭। ভাৰতীয় সংবিধানে নিৰ্বাচন আয়োগ গঠনৰ ব্যাখ্যা কিমান নং অনুচ্ছেদত কৰা হৈছে?
ক) ৩১৩ নং অনুচ্ছেদত
খ) ৩২৬ নং অনুচ্ছেদত
গ) ৩২১ নং অনুচ্ছেদত
ঘ) ৩২৪ নং অনুচ্ছেদত

উত্তৰ:- ঘ) ৩২৪ নং অনুচ্ছেদত

প্ৰশ্ন ২৮। ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে?
ক) ১৫৫ নং অনুচ্ছেদ
খ) ২৬০ নং অনুচ্ছেদ
গ) ২১৮ নং অনুচ্ছেদ
ঘ) ১৫৬ নং অনুচ্ছেদ

উত্তৰ:- ক) ১৫৫ নং অনুচ্ছেদ

প্ৰশ্ন ২৯। ভাৰতবৰ্ষত কমিউনিষ্ট দল কিমান চনত গঠন কৰা হৈছিল?
ক) ১৯২১ চনত
খ) ১৯৩০ চনত
গ) ১৯১১ চনত
ঘ) ১৯২৫ চনত

উত্তৰ:- ঘ) ১৯২৫ চনত

প্ৰশ্ন ৩০। ভাৰতবৰ্ষত কেইখন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে?
ক) ৪ খন
খ) ৭ খন
গ) ১০ খন
ঘ) ৬ খন

উত্তৰ:- খ) ৭ খন

আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?Show Answer

JOIN OUR TELEGRAM CHANNEL:- Click Here