Assam History GK in Assamese language  Assam History GK Questions Answers – Question Answer of Assam Buranji in Assamese language – Assamese History MCQ in Assamese language

Assam History GK in Assamese language 

 

Assam History GK in Assamese language

প্ৰশ্ন ১। প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ:- ‘দৈনিক বাতৰি’ (১৯৩৫-৩৬)।
প্ৰথম সম্পাদক: নীলমণি ফুকন।

প্ৰশ্ন ২। প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?

উত্তৰ:- গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ। ১৮৩৯ উইলিয়াম ৰবিন্সন।

প্ৰশ্ন ৩। প্ৰথম অসমীয়া চনেট কবিতা পুথি খনৰ নাম কি?

উত্তৰ:- ‘প্ৰিয়তমাৰ চিঠি’, হেমচন্দ্ৰ গোস্বামী।

প্ৰশ্ন ৪। প্ৰথম অসমীয়া বোলছবি খনৰ নাম কি?

উত্তৰ:-‘জয়মতী’ ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰাওনা চিত্ৰগৃহত মুক্তি লাভ কৰিছিল।

প্ৰশ্ন ৫। প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?

উত্তৰ:- ‘ল’ৰাবন্ধু’ ১৮৮৮ চনত প্ৰকাশ পাইছিল।

প্ৰশ্ন ৬। প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ‌ নাম কি?

উত্তৰ:- ‘লাহৰী’ (১৮৯২), পদ্মনাথ গোহাঞিবৰুৱা।

প্ৰশ্ন ৭। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী খনৰ নাম কি?

উত্তৰ:- ‘বিলাতৰ চিঠি’ (১৯৩৯), জ্ঞানদাভিৰাম বৰুৱা।

প্ৰশ্ন ৮। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা পুথি খনৰ নাম কি?

উত্তৰ:- ‘বনকুৱৰী’ (১৮৮৯) চন্দ্ৰকুমাৰ আগৰৱালা।

প্ৰশ্ন ৯। প্ৰথম অসমীয়া ছনেট পুথি খনৰ নাম কি?

উত্তৰ:- ‘মালচ’ (১৯১৮), হিতেশ্বৰ বৰবৰুৱা।

প্ৰশ্ন ১০। প্ৰথম অসমীয়া গ্ৰন্থপুঞ্জী খনৰ‌ নাম কি?

উত্তৰ: ‘অসমীয়া পুথিৰ তালিকা’, ১৯৩০ ( Descriptive Catalogue of Assamese Manuscripts), হেমচন্দ্ৰ গোস্বামী।

প্ৰশ্ন ১১। প্ৰথম অসমীয়া ছপা বুৰঞ্জী খনৰ‌ নাম কি?

উত্তৰ:- ‘আসাম বুৰঞ্জী পুথি’ (১৮৪৪), কাশীনাথ দ্বিজ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা।

প্ৰশ্ন ১২। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান খনৰ নাম কি?

উত্তৰ:- ‘অসমীয়া আৰু ইংৰাজী অভিধান’ (১৮৬৭),
প্ৰণেতা ড: মাইলছ ব্ৰনছন।

প্ৰশ্ন ১৩। প্ৰথম অসমীয়া সম্পূৰ্ণ বিষয় বিশ্বকোষ খনৰ নাম কি?

উত্তৰ:- ‘প্ৰাথমিক বিজ্ঞানকোষ’ (পাঁচটা খণ্ড, ১৯৬৯), অসম বিজ্ঞান সমিতি।

প্ৰশ্ন ১৪। প্ৰথম অসমীয়া সাদিনীয়া সংবাদপত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘আসাম মিহিৰ’ (১৮৭২-৭৩)। প্ৰথম সম্পাদক:‌ চিদানন্দ চৌধুৰী (দাস)।

প্ৰশ্ন ১৫। প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী খনৰ নাম কি?

উত্তৰ:- ‘কাৰ্টুন’ (১৯৬৬)। প্ৰথম সম্পাদক : পুলক গগৈ।

• Assam Police Important Questions Answers 2021

প্ৰশ্ন ১৬। অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জী খনৰ নাম কি?

উত্তৰ:- ‘অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী’ (১৯১২), দেবেন্দ্ৰনাথ বেজবৰুৱা।

প্ৰশ্ন ১৭। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীন ছবি খনৰ নাম কি?

উত্তৰ:- ‘ভাইটি’ (১৯৭২)।
পৰিচালক : কমল নাৰায়ণ চৌধুৰী।

প্ৰশ্ন ১৮। প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘৰ হাস্যৰসৰ ছবিখনৰ নাম কি?

উত্তৰ:- ‘ইটো-সিটো বহুতো’ (১৯৬৩)।
পৰিচালক : ব্ৰজেন বৰুৱা।

প্ৰশ্ন ১৯। উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি খনৰ নাম কি?

উত্তৰ ষ:- ‘মনোমতী’ (১৯৪১)।
পৰিচালক : ৰোহিণী কুমাৰ বৰুৱা।

প্ৰশ্ন ২০। ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘পিয়লী ফুকন’। এই ছবিখনে ১৯৫৫ চনত উৎকৰ্ষৰ মানপত্ৰ ( Certificate of Merit) লাভ কৰে। পৰিচালক : ফণী শৰ্মা।

প্ৰশ্ন ২১। দূৰদৰ্শনযোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘বৃষ্টি’ (১৯৭৪)। পৰিচালক : জেউতি বৰুৱা।

প্ৰশ্ন ২২। ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘সন্ধাৰাগ’ (১৯৭৭)।
পৰিচালক : ভবেন্দ্ৰনাথ শইকীয়া।

প্ৰশ্ন ২৩। ইষ্টমেন কালাৰৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘আজলী নবৌ’ (১৯৮০)।
পৰিচালক : নিপ বৰুৱা।

প্ৰশ্ন ২৪। প্ৰথম অসমীয়া ফেন্টাচী ছবি খনৰ নাম কি?

উত্তৰ:- ‘একত্ৰিছ জুন’ (১৯৭৯)।
পৰিচালক : ভাস্কৰ বৰা।

প্ৰশ্ন ২৫। প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি খনৰ নাম কি?

উত্তৰ:- ‘জীৱন সুৰভী’ (১৯৮৪)।
পৰিচালক : নৰেশ কুমাৰ।

প্ৰশ্ন ২৬। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘অবুজ বেদনা’ (১৯৯৩)।
পৰিচালক : গুণসিন্ধু হাজৰিকা।

প্ৰশ্ন ‌২৭। বড়ো ভাষাৰ প্ৰথম ছবি খনৰ নাম কি?

উত্তৰ:- ‘ জিডনি চিমাং’ (১৯৮৬)।
পৰিচালক : অমৰ হাজৰিকা।

প্ৰশ্ন ২৮। কাৰ্বি ভাষাৰ প্ৰথম ছবি খনৰ নাম কি?

উত্তৰ:- ‘জিৰছং’ (১৯৮৭)।
পৰিচালক : প্ৰফুল্ল শইকীয়া।

প্ৰশ্ন ২৯। স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘হালধীয়া চৰাইয়ে বাওধান খায়’ (১৯৮৭)।
পৰিচালক : জাহ্নু বৰুৱা।

প্ৰশ্ন ৩০। প্ৰথম পূৰ্ণাঙ্গ মিচিং ভাষাৰ ছবি খনৰ নাম কি?

উত্তৰ:- ‘পানৈ- জংকি’ (২০০২)।
পৰিচালক : দিলীপ দলে, নাৰায়ণ শীল।

• India History GK [Quiz] in Assamese language

JOIN OUR TELEGRAM CHANNEL:- Click Here