Assam History GK Question and Answer in Assamese languageHistory GK of Assam in Assamese language

Assam History GK Question and Answer in Assamese language

History GK Quiz in Assamese languageAssam History GK Question and AnswerHistory GK Quiz of Assam in Assamese languageAssam History in Assamese languageAssam History MCQ in Assamese languageAssam Police History GK in Assamese language – অসম বুৰঞ্জী কুইজ
প্ৰশ্ন ১। কিমান খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন কামৰূপ ৰজা হয়?

উত্তৰ:- ৫৯৪ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ২। চীনা পৰিব্ৰাজক হিউৱেন চাঙে অসমলৈ কিমান খ্ৰীষ্টাব্দত ‌আহিছিল?

উত্তৰ:- ৬২৯ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ৩। মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? Assam History GK Question and Answer

উত্তৰ স:- ১২০৬ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ৪। অসমত ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল?

উত্তৰ:- ১৫৪৮ চনত।

প্ৰশ্ন ৫। মীৰজুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- ১৬৬২ চনত।

প্ৰশ্ন ৬। ব্ৰহ্মপুত্ৰ নদীত প্ৰথম‌ জাহাজ কেতিয়া চলে?

উত্তৰ:- ১৮৮৩ চনত।

প্ৰশ্ন ৭। অম্বিকাগিৰী ৰায়চৌধুৰী জন্ম কিমান চনত হৈছিল?

উত্তৰ:- ১৮৮৫ চনত।

প্ৰশ্ন ৮। অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:- ১৮৮৮ চনত।

প্ৰশ্ন ৯। অসমত প্ৰবল ভূমিকম্প কিমান চনত হৈছিল?

উত্তৰ:- ১৮৯৭ চনত।‌ (১,৫৪২ জনৰ মৃত্যু হৈছিল)।

প্ৰশ্ন ১০। অসম এছ’চিয়েশ্বন কিমান চনত গঠন কৰা হৈছিল?

উত্তৰ:- ১৯০৫ চনত।

প্ৰশ্ন ১১। অসম ছাত্ৰ সন্মিলনী কিমান চনত গঠন কৰা হৈছিল? Assam History GK Question and Answer

উত্তৰ:- ১৯১৬ চনত।

প্ৰশ্ন ১২। গুৱাহাটীত প্লেনেটৰিয়াম কিমান চনত স্থাপন কৰা হয়?

উত্তৰ:- ১৯৯৪ চনত।

প্ৰশ্ন ১৩। অসমত কিমান চনত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল?

উত্তৰ:- ১৯৯০ চনত।

প্ৰশ্ন ১৪। কলিয়াভোমোৰা দলং খন কিমান চনত উদ্ধোধন কৰা হৈছিল?

উত্তৰ:- ১৯৮৭ চনত।

প্ৰশ্ন ১৫। ডিব্ৰুগড় বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৬৫ চনত।

• Assam Police Question Answer 2021 in Assamese language

প্ৰশ্ন ১৬। অসম কৃষি বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৬৯ চনত।

প্ৰশ্ন ১৭। কিমান চনত ভাষা আন্দোলন হৈছিল?

উত্তৰ:- ১৯৬০ চনত।

১৮। ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষা কিমান চনত গৃহীত হৈছিল?

উত্তৰ:- ১৯৬১ চনত।

প্ৰশ্ন ১৯। পাণ্ডুত কংগ্ৰেছ অধিবেশন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯২৬ চনত।

প্ৰশ্ন ২০। অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কিমান চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯১৭ চনত।

অসমীয়া বুৰঞ্জী কুইজ

প্ৰশ্ন ২১। হিতেশ্বৰ শইকীয়াই কিমান চনত মন্ত্ৰীসভা গঠন কৰিছিল?

উত্তৰ:- ১৯৯১ চনত।

প্ৰশ্ন ২২। প্ৰফুল্ল কুমাৰ মহন্তই কিমান চনত মন্ত্ৰীসভা গঠন কৰিছিল?

উত্তৰ:- ১৯৯৬ চনত।

প্ৰশ্ন ২৩। ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থ দলঙৰ আধাৰশিলা কিমান চনত স্থাপন কৰা হৈছিল? Assam History GK Question and Answer

উত্তৰ:- ১৯৯৭ চনত।

প্ৰশ্ন ২৪। অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ কিমান চনত উদ্ধোধন কৰিছিল?

উত্তৰ:- ১৯৯৯ চনত।

প্ৰশ্ন ২৫। অসমত পঞ্চায়ত কিমান চনত গঠন কৰা হৈছিল?

উত্তৰ:- ১৯৬০ চনত।

প্ৰশ্ন ২৬। ডিব্ৰুগড়ত মেডিকেল কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰ:- ১৯৪৭ চনত।

প্ৰশ্ন ২৭। অসমত স্বায়ত্বশাসন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ:- ১৯৩৫ চনত।

প্ৰশ্ন ২৮। ছাদুল্লাই মন্ত্ৰীসভা কিমান চনত গঠন কৰিছিল?

উত্তৰ:- ১৯৩৯ চনত।

প্ৰশ্ন ২৯। কুশল কোঁৱৰক কিমান চনত ফাঁচী দিয়া হৈছিল?

উত্তৰ:- ১৯৪৩ চনত।

প্ৰশ্ন ‌৩০। ড° ভূপেন হাজৰিকাক ‘সাহিত্যাচাৰ্য’ উপাধি কিমান চনত প্ৰদান কৰিছিল?

উত্তৰ:- ২০০৮ চনত।

• ভাৰতৰ সাধাৰণ জ্ঞান ২০২১

আমাক ফেচবুকত লগ কৰিবলৈ ইয়াত:- ক্লি’ক কৰক

• আমাক টেলিগ্ৰামত লগ কৰিবলৈ ইয়াত:- ক্লি’ক কৰক