Assam Police AB/UB Mock Test in Assamese
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই Assam Police Ab/Ub Mock Test Assamese পোষ্টটি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া MCQ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক
Mock Test 2021 in Assamese language – অসম পুলিচৰ Moct Test
START QUIZ
Results
অভিনন্দন আপোনাৰলৈ!🙏👑💐
আপুনি পিছৰ অসমীয়া Mockt Test কেইটাও দি চাব পাৰে।
সকলোৱে সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিয়ক!
ক্ষমা কৰিব! আপুনি বেছি কেইটা প্ৰশ্নোত্তৰেই সঠিকভাৱে দিব নোৱাৰিলে। একো নাই আপুনি পুনৰ চেষ্টা কৰিব পাৰে।
সকলোৱে সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিয়ক!
#1. কোনে প্রথমে জীৱৰ ৰাসায়নিক ক্রমবিকাশৰ কথা কৈছিল?
#2. আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
#3. কামৰূপত প্রৱেশ কৰা প্ৰথমটো তুর্কী বাহিনীক কোনে নেতৃত্ব দিছিল?
#4. অভিনেতা বিজু ফুকনৰ প্রথম চলচিত্ৰখনৰ নাম কি আছিল?
#5. অৰ্জুন ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত কিহৰ পদক লাভ কৰিছিল?
#6. ১৯৯১ চনৰ শ্রেষ্ঠ অসমীয়া অভিনেত্রী কোন আছিল?
#7. অসমৰ উপন্যাস সম্রাট কোন?
#8. কথা কবিতাৰ ৰচক কোন আছিল?
#9. প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল?
#10. কোচসকলৰ মুদ্ৰাৰ আকাৰ আছিল __ ।
#11. ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
#12. ৰাইট ভ্রাতৃদ্বয় কিহৰ আৱিস্কাৰক বুলি কোৱা হয়?
#13. প্রথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায়?
#14. অসমত প্রথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন হৈছিল?
#15. ব্লেইছ পাচকেল কিহৰ লগত জড়িত?
#16. বৈদ্যুতিক বাল্বৰ ফিলামেন্ট প্রস্তুত কৰা ধাতুবিধৰ নাম কি?
#17. ১৯৭০ চনত শ্রেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰা ছবিখনৰ নাম কি আছিল?
#18. অসমত স্থাপিত প্রথম কলেজখনৰ নাম কি?
#19. আধুনিক যুগৰ প্ৰথমখন উপন্যাস কোনে ৰচনা কৰিছিল?
#20. অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল?
পৰৱৰ্তী মকটেষ্ট –
Assamese Quiz Questions and Answers – অসমীয়া কুইজ
সকলোৱে সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিয়ক!
ধন্যবাদ আপোনাৰলৈ!🙏
Anekuakoi agoloiw d thakibo. Hoptahot 100 markr ata koi mock test dibo sesta koribo. Dhanyabad.
নিশ্চয়। আপোনাৰ মতামত আৰু সাহস পাই ভাল লাগিল। ধন্যবাদ আপোনাৰলৈ!🙏
Tq
স্বাৰ্গতম!🙏
প্ৰথম অসমিয়া কথাছবিৰ পৰিচালক হল জ্যোতিপ্ৰসাদ আগৰৱালা।প্ৰথমেশ বৰুৱা হল বাংলা ভাষাৰ পৰিচালক
ক্ষমা কৰিব ভুল হৈ থকা বাবে। শুদ্ধৰাই দিয়া বাবে ধন্যবাদ আপোনাৰলৈ।🙏