Assam Police AB/UB Mock Test Assamese with PDF – Assam Mock Test in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা Assam Police Ab/Ub Mock Test Assamese সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া Mock Test কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Assam Police Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে।
যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক!

Assam Police Mock Test in Assamese language / Mock Test for Assam Police in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (02 October, 2021) ৰ লগতে PDF সমূহ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।
• Assam Police Online Mock Test 2021
অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।
পৰৱৰ্তী মকটেষ্ট –
Assam History GK in Assamese language PDF SET – 2