Assam Police AB/UB Mock Test Assamese with PDF – Assam Mock Test in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা  Assam Police Ab/Ub Mock Test Assamese সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া Mock Test কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Assam Police Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে।

যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক!

Assam Police AB/UB Mock Test with PDF

Assam Police Mock Test in Assamese language / Mock Test for Assam Police in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (02 October, 2021) ৰ লগতে PDF সমূহ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

আন্তৰ্জাতিক কফি দিৱস কোন তাৰিখে পালন কৰা হয়?

 
 
 
 

আন্তৰ্জাতিক বৃদ্ধ ব্যক্তি দিৱস কোন তাৰিখে পালন কৰা হয়?

 
 
 
 

বৰ্তমান নেচনেল চিকিউৰিটিজ ডিপজিটৰিজৰ এমডি (MD) আৰু চিইঅ’ (CEO) কোন?

 
 
 
 

IFSC ত বহনক্ষম বিত্তীয় কেন্দ্ৰত IFSCA ৰ দ্বাৰা গঠন কৰা বিশেষজ্ঞ সমিতিৰ অধ্যক্ষ কোন?

 
 
 
 

“Chronicles from the Land of the Happiest People on Earth” নামৰ কিতাপখনৰ লেখক কোন?

 
 
 
 

শেহতীয়াকৈ অৱসৰ ঘোষণা কৰা মেনি পাকুৱাই কোনবিধ খেলৰ সৈতে জড়িত আছিল?

 
 
 
 

বিশ্ব নিৰামিষ দিৱস কোন তাৰিখে পালন কৰা হয়?

 
 
 
 

IIFL Wealth Hurun India Rich List 2021 ত কোনে শীৰ্ষস্থান দখল কৰিছে?

 
 
 
 

ভাৰতীয় খেলুৱৈ ৰূপিন্দৰ পাল সিঙে শেহতীয়াকৈ কোন বিধ খেলৰ পৰা অৱসৰ ঘোষণা কৰিছে?

 
 
 
 

২০২১ চনৰ ছেপ্টেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰগতি বৈঠকৰ কিমান সংখ্যক সংস্কৰণৰ সভাপতিত্ব কৰিছিল?

 
 
 
 

 

• Assam Police Online Mock Test 2021

অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।

             DOWNLOAD PDF NOW

পৰৱৰ্তী মকটেষ্ট –

Assam History GK in Assamese language PDF SET – 2