Assam Police AB UB Mock Test 2021 in Assamese language Assam Police AB UB Question 2021 in Assamese language 

Assam Police AB UB Question Paper 2021

Assam Police 2021 Questions and AnswersAssam Police UB AB Questions and AnswersAssam Police Important GK 2021 in Assamese language 

Assam Police AB UB Mock Test 2021

প্ৰশ্ন ১। ১১তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত অসমত বিকাশৰ (Growth rate) হাৰ আছিল-
ক) ৮.২%
খ) ৬.৮৬%
গ) ৭.৫%
ঘ) ৫.১২%

উত্তৰ:- খ) ৬.৮৬% হাৰ।

প্ৰশ্ন ২। ২০১১-১২ বৰ্ষত অসমৰ নিগুট (Net) জনমুৰি আয় (প্ৰচলিত মূল্যৰ ভিত্তিত) হৈছে
ক) ২৪০৯৯ টকা
খ) ৩৫৯১৭ টকা
গ) ৩৩৬৩৩ টকা
ঘ) ৩১,৮০১ টকা

উত্তৰ:- গ) ৩৩৬৩৩ টকা।

প্ৰশ্ন ৩। যোৱা দশকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান শতাংশ আছিল?
ক) ১৬.৯৩%
খ) ১৪.২৫%
গ) ২০.১%
ঘ) ১৮.২%

উত্তৰ:- ক) ১৬.৯৩%

প্ৰশ্ন ৪। অসমৰ‌ জনসংখ্যা ভাৰতৰ জনসংখ্যাৰ কিমান শতাংশ ?
ক) ৩.৬৮%
খ) ৪.১২%
গ) ২.৫৮%
ঘ) ১.২৫%

উত্তৰ:- গ) ২.৫৮% শতাংশ।

প্ৰশ্ন ৫। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ জনবহুল ৰাজ্য খনৰ নাম কি? Assam Police AB UB Mock Test 2021
ক) অৰুণাচল প্ৰদেশ
খ) মিজোৰাম
গ) অসম
ঘ) মেঘালয়

উত্তৰ:- গ) অসম।

প্ৰশ্ন ৬। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
ক) একাদশ
খ) দ্বাদশ
গ) ত্ৰয়োদশ
ঘ) চতুৰ্দশ

উত্তৰ:- ঘ) চতুদশ স্থান।

প্ৰশ্ন‌ ৭। ‘শিক্ষিত হাৰ’ৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান?
ক) একাদশ
খ) ত্ৰয়োদশ
গ) চতুৰ্দশ
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- খ) ত্ৰয়োদশ স্থান‌।

প্ৰশ্ন ৮। জনসংখ্যাৰ ঘনত্ব অসমৰ কোন খন জিলাত আটাইতকৈ কম?
ক) চিৰাং
খ) বাগচা
গ) ডিমিহাছাও
ঘ) ওদালগুৰি

উত্তৰ:- গ) ডিমাহাছাও‌।

প্ৰশ্ন ৯। অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম?
ক) ধুবুৰী জিলাত
খ) কোকৰাঝাৰ জিলাত
গ) মৰিগাঁও জিলাত
ঘ) ওপৰৰ‌‌ এটাও নহয়

উত্তৰ:- ক) ধুবুৰী জিলাত।

প্ৰশ্ন ১০। অসমত NREGA (বৰ্তমানৰ MGNREGA) আঁচনিৰ ৰূপায়ণৰ কাম‌ কিমান চনত আৰম্ভ হৈছিল? Assam Police AB UB Mock Test 2021
ক) ২০০৫ চনত
খ) ২০০৬ চনত
গ) ২০০৭ চনত
ঘ) ২০০৮ চনত

উত্তৰ:- খ) ২০০৬ চনত।

প্ৰশ্ন ১১। স্বাধীনতাৰ পাছত অসমৰ‌ জনসংখ্যা বৃদ্ধিৰ হাৰ কোনটো দশকত সৰ্বাধিক আছিল?
ক) ১৯৫১-৬১ দশকত
খ) ১৯০১-১১ দশকত
গ) ১৯৭১-৮১ দশকত
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- ক) ১৯৫১-৬১ দশকত।

প্ৰশ্ন ১২। অসমত বিকেন্দ্ৰকৃত পৰিকল্পনা ( Decentralised Planning) কেতিয়া আৰম্ভ হৈছিল? Assam Police AB UB Mock Test 2021
ক) ১৯৮২ চনত
খ) ১৯৮৩ চনত
গ) ১৯৮৪ চনত
ঘ) ১৯৮৫ চনত

উত্তৰ:- গ) ১৯৮৪ চনত।

প্ৰশ্ন ১৩। অসমত বৰ্তমান গাঁৱলীয়া বেংকৰ সংখ্যা কেইটা?
ক) দুটা
খ) তিনিটা
গ) চাৰিটা
ঘ) পাঁচটা

উত্তৰ:- ক) দুটা।

প্ৰশ্ন ১৪। অসমৰ চাহ উদ্যোগে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনলৈ কিমান শতাংশ বৰঙনি আগবঢ়ায়?
ক) ৪০% তকৈ বেছি
খ) ৫০% তকৈ বেছি
গ) ৬০% তকৈ বেছি
ঘ) ৭০% তকৈ বেছি

উত্তৰ:- খ) ৫০% তকৈ বেছি।

প্ৰশ্ন ১৫। অসমত চাহ খেতিয়ে কিমান হেক্টৰ ভূমি আগুৰি আছে?
ক) ৪২,৭০০০ হেক্টৰ
খ) ৩৫,৮০০০ হেক্টৰ
গ) ৩২,২০০০ হেক্টৰ
ঘ) ৩৬,২০০০ হেক্টৰ

উত্তৰ:- গ) ৩২,২০০০ হেক্টৰ।

• World GK in Assamese language

প্ৰশ্ন ১৬। অসমৰ বনবিভাগে ২০১০-১১ বৰ্ষত আটাইতকৈ বেছি ৰাজহ কিহৰ পৰা অৰ্জন কৰিছিল?
ক) টিম্বাৰ পৰা
খ) বালিৰ পৰা
গ) গ্ৰেভেল / শিলৰ পৰা
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- খ) বালিৰ পৰা।

প্ৰশ্ন ১৭। জিলা সমুহৰ উন্নয়নৰ কল্পে গ্ৰহণ কৰা ‘দিছট্ৰিকট ডেবল্পমেন্ট ল্পেন’ (District Development plan) কিমান চনত গঠন কৰা হৈছিল?
ক) ২০০১-০২ চনত
খ) ২০০২-০৩ চনত
গ) ২০০৭-০৮ চনত
ঘ) ২০০৯-১০ চনত

উত্তৰ:- গ) ২০০৭-০৮ চনত।

প্ৰশ্ন ১৮। ‘মানৱ উন্নয়ন সূচকাংক’ মতে মানৱ উন্নয়নত অসমৰ স্থান কিমান নম্বৰত আছে?
ক) ১৫ তম
খ) ১৬ তম
গ) ১৭ তম
ঘ) ১৮ তম

উত্তৰ:- খ) ১৬ তম।

প্ৰশ্ন ১৯। ‘সৰ্বশিক্ষা অভিযানে’ কিমান বয়সৰ শিশুৰ শিক্ষাৰ দায়িত্ব লয়?
ক) ৫-১৪ বযসৰ শিশুৰ শিক্ষাৰ
খ) ৭-১৫ বয়সৰ শিশুৰ শিক্ষাৰ
গ) ৬-১০ বয়সৰ শিশুৰ শিক্ষাৰ
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- ক) ৫-১৪ বয়সৰ শিশুৰ শিক্ষাৰ।

প্ৰশ্ন ২০। অসমত ‘মধ্যাহ্ন ভোজন আঁচনি’ (Mid Day Meal Scheme) কিমান চনত আৰম্ভ হৈছিল?
ক) ১৯৯৫ চনত
খ) ১৯৯৯ চনত
গ) ২০০০ চনত
ঘ) ২০০৫ চনত

উত্তৰ:- ঘ) ২০০৫ চনত।

প্ৰশ্ন ২১। “সৰ্বশিক্ষা অভিযান” কিমান চনত ঘোষণা কৰা হৈছিল?
ক) ১৯৯৯ চনত
খ) ২০০১ চনত
গ) ২০০২ চনত
ঘ) ২০০৫ চনত

উত্তৰ:- খ) ২০০১ চনত।

প্ৰশ্ন ২২। কিষাণ ঋণ পত্ৰ (Kissan Credit card) বিতৰণ কেতিয়াৰ পৰা আৰাম্ভ হয়?
ক) ১৯৯৮-৯৯ চনত
খ) ২০০২-০৩ চনত
গ) ২০০০-০১ চনত
ঘ) ২০০৪-০৫ চনত

উত্তৰ:- ক) ১৯৯৮-৯৯ চনত।

প্ৰশ্ন ২৩। “অন্তদেশীয় জলপথ প্ৰাধিকৰণ” কিমান চনত গঠন কৰা হৈছিল?
ক) ১৯৮০ চনত
খ) ১৯৮১ চনত
গ) ১৯৮৩ চনত
ঘ) ১৯৮৬ চনত

উত্তৰ:- ঘ) ১৯৮৬ চনত।

প্ৰশ্ন ২৪। শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ স্ব-নিয়োজিন আঁচনি কেতিয়া গ্ৰহণ কৰা হৈছিল?
ক) ১৯৮৩ চনত
খ) ১৯৮৬ চনত
গ) ১৯৮৫ চনত
ঘ) ১৯৯১ চনত

উত্তৰ:- ক) ১৯৮৩ চনত।

প্ৰশ্ন ২৫। নিপক’অ (NEEPCO) কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?
ক) ১৯৯৫ চনত
খ) ১৯৮৫ চনত
গ) ১৯৭৬ চনত
ঘ) ১৯৮০ চনত

উত্তৰ:- গ) ১৯৭৬ চনত।

প্ৰশ্ন ২৬। নতুন উদ্যোগ নীতি কেতিয়া গঠন কৰা হয়?
ক) ১৯৯১ চনত
খ) ১৯৯০ চনত
গ) ১৯৯২ চনত
ঘ)১৯৯৩ চনত

উত্তৰ:- ক) ১৯৯১ চনত।

প্ৰশ্ন ২৭। “ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন” (NREGA) কেতিয়া গ্ৰহণ কৰা হৈছিল?
ক) ২০০১ চনত
খ) ২০০৩ চনত
গ) ২০০৫ চনত
ঘ) এটাও নহয়

উত্তৰ:- গ) ২০০৫ চনত।

প্ৰশ্ন ২৮। নাবাৰ্ড (NABARD) কিমান চনত স্থাপন কৰা হৈছিল?
ক) ১৯৮২ চনৰ ১২ জুলাইত
খ) ১৯৮৪ চনৰ ১৪ জুলাইত
গ) ১৯৮৫ চনৰ ১৭ জুলাইত
ঘ) এটাও নহয়

উত্তৰ:- ক) ১৯৮২ চনৰ ১২ জুলাইত।

প্ৰশ্ন ২৯। অগ্ৰণী বেংক আঁচনি (Lead Bank Scheme) কেতিয়া গঠন কৰা হৈছিল?
ক) ১৯৬৯ চনত
খ) ১৯৭০ চনত
গ) ১৯৭২ চনত
ঘ) ১৯৭৩ চনত

উত্তৰ:- ক) ১৯৬৯ চনত।

প্ৰশ্ন ৩০। ভাৰতবৰ্ষত আঞ্চলিক গ্ৰাম্য বেংক আইন কেতিয়া গ্ৰহণ কৰা হৈছিল?
ক) ১৯৭৬ চনত
খ) ১৯৭৭ চনত
গ) ১৯৭৮ চনত
ঘ) ১৯৮০ চনত

উত্তৰ:- ক) ১৯৭৬ চনত।

• Assam Police Question Answer 2021 – অসম পুলিছ প্ৰশ্ন ২০২১

ফেচবুকত আমাক লগ পাবলৈ ইয়াত:- ক্লি’ক কৰক

টেলিগ্ৰামত আমাক লগ পাবলৈ ইয়াত:- ক্লি’ক কৰক