Assam Police Constable Mock TestAssamese Mock Test 2021

Assam Police Mock Test 2021 in Assamese language

কাক কি বুলি কোৱা হয়? /  কাক কি বুলি জনা যায় / কাক কি নামেৰে জনা যায় /  Every Assamese should know জানোঁ আহঁক / Assam Police Constable Mock Test

প্ৰশ্ন ১। এডল্ফ হিটলাৰক কি বুলি জনা যায়?

উত্তৰ:- ফুৰাও বুলি জনা যায়।

প্ৰশ্ন ২। ডিউক অবৱেলিংটনক কি বুলি জনা যায়?

উত্তৰ:- আইৰণ ডিউক বুলি জনা যায়।

প্ৰশ্ন ৩। জিঅফ্ৰি চ’চাৰক কি বুলি জনা যায়?

উত্তৰ:- ফাডাৰ অব্ ইংলিছ পয়েট্ৰি বুলি জনা যায়।

প্ৰশ্ন ৪। জৰ্জ বাৰ্নাৰ্ড শ্ব’ক কি বুলি জনা যায়?

উত্তৰ:- জি বি এছ বুলি জনা যায়।

প্ৰশ্ন ৫। জোৱান অব্ আৰ্কক কি বুলি জনা যায়?

উত্তৰ:- মেইড অব্ অৰলিনছ বুলি জনা যায়।

প্ৰশ্ন ৬। নেপোলিয়ন বোনাপাৰ্টক কি বুলি জনা যায়?

উত্তৰ:- লিটল কপৰেল,‌ মেন অব্ ডেছটিন বুলি জনা যায়।

প্ৰশ্ন ৭। প্ৰথম ৰাণী এলিজাবেথক কি বুলি জনা যায়?

উত্তৰ:- মেইডেন কুইন বুলি জনা যায়।

প্ৰশ্ন ৮। অটো ভন বিছমাৰ্ক কি বুলি জনা যায়?

উত্তৰ:- মেন অব্ ব্লাড এণ্ড আইৰন বুলি জনা যায়।

প্ৰশ্ন ৯। চাৰ্লছ লুটউইজ ডজছনক কি বুলি জনা যায়?

উত্তৰ:- লুই কেৰল বুলি জনা যায়।

প্ৰশ্ন ১০। উইলিয়াম ছিডনী প’ৰ্টাৰক কি বুলি জনা যায়?

উত্তৰ:- অ’ হেনৰী বুলি জনা যায়।

প্ৰশ্ন ১১। বেনিতো মুছোলিনিক কি বুলি জনা যায়?

উত্তৰ:- দ্বিতীয় (II) ডিউক বুলি জনা যায়।

প্ৰশ্ন ১২। ছেমুৱেল লংহন ক্লিমেনছক কি বুলি জনা যায়?

উত্তৰ:- মাৰ্ক টোৱেইন বুলি জনা যায়।

প্ৰশ্ন ১৩। শ্বেখ মুজিবুৰ ৰহমানক কি বুলি জনা যায়?

উত্তৰ:- বংগ বন্ধু বুলি জনা যায়।

প্ৰশ্ন ১৪। ৱাল্টাৰ স্কটক কি বুলি জনা যায়?

উত্তৰ:- উইজাৰ্ড অব্ দা নৰ্থ বুলি জনা যায়।

প্ৰশ্ন ১৫। উইলিয়াম শ্বেইকছপীয়েৰক কি বুলি জনা যায়?

উত্তৰ:- বাৰ্ড অব্ এভ’ন‌ বুলি জনা যায়।

• Assam Police General Science Question in Assamese language

প্ৰশ্ন ১৬। দক্ষিণ ব্ৰিটেইন বুলি কোন ঠাইক জনা যায়?

উত্তৰ:- নিউজিলেণ্ডক জনা যায়।

প্ৰশ্ন ১৭। অট্ৰালিকাৰ চহৰ বুলি কোন ঠাইক জনা যায়?

উত্তৰ:- নিউয়ৰ্কক জনা যায়।

প্ৰশ্ন ১৮। পুণ্য ভূমি বুলি কোন ঠাইক জনা যায়?

উত্তৰ:- পেলেষ্টাইনক জনা যায়।

প্ৰশ্ন ১৯। স্বৰ্ণ পেগোডাই বুলি কোন খন ঠাইক জনা যায়?

উত্তৰ:- ম্যানমাৰক জনা যায়।

প্ৰশ্ন ২০। শ্বেত চহৰ‌ বুলি কোন খন ঠাইক জনা যায়?

উত্তৰ:- বেলগ্ৰডক জনা যায়।

প্ৰশ্ন ‌২১। ভূমধ্যসাগৰৰ চাবি বুলি কোন ঠাইক জনা যায়?

উত্তৰ:- জিব্ৰাল্টাৰক জনা‌ যায়।

প্ৰশ্ন ২২। দক্ষিণৰ সম্ৰাজ্ঞী বুলি কোন খন ঠাইক জনা যায়?

উত্তৰ:- ছিডনীক জনা যায়।

প্ৰশ্ন ২৩। কেংগেৰুৰ ভূমি বুলি কোন খন দেশক জনা যায়?

উত্তৰ:- অষ্ট্ৰেলিয়াক জনা যায়।

প্ৰশ্ন ২৪। ব্ৰজপাতৰ‌ দেশ বুলি কোন ঠাইক জনা যায়?

উত্তৰ:- ভূটানক জনা‌ যায়।

প্ৰশ্ন ২৫। লিলিফুলৰ দেশ বুলি কোন খন দেশক জনা যায়?

উত্তৰ:- কানাডাক জনা যায়।

প্ৰশ্ন ২৬। চীনৰ চকুলো বুলি কোন খন নদীক জনা যায়?

উত্তৰ:- হোৱাংহো নদীক জনা যায়।

প্ৰশ্ন ২৭। যাউতিযুগীয়া চহৰ বুলি কোন খন দেশক জনা যায়?

উত্তৰ:- ৰোমক জনা যায়।

প্ৰশ্ন ২৮। নিষিদ্ধ চহৰ বুলি কোন খন দেশক জনা যায়?

উত্তৰ:- লাছাক জনা যায়।

প্ৰশ্ন ২৯। সাম্ৰাজ্যৰ নগৰ বুলি কোন খন দেশক জনা যায়?

উত্তৰ:- নিউয়ৰ্কক জনা যায়।

প্ৰশ্ন ৩০। ইউৰোপৰ ককপিট কোন খন দেশক জনা যায়?

উত্তৰ:- বেলজিয়ামক জনা যায়।

• Assam Police Question Answer 2021 – অসম পুলিছ প্ৰশ্ন ২০২১ 

• আমাৰ ফেচবুক পে’জ:- ক্লি’ক কৰক

• আমাৰ টেলিগ্ৰাম চেনেল:- ক্লি’ক কৰক

• আমাৰ ফেচবুক গ্ৰুপ:- ক্লি’ক কৰক