Assam Police GK 2020 in Assamese language

Assam Police GK 2020 in Assamese language

Assam Police GK 2021 in Assamese languageAssam Police General Knowledge 2021 in Assamese languageAssamese Assam Police GKAssam Police 2020 QuestionsAssam Police MCQ in Assamese language

Assam Police GK 2020

প্ৰশ্ন ১। ‘ককাদেউতাৰ হাড়’ গ্ৰন্থ খন‌ কোনজন সাহিত্যকে ৰচনা কৰিছিল?
ক) ড° ভবেন্দ্ৰনাথ শইকীয়াই
খ) নৱকান্ত বৰুৱা
গ) অৰুণ শৰ্মা
ঘ) হীৰেন গোহাঁই

উত্তৰ:- খ) নৱকান্ত বৰুৱা।

প্ৰশ্ন ২। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কেতিয়া মুকলি কৰা হৈছিল?
ক) ১৯২২ চনত
খ) ১৯৯০ চনত
গ) ১৯৯৮ চনত
ঘ) ১৯৯১ চনত

উত্তৰ:- গ) ১৯৯৮ চনত।

প্ৰশ্ন ৩। কিমান চনত আনন্দৰাম বৰুৱাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল?
ক) ১৯৭০ চনত
খ) ১৯৭২ চনত
গ) ১৯৭৩ চনত
ঘ) ১৯৭১ চনত

উত্তৰ:- ১৯৭১ চনত।

প্ৰশ্ন ৪। উপত্যকা সাহিত্য বঁটা কোনজন সাহিত্যকক প্ৰদান কৰা হৈছিল?
ক) অৰুণ শৰ্মা
খ) হীৰেন গোহাঁই
গ) নৱকান্ত বৰুৱা
ঘ) ড° ভবেন্দ্ৰনাথ শইকীয়া

উত্তৰ:- গ) নৱকান্ত বৰুৱাক।

প্ৰশ্ন ৫। দীপালী বৰঠাকুৰক কিমান চনত পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল?
ক) ১৯৯৮ চনত
খ) ১৯৯০ চনত
গ) ১৯৯৪ চনত
ঘ) ১৯৯৫ চনত

উত্তৰ:- ক)১৯৯৮ চনত।

প্ৰশ্ন ৬। কোন খন অভয়াৰণ্যত প্ৰথম বন্যপ্ৰাণী সংৰক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল?
ক) কাজিৰঙা
খ) ডিব্ৰু-ছৈখোৱা
গ) ওৰাং
ঘ) মানাহ

উত্তৰ:- ক) কাজিৰঙা অভয়াৰণ্যত।

প্ৰশ্ন ৭। প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু কিমান চনত হৈছিল?
ক) ২০০০ চনত
খ) ২০০১ চনত
গ) ২০০২ চনত
ঘ) ২০০৩ চনত

উত্তৰ:- গ) ২০০২ চনত।

প্ৰশ্ন ৮। দালাই লামাই কিমান চনত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল?
ক) ২০০১ চনত
খ) ২০০২ চনত
গ) ২০০৫ চনত
ঘ) ২০০৩ চনত

উত্তৰ:- খ) ২০০২ চনত।

প্ৰশ্ন ৯। জয়মতী বঁটাৰে সন্মানিত সাহিত্যক গৰাকী কোন আছিল?
ক) অৰুণ শৰ্মা
খ) যতীন্দ্ৰনাথ দুৱৰা
গ) ড° ভবেন্দ্ৰনাথ শইকীয়া
ঘ) মামনি ৰয়ছম গোস্বামী

উত্তৰ:- ঘ) মামনি ৰয়ছম গোস্বামী।

প্ৰশ্ন ১০। ২০০৩ চনৰ ঘোষণা মতে অসমত কেইপ্ৰকাৰৰ ৰাজ্যিক প্ৰতীক আছে?
ক) দুই প্ৰকাৰৰ
খ) চাৰি প্ৰকাৰৰ
গ) পাঁচ প্ৰকাৰৰ
ঘ) তিনি প্ৰকাৰৰ

উত্তৰ:- খ) চাৰি প্ৰকাৰৰ।

প্ৰশ্ন ১১। ২০০২ চনত কোনজন সাহিত্যকক অসম সাহিত্য সভাই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰিছিল?
ক) মামনি ৰয়ছম গোস্বামী
খ) ড° ভবেন্দ্ৰনাথ শইকীয়া
গ) ড° গোলোকচন্দ্ৰ গোস্বামী
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- খ) ড° গোলোকচন্দ্ৰ গোস্বামী।

প্ৰশ্ন ১২। কোন তাৰিখে সত্ৰীয়া নৃত্যই স্বীকৃতি লাভ কৰিছিল?
ক) ১০ নৱেম্বৰ
খ) ৩০ নৱেম্বৰ
গ) ১৫ নৱেম্বৰ
ঘ) ২৫ নৱেম্বৰ

উত্তৰ:- গ) ১৫ নৱেম্বৰ।

প্ৰশ্ন ১৩। কিমান‌ চনত ভবেন্দ্ৰনাথ শইকীয়াই ‘শংকৰ বঁটা’ লাভ কৰিছিল?
ক) ১৯৯০ চনত
খ) ১৯৯১ চনত
গ) ২০০০ চনত
ঘ) ১৯৯৮ চনত

উত্তৰ:- ১৯৯৮ চনত।

প্ৰশ্ন ১৪। কোনখন গ্ৰন্থৰ বাবে মেদিনী চৌধুৰীক ‘সাহিত্য অকাডেমি’ বঁটা প্ৰদান কৰিছিল?
ক) বীণবৰাগী
খ) বিপন্ন সময়
গ) বনফুল
ঘ) মৃত্যুঞ্জয়

উত্তৰ:- খ) বিপন্ন সময়।

প্ৰশ্ন ১৫। আম্বেদকাৰ বঁটা অসমৰ কোন জনী অভিনেত্ৰীক প্ৰদান কৰা হৈছিল?
ক) বৰষাৰাণী বিষয়া
খ) মলয়া গোস্বামী
গ) চেতনা দাস
ঘ) মৃদুলা বৰুৱা

উত্তৰ:- গ) চেতনা দাস।

• Assam Police AB UB Mock Test 2021 in Assamese language

প্ৰশ্ন ১৬। কিমান চনত মহিম বৰাক ‘কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা’ প্ৰদান কৰিছিল?
ক) ২০০০ চনত
খ) ১৯৯৯ চনত
গ) ২০০১ চনত
ঘ) ১৯৯০ চনত

উত্তৰ:- খ) ১৯৯৯ চনত।

প্ৰশ্ন ১৭। অৰুণ শৰ্মাক কোনখন গ্ৰন্থৰ বাবে ‘সাহিত্য অকাডেমি বঁটা’ প্ৰদান হয়?
ক) বনফুল
খ) মৃত্যুঞ্জয়
গ) আশীৰ্বাদৰ ৰং
ঘ) পিতা‌পুত্ৰ

উত্তৰ:- গ) আশীৰ্বাদৰ ৰং।

প্ৰশ্ন ১৮। অসমৰ আঞ্চলিক দল কোনটো আছিল?
ক) অসম গণ পৰিষদ
খ) ভাৰতীয় জনতা পাৰ্টী
গ) ভাৰতীয় জাতীয় কংগ্ৰেছ
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- ক) অসম গণ পৰিষদ।

প্ৰশ্ন ১৯। ‘অসম গণ পৰিষদ’ দলৰ চৰকাৰ কিমান চনত গঠন কৰা হৈছিল?
ক) ১৯৮০ চনত
খ) ১৯৯৯ চনত
গ) ১৯৮২ চনত
ঘ) ১৯৮৫ চনত

উত্তৰ:- ঘ) ১৯৮৫ চনত।

প্ৰশ্ন ২০। কিমান চনত ‘ওৰাং ৰাষ্ট্ৰীয় উদ্যান’ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?
ক) ১৯৯০ চনত
খ) ১৯৯৯ চনত
গ) ১৯০২ চনত
ঘ) ১৯০৩ চনত

উত্তৰ:- ক) ১৯৯৯ চনত।

প্ৰশ্ন ২১। অপূৰ্ব শৰ্মাক কিমান চনত ‘সাহিত্য অকাডেমি বঁটা’ প্ৰদান কৰা হৈছিল?
ক) ১৯৮৭ চনত
খ) ১৯৯০ চনত
গ) ১৯৯৯ চনত
ঘ) ২০০০ চনত

উত্তৰ:- ঘ) ২০০০ চনত।

প্ৰশ্ন ২২। প্ৰথম অসমীয়া নাটক বীণবৰাগী কেতিয়া প্ৰকাশিত হৈছিল?
ক) ১৯৩০ চনত
খ) ১৯২০ চনত
গ) ১৯৩৫ চনত
ঘ) ১৯৪০ চনত

উত্তৰ:- গ) ১৯৩৫ চনত।

প্ৰশ্ন ২৩। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে ‘জ্ঞানপীঠ বঁটা’ লাভ কৰিছিল?
ক) বীণবৰাগী
খ) মৃত্যুঞ্জয়
গ) বনফুল
ঘ) বৰকুঁৱৰী

উত্তৰ:- খ) মৃত্যুঞ্জয়।

প্ৰশ্ন ২৪। ‘বেদনাৰ উল্কা’ কাব্য সংকলন খন কাৰ ৰচনা?
ক) অতুল চন্দ্ৰ হাজৰিকা
খ) অতুল চন্দ্ৰ বৰুৱা
গ) অম্বিকাগিৰী ৰায়চৌধুৰী
ঘ) নলিনীবালা দেৱী

উত্তৰ:- গ) অম্বিকাগিৰী ৰায়চৌধুৰী।

প্ৰশ্ন ২৫। অতুলচন্দ্ৰ হাজৰিকাক কিমান চনত ‘পদ্মশ্ৰী বঁটা’ প্ৰদান কৰা হৈছিল?
ক) ১৯৭১ চনত
খ) ১৯৮০ চনত
গ) ১৯৯০ চনত
ঘ) ১৯৬৭ চনত

উত্তৰ:- ক) ১৯৭১ চনত।

প্ৰশ্ন ২৬। নলিনীবালা দেৱীক কিমান চনত ‘সাহিত্য অকাডেমি বঁটা’ প্ৰদান কৰিছিল?
ক) ১৯৬০ চনত
খ) ১৯৬৭ চনত
গ) ১৯৩০ চনত
ঘ) ১৯২০ চনত

উত্তৰ:- খ) ১৯৬৭ চনত।

প্ৰশ্ন ২৭। পবিত্ৰ তীৰ্থস্থান বশিষ্ঠাশ্ৰম কেইটা নদী প্ৰৱাহিত হৈ আছে?
ক) দুটা
খ) চাৰিটা
গ) তিনিটা
ঘ) এটা

উত্তৰ:- গ) তিনিটা।

প্ৰশ্ন ২৮। বট্ৰদৱা দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত?
ক) যোৰহাট
খ) শিৱসাগৰ
গ) কৰিমগঞ্জ
ঘ) নগাঁও

উত্তৰ:- ঘ) নগাঁও।

প্ৰশ্ন ২৯। শিৱসাগৰৰ কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰাইছিল?
ক) ১৭৪৩ চনত
খ) ১৭৪৭ চনত
গ) ১৭৬৩ চনত
ঘ) ১৭৫১ চনত

উত্তৰ:- ১৭৫১ চনত।

প্ৰশ্ন ৩০। কোল পাৰ্ক কোনে সজাইছিল?
ক) চুহুংমুং
খ) চুডাংফা
গ) নৰনাৰায়ণ
ঘ) কমিছনাৰ মি: কোল

উত্তৰ:- ঘ) কমিছনাৰ ‌মি: কোল।

• Science GK Questions in Assamese language

• ফেচবুকত আমাক লগ পাবলৈ ইয়াত:- ক্লি’ক কৰক 

• টেলিগ্ৰামত আমাক লগ পাবলৈ ইয়াত:- ক্লি’ক কৰক