Assam Police Important Question / Assam Police Question Answers 2021

Assam Police Important Question

Assam Police QuizAssam Police GK QuestionsAssam Police Constable Mock TestAssam Police Important QuestionAssam Police Question in Assamese language 

প্ৰশ্ন ১। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল?
উত্তৰ:- জগন্নাথ বৰুৱা

প্ৰশ্ন ২। স্বাধীনতা যুঁজত শ্বহীদ হোৱা প্ৰথম গৰাকী অসমীয়া কোন?
উত্তৰ:- পিয়লি ফুকন

প্ৰশ্ন ৩। ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- হিতেশ্বৰ শইকীয়া

প্ৰশ্ন ৪। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কোন চনত ‘কলা শিৰোমণি বঁটা’ লাভ কৰিছিল?
উত্তৰ:- ১৯৯১ চনত

প্ৰশ্ন ৫। ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি

প্ৰশ্ন ৬। বি.টি.এ.ডি. (BTAD) ৰ কাৰ্যবাহী পৰিষদ কাৰ নেতৃত্বত গঠিত হৈছিল?
উত্তৰ:- হাগ্ৰামা মহিলাৰী

প্ৰশ্ন ৭। বি.টি.এ.ডি. (BTAD) পৰিষদ কিমান চনত গঠন হৈছিল?
উত্তৰ:- ২০০৫ চনত

প্ৰশ্ন ৮। আলফাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?
উত্তৰ:- পিপল্‌ছ কনছালটেটিভ গ্ৰুপ চমুকৈ পি.চি.জি. (PCG)

প্ৰশ্ন ৯। “আলফা” ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ:- ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম

প্ৰশ্ন ১০। কিমান চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- ২০০৩ চনত

প্ৰশ্ন ১১। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?
উত্তৰ:- ছৈয়দা আনোৱাৰা টাইমূৰ

প্ৰশ্ন ১২। ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে? Assam Police Important Question
উত্তৰ:- মুণ্ডক

প্ৰশ্ন ১৩। অসমৰ জাতীয় চৰাই কি?
উত্তৰ:- দেওহাঁহ

প্ৰশ্ন ১৪। অসমৰ জাতীয় জন্ত্ত কি?
উত্তৰ:- এশিঙীয়া গঁড়

প্ৰশ্ন ১৫। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?
উত্তৰ:- ৰাষ্ট্ৰপতি

প্ৰশ্ন ১৬। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?
উত্তৰ:- সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

প্ৰশ্ন ১৭। প্ৰথম ভাৰতৰ আই. পি. এচ. (IPS) বিষয়া গৰাকী নাম কি?
উত্তৰ:- কিৰণ বেদী (১৯৭২)।

প্ৰশ্ন ১৮। ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা

প্ৰশ্ন ১৯। ৰাষ্ট্ৰীয় সংগীত ‘জন-গন-মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল? Assam Police Important Question
উত্তৰ:- ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত

প্ৰশ্ন ২০। ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?
উত্তৰ:- ড° বি. আৰ. আম্বেদকাৰ

প্ৰশ্ন ২১। ড° বি. আৰ. আম্বেদকাৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰ:- বাবা চাহেব ভীমৰাও আম্বেদকাৰ

প্ৰশ্ন ২২। ভাৰতীয় ৰেলৰ আটাইতকৈ দীৰ্ঘ যাত্ৰাৰ ৰেলখনৰ নাম কি?
উত্তৰ:- হিম সাগৰ এক্সপ্ৰেছ (জন্মুৰ পৰা কন্যাকুমাৰীলৈ)।

প্ৰশ্ন ২৩। কিমান চনত বৃটিছে ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰে?
উত্তৰ:- ১৯১১ চনত

প্ৰশ্ন ২৪। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাষ্ট্ৰপতিয়ে

প্ৰশ্ন ২৫। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ জনসংখ্যা কিমান আছিল?
উত্তৰ:- ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা ১০২,৭০,১৫,২৪৭ জন

•  কম্পিউটাৰ কুইজ

Assam Police Important GKAssam Police Important Quiz

প্ৰশ্ন ২৬। ২০০১ চনৰ লোকপিয়ল মতে ভাৰতৰ মুঠ সাক্ষৰতাৰ হাৰ কিমান আছিল?
উত্তৰ:- ৬৫.৩৮ শতাংশ

প্ৰশ্ন ২৭। ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

প্ৰশ্ন ২৮। কোন ব্ৰিটিছ নেতাৰ অহোপুৰুষাৰ্থ চেষ্টাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল?
উত্তৰ:- এলান অষ্টেভিয়ান হিউম (১৮৮৫ চনত)।

প্ৰশ্ন ২৯। ‘ফাডাৰ অৱ মডাৰ্ণ ইণ্ডিয়া’ বুলি কাক কোৱা হয়?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়

প্ৰশ্ন ৩০। ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?
উত্তৰ:- ১৮৮৫ চনত

প্ৰশ্ন ৩১। কাৰ সন্মানাৰ্থে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া (Gateway of India) নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জৰ ভাৰত আগমনৰ প্ৰাকমূহুৰ্ত্তত (১৯১১ চনত)।

প্ৰশ্ন ৩২। ভাৰতৰ প্ৰথম এভাৰেষ্ট শৃংগ বিজয়ী কোন?
উত্তৰ:- টেনজিং নৰ্গে

প্ৰশ্ন ৩৩। ভাৰতৰ প্ৰথম মেগাছেছ বঁটা বিজয়ী গৰাকী কোন?
উত্তৰ:- আচাৰ্য বিনোৱা ভাৱে (১৯৫৮ চন)।

প্ৰশ্ন ৩৪। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন?
উত্তৰ:- ইন্দিৰা গান্ধী

প্ৰশ্ন ৩৫। ইন্দিৰা গান্ধীয়ে কিমান চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৭২ চনত

প্ৰশ্ন ৩৬। ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৩ তম অধিৱেশনৰ সভাপতি কোন আছিল?
উত্তৰ:- এছ. শ্ৰীনিবাস আয়েঙ্গাৰ

প্ৰশ্ন ৩১। উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী মহিলা ন্যায়াধীশ কোন আছিল?
উত্তৰ:- ফাতেমা বিবি

প্ৰশ্ন ৩২। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- উমেশচন্দ্ৰ বেনৰ্জি

প্ৰশ্ন ৩৩। ‘পঞ্চবাৰ্ষিক পৰিকল্পনা নীতি’ কোনে প্ৰচলন কৰিছিল?
উত্তৰ:- পণ্ডিত জৱাহৰলাল নেহৰু

প্ৰশ্ন ৩৪। পঞ্জাৱৰ জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ নায়ক কোন আছিল?
উত্তৰ:- জেনেৰেল ডায়াৰ

প্ৰশ্ন ৩৫। ভাৰতত প্ৰথম ডাক টিকট কোন চনত প্ৰচলন কৰা হৈছিল?
উত্তৰ:- ১৯৫৪ চনত

প্ৰশ্ন ৩৬। দাণ্ডি যাত্ৰা কোন চনত হৈছিল?
উত্তৰ:- ১৯৩০ চনৰ ১২ মাৰ্চত

প্ৰশ্ন ৩৭। দাণ্ডি যাত্ৰা কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- মহাত্মা গান্ধীয়ে

প্ৰশ্ন ৩৮। দাণ্ডি যাত্ৰাত অংশ গ্ৰহণ কৰা একমাত্ৰ অসমীয়া যুঁজাৰু জন কোন আছিল?
উত্তৰ:- লীলাধৰ বৰুৱা

প্ৰশ্ন ৩৯। ভাৰতৰ প্ৰথম ইংৰাজ জেনেৰেল কোন আছিল?
উত্তৰ:- ওৱাৰেণ হেষ্টিংছ

প্ৰশ্ন ৪০। ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰ:- শ্বেৰচাহে (১৫৪২ চনত)।

প্ৰশ্ন ৪১। ভাৰতত পোন প্ৰথমে টকাৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৫৪২ চনত

প্ৰশ্ন ৪২। তাৰাপুৰ (মুম্বাই), কোটা (ৰাজস্থান), কল্পক্কম (চেন্নাই) আৰু নাৰোৰা (উত্তৰ প্ৰদেশ) এই ঠাইকেইখনৰ মাজত সম্ভন্ধ কি? Assam Police Important Question
উত্তৰ:- পাৰমাণবিক শক্তি কেন্দ্ৰ অৱস্থিত

প্ৰশ্ন ৪৩। ‘হোমৰুল আন্দোলন’ কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- বালগঙ্গাধৰ তিলক

প্ৰশ্ন ৪৪। ভাৰতৰ কোনে প্ৰথমে ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ

প্ৰশ্ন ৪৫। ৰবীন্দ্ৰনাথ ঠাকুৰে কোন চনত ন’বেল বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯১৩ চনত

প্ৰশ্ন ৪৬। আটাইতকৈ পুৰণি বেদখনৰ নাম কি?
উত্তৰ:- ঋক্ বেদ

প্ৰশ্ন ৪৭। ঢেঁকিয়াখোৱা বৰ নামঘৰ অসমৰ কোন ঠাইত আছে?
উত্তৰ:- যোৰহাট জিলা

প্ৰশ্ন ৪৮। সৌৰ জগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি গ্ৰহ

প্ৰশ্ন ৪৯। ছিকিমৰ ৰাজধানী নাম কি?
উত্তৰ:- গেংটক

প্ৰশ্ন ৫০। ডুৰাণ্ড কাপ কি খেলৰ সৈতে জড়িত?
উত্তৰ:- ফুটবল

• Olympics GK Quiz in Assamese language

JOIN OUR TELEGRAM CHANNEL :- Click Here