Assam Police Important Questions Answers 2021Important Assam Police Questions Answers 2021

Assam Police Important Questions Answers 2021

Assam Police MCQAssam Police GK QuestionsAssam Police Constable Question Paper 2021Assam Police Important QuestionAssam Police Question Paper 2021Assam Police Constable Mock TestAssam Police Important GK 2021Assam Police MCQ 2021Assam Police GK 2021 in Assamese languageAssam Police Quiz 2021

Assam Police Important Questions Answers 2021

প্ৰশ্ন ১। আমেৰিকা বিপ্লৱ‌ কেতিয়া হৈছিল?

উত্তৰ:- ৪ জুলাই, ১৭৭৬ চনত।

প্ৰশ্ন ২। ফৰাচী বিপ্লৱ‌ কেতিয়া হৈছিল?

উত্তৰ:- ১৪ জুলাই, ১৭৭৯ চনত।

প্ৰশ্ন ৩। আইৰিচ বিপ্লৱ কেতিয়া হৈছিল?

উত্তৰ:- ১৯১৬ চনত।

প্ৰশ্ন ৪। ৰুছ বিপ্লৱ কেতিয়া হৈছিল?

উত্তৰ:- ৭ নৱেম্বৰ, ১৯১৭ চনত।

প্ৰশ্ন ৫। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল?

উত্তৰ:- ৮ আগষ্ট, ১৯৪২ চনত।

প্ৰশ্ন ৬। বাংলাদেশৰ বিপ্লৱ কেতিয়া হৈছিল?

উত্তৰ:- ২৬ মাৰ্চ, ১৯৭১ চনত।

প্ৰশ্ন ৭। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?

উত্তৰ:- এছিয়া মহাদেশ।

প্ৰশ্ন ৮। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম কি?

উত্তৰ:- প্ৰশান্ত মহাসাগৰ।

প্ৰশ্ন ৯। পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি?

উত্তৰ:- ছেলট’ এঞ্জেল (ভেনিজুৱেলা)।

প্ৰশ্ন ১০। ছপাশালৰ উদ্ভাৱন কোনে কৰিছিল?

উত্তৰ:- জন গুটেনবাৰ্গ (জাৰ্মানী ১৪৫৪ খ্ৰীষ্টাব্দত)।

প্ৰশ্ন ১১। কেলকুলেটিং মেছিন কোনে উদ্ভাৱন কৰিছিল?

উত্তৰ:- ব্ৰেইজ পাস্কেল ( ফ্ৰান্স ১৬৪২ খ্ৰীষ্টাব্দত)।

প্ৰশ্ন ১২। ভাৰতবৰ্ষৰ সৰ্বাধিক জনবসতিৰ ৰাজ্য খনৰ নাম কি?

উত্তৰ:- পশ্চিমবংগ।

প্ৰশ্ন ১৩। ভাৰতৰ দীৰ্ঘতম ওলোমা দলং খনৰ নাম কি ?

উত্তৰ:- বিদ্যাসাগৰ সেতু, কলিকতা।

প্ৰশ্ন ১৪। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰী নাম কি?

উত্তৰ:- জাপানৰ মাউণ্ট আচো।

প্ৰশ্ন ১৫। পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যা থকা দেশ খনৰ নাম কি?

উত্তৰ:- ভেটিকান চিটি।

• Assam Police Question Answer 2021 – অসম পুলিছ প্ৰশ্ন ২০২১

প্ৰশ্ন ১৬। পৃথিৱীৰ আটাইতকৈ শীতল ঠাই খনৰ নাম কি?

উত্তৰ:- ভাখুয়ানক্স ( ছাইবেৰিয়া)।

প্ৰশ্ন ১৭। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী স্থলচৰ প্ৰাণী বিধৰ নাম কি?

উত্তৰ:- চিতাবাঘ।

প্ৰশ্ন ১৮। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাইটোক নাম কি?

উত্তৰ:- ছুইফট।

প্ৰশ্ন ১৯। পৃথিৱীৰ আটাইতকৈ বৃহত্তম বেংকটোৰ‌ নাম কি?

উত্তৰ:- বেংক অফ আমেৰিকা।

প্ৰশ্ন ২০। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম চৰাইটোৰ নাম কি?
উত্তৰ:- হামিংবাৰ্ড।

প্ৰশ্ন ২১। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি?

উত্তৰ:- উমানন্দ ( অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত। আছে)।

প্ৰশ্ন ২২। ভাৰতৰ ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্য খনৰ নাম কি?

উত্তৰ:- চিকিম।

প্ৰশ্ন ২৩। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি?

উত্তৰ:- অষ্ট্ৰেলিয়া।

প্ৰশ্ন ২৪। ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি?

উত্তৰ:- মৌচিমৰাম, মেঘালয়।

প্ৰশ্ন ২৫। ভাৰতৰ বৃহত্তম হ্ৰদটোৰ নাম কি?

উত্তৰ:- কাল্লেৰু, অন্ধ্ৰপ্ৰদেশ (৯০০ বৰ্গ কিলোমিটাৰ)।

প্ৰশ্ন ২৬। ভাৰতৰ সোণৰ খনি থকা ঠাইখনৰ নাম কি?

উত্তৰ:- কৰ্ণাটকৰ ‘কোলাৰ’।

প্ৰশ্ন ২৭। ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি?

উত্তৰ:- অমৰনাথ গুহা (৫০ মিটাৰ বহল, ২৫ মিটাৰ ওখ)।

প্ৰশ্ন ২৮। ভাৰতৰ বৃহত্তম গুহা মন্দিৰটোৰ নাম কি?

উত্তৰ:- ইলোৰা ( মহাৰাষ্ট্ৰ)।

প্ৰশ্ন ২৯। পৃথিৱীৰ বৃহত্তম ঘন্টাটোৰ নাম কি?

উত্তৰ:- মস্কোৰ পিতলৰ ঘন্টাৰ (২০০ টন)।

প্ৰশ্ন ৩০। পৃথিৱীৰ বৃহত্তম মছজিদ টোৰ নাম কি?

উত্তৰ:- শ্বাহ ফাইছল মছজিদ (পাকিস্তান)।

• GK in Assamese language

JOIN OUR TELEGRAM GROUP:- Click Here