Assam Police Important Questions Answers 2021 – Important Assam Police Questions Answers 2021

Assam Police MCQ – Assam Police GK Questions – Assam Police Constable Question Paper 2021 – Assam Police Important Question – Assam Police Question Paper 2021 – Assam Police Constable Mock Test – Assam Police Important GK 2021 – Assam Police MCQ 2021 – Assam Police GK 2021 in Assamese language – Assam Police Quiz 2021
Assam Police Important Questions Answers 2021
প্ৰশ্ন ১। আমেৰিকা বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ:- ৪ জুলাই, ১৭৭৬ চনত।
প্ৰশ্ন ২। ফৰাচী বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ:- ১৪ জুলাই, ১৭৭৯ চনত।
প্ৰশ্ন ৩। আইৰিচ বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ:- ১৯১৬ চনত।
প্ৰশ্ন ৪। ৰুছ বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ:- ৭ নৱেম্বৰ, ১৯১৭ চনত।
প্ৰশ্ন ৫। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল?
উত্তৰ:- ৮ আগষ্ট, ১৯৪২ চনত।
প্ৰশ্ন ৬। বাংলাদেশৰ বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ:- ২৬ মাৰ্চ, ১৯৭১ চনত।
প্ৰশ্ন ৭। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
উত্তৰ:- এছিয়া মহাদেশ।
প্ৰশ্ন ৮। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম কি?
উত্তৰ:- প্ৰশান্ত মহাসাগৰ।
প্ৰশ্ন ৯। পৃথিৱীৰ উচ্চতম জলপ্ৰপাতটোৰ নাম কি?
উত্তৰ:- ছেলট’ এঞ্জেল (ভেনিজুৱেলা)।
প্ৰশ্ন ১০। ছপাশালৰ উদ্ভাৱন কোনে কৰিছিল?
উত্তৰ:- জন গুটেনবাৰ্গ (জাৰ্মানী ১৪৫৪ খ্ৰীষ্টাব্দত)।
প্ৰশ্ন ১১। কেলকুলেটিং মেছিন কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- ব্ৰেইজ পাস্কেল ( ফ্ৰান্স ১৬৪২ খ্ৰীষ্টাব্দত)।
প্ৰশ্ন ১২। ভাৰতবৰ্ষৰ সৰ্বাধিক জনবসতিৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- পশ্চিমবংগ।
প্ৰশ্ন ১৩। ভাৰতৰ দীৰ্ঘতম ওলোমা দলং খনৰ নাম কি ?
উত্তৰ:- বিদ্যাসাগৰ সেতু, কলিকতা।
প্ৰশ্ন ১৪। পৃথিৱীৰ আটাইতকৈ ডাঙৰ আগ্নেয়গিৰী নাম কি?
উত্তৰ:- জাপানৰ মাউণ্ট আচো।
প্ৰশ্ন ১৫। পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যা থকা দেশ খনৰ নাম কি?
উত্তৰ:- ভেটিকান চিটি।
• Assam Police Question Answer 2021 – অসম পুলিছ প্ৰশ্ন ২০২১
প্ৰশ্ন ১৬। পৃথিৱীৰ আটাইতকৈ শীতল ঠাই খনৰ নাম কি?
উত্তৰ:- ভাখুয়ানক্স ( ছাইবেৰিয়া)।
প্ৰশ্ন ১৭। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী স্থলচৰ প্ৰাণী বিধৰ নাম কি?
উত্তৰ:- চিতাবাঘ।
প্ৰশ্ন ১৮। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাইটোক নাম কি?
উত্তৰ:- ছুইফট।
প্ৰশ্ন ১৯। পৃথিৱীৰ আটাইতকৈ বৃহত্তম বেংকটোৰ নাম কি?
উত্তৰ:- বেংক অফ আমেৰিকা।
প্ৰশ্ন ২০। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম চৰাইটোৰ নাম কি?
উত্তৰ:- হামিংবাৰ্ড।
প্ৰশ্ন ২১। পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি?
উত্তৰ:- উমানন্দ ( অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত। আছে)।
প্ৰশ্ন ২২। ভাৰতৰ ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্য খনৰ নাম কি?
উত্তৰ:- চিকিম।
প্ৰশ্ন ২৩। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ খনৰ নাম কি?
উত্তৰ:- অষ্ট্ৰেলিয়া।
প্ৰশ্ন ২৪। ভাৰতৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইখনৰ নাম কি?
উত্তৰ:- মৌচিমৰাম, মেঘালয়।
প্ৰশ্ন ২৫। ভাৰতৰ বৃহত্তম হ্ৰদটোৰ নাম কি?
উত্তৰ:- কাল্লেৰু, অন্ধ্ৰপ্ৰদেশ (৯০০ বৰ্গ কিলোমিটাৰ)।
প্ৰশ্ন ২৬। ভাৰতৰ সোণৰ খনি থকা ঠাইখনৰ নাম কি?
উত্তৰ:- কৰ্ণাটকৰ ‘কোলাৰ’।
প্ৰশ্ন ২৭। ভাৰতৰ বৃহত্তম গুহাটোৰ নাম কি?
উত্তৰ:- অমৰনাথ গুহা (৫০ মিটাৰ বহল, ২৫ মিটাৰ ওখ)।
প্ৰশ্ন ২৮। ভাৰতৰ বৃহত্তম গুহা মন্দিৰটোৰ নাম কি?
উত্তৰ:- ইলোৰা ( মহাৰাষ্ট্ৰ)।
প্ৰশ্ন ২৯। পৃথিৱীৰ বৃহত্তম ঘন্টাটোৰ নাম কি?
উত্তৰ:- মস্কোৰ পিতলৰ ঘন্টাৰ (২০০ টন)।
প্ৰশ্ন ৩০। পৃথিৱীৰ বৃহত্তম মছজিদ টোৰ নাম কি?
উত্তৰ:- শ্বাহ ফাইছল মছজিদ (পাকিস্তান)।
• JOIN OUR TELEGRAM GROUP:- Click Here