Assam Police Mock Test in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটোত বিশ্ব সাহিত্য কুইজ (Culture Mock Test in Assamese language) ৰ ওপৰত ভিত্তি কৰি Assam Police Mock Test ৰ বাবে মুঠ ১০ টা গুৰুত্বপূৰ্ণ অসমীয়া মৰ্কটেষ্ট আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ আমাৰ এই অসমীয়া কুইজ কেইটা আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ APSC, UPCS, SSC, APDCL, TET আদিৰ বাবে সহায়ক হ’ব। লগতে আপুনি প্ৰতিদিনে Free Online Assamese Mock Test দিবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত Join হৈ ল’ব পাৰে। লিংক বাবে – ইয়াত ক্লি’ক কৰক!
Mock Test in Assamese language / Assam TET Mock Test in Assamese Medium
এই মৰ্কটেষ্টৰ অধিসূচনা হৈছে তলত দিয়া ধৰণৰ –
- মুঠ প্ৰশ্ন = ১০ টা
- প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া সময় = ১৫ ছেকেণ্ড
- উত্তীৰ্ণ হ’বলৈ কৰিব লাগিব = ৭০% (দুনাই দিব পাৰিব।)
- ভাষা = অসমীয়া
- আৰম্ভ কৰিবলৈ তলৰ “START QUIZ” ত ক্লি’ক কৰক!
পৰৱৰ্তী Assamese GK Mock Test (Part-1)👉👇
অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।