Assam Police Mock Test in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assam Police MCQ” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসমৰ TET পৰীক্ষা Moct Test, APSC Mock Test, UPSC Mock Test , SSC GD Mock Test পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে। প্ৰতিদিনে Free অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW
Assam Police Constable Mock Test in Assamese language
Assam TET EVS Mock Test in Assamese Medium – অসমীয়া সাহিত্য কুইজ
Results
অভিনন্দন আপোনাৰ লৈ!🙏💐
অধিক সাধাৰণ জ্ঞান ফলাফল বৃদ্ধি কৰিবলৈ সাধাৰণ জ্ঞানৰ কিতাপসমূহ দখল কৰক যিয়ে আপোনাক অধিক সফল হোৱাত সহায় কৰিব।
প্ৰয়োজনীয় সাধাৰণ জ্ঞানৰ কিতাপসমূহ দখল কৰক যিয়ে আপোনাক সফল হোৱাত সহায় কৰিব।
#1. পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে?
#2. কপৌফুল হ’ল এবিধ __।
#3. পৰিৱেশ সুৰক্ষা আইন কোন চনত বলবৎ হৈছিল?
#4. তলৰ কোনবিধ মাংসভোজী উদ্ভিদ?
#5. লাইন অব কণ্ট্রল ক’ত অবস্থিত?
#6. অসমৰ মুঠ জিলা আৰু মহকুমাৰ সংখ্যা কিমান?
#7. তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে?
#8. ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি?
#9. লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত?
#10. টুচু দেৱী হৈছে চাহ-জনগোষ্ঠী লোকসকলৰ __।
#11. কম্পিউটাৰে যি ভাষা বুজি পায় তাক __ বোলে।
#12. মৃতকক শ্ৰদ্ধা জনাবলৈ টাই-আহোমসকলে পালন কৰা এটি বিশেষ অনুষ্ঠান হৈছে __।
#13. বাথৌ পুজা কোন জনগোষ্ঠীৰ বৈশিষ্ট্য?
#14. তলৰ ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন?
#15. ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি?
#16. তলৰ কোনখন চহৰত উৰাজাহাজ নির্মাণ কৰা হয়?
#17. আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ কেইটা দ্বীপ আছে?
#18. কোনবিধ পদাৰ্থৰ কাৰণে গছৰ পাত সেউজীয়া হয়?
#19. ভাৰত মহাসাগৰৰ আটাইতকৈ গভীৰতম খাদটো নাম কি?
#20. নেটওৱৰ্কিং কম্পিউটাৰৰ পৰস্পৰ সংযোগ কৰা পদ্ধতিটোৰ নাম কি?
অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। (Assam Police Mock Test in Assamese language)