নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (20 September, 2021) কুইজসমূহ আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

ৰাষ্ট্ৰীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱস বা CA দিৱস প্ৰতি বছৰৰ কোন তাৰিখত পালন কৰা হয়?

 
 
 

আন্তৰ্জাতিক ৰঙা পাণ্ডা দিৱস প্ৰতি বছৰে কোন টো দিনত চিহ্নিত কৰা হয়?

 
 
 
 

আন্তৰ্জাতিক উপকূলীয় পৰিষ্কাৰকৰণ দিৱস ২০২১ ৰ বিষয়বস্তু কি?

 
 
 
 

SCO কাউন্সিল অৱ ষ্টেটৰ ২১ তম বৈঠকত ব্যক্তিগতভাৱে ভাৰতৰ প্ৰতিনিধি কোন আছিল?

 
 
 
 

ভাৰতৰ ৬১ তম ছফ্টৱেৰ টেকন’লজী পাৰ্ক চেণ্টাৰ ক’ত উদ্বোধন কৰা হৈছিল?

 
 
 
 

ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম লিমিটেডৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

 
 
 
 

‘Translating Myself and Others’ কিতাপখনৰ লেখক কোন?

 
 
 
 

প্ৰতি বছৰে ২৩ জুলাইত কি দিৱস হিচাপে পালন কৰা হয়?

 
 
 
 

কোন তাৰিখে International Equal Pay Day পালন কৰা হয়?

 
 
 
 

ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে জুলাই মাহৰ কোন দিনটোত আন্তৰ্জাতিক সমবায় দিৱস উদযাপন কৰে?