Assam Police Mock Test / TET Mock Test in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assam Police Mock Test” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। প্ৰতিদিনে Free Assamese Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW
Assamese GK Quiz 2022 / অসমীয়া সাধাৰণ জ্ঞান MCQ
Results
#1. ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে __ ।
#2. কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?
#3. ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?
#4. তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে?
#5. ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয় শাসিত অঞ্চল কি?
#6. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাক কোন আছিল?
#7. "নামদফা ৰাষ্ট্ৰীয় উদ্যান" ক'ত অৱস্থিত?
#8. কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল?
#9. মিজোৰামৰ উচ্চতম পর্বতটো নাম কি?
#10. কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?
#11. "RTGS" ৰ সম্পূৰ্ণ নাম কি?
#12. NEFT ৰ সম্পূৰ্ণ নাম কি?
#13. ১৯০৪ চনত ভাৰতৰ ক'ত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল?
#14. "অসম সৰ্বশিক্ষা অভিযান মিচন" কোন চনত গঠন হৈছিল?
#15. তলৰ কোনখন পৰিকলিপ চহৰ নহয়?
#16. ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজনৰ নাম কি?
#17. ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি?
#18. মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল?
#19. অৰণ্য ধ্বংসৰ পৰিণতি হৈছে _ ।
#20. ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি?
There is to wrong answer
RTGS – Real time gross settlement
NEFT – national electronic fund transfer