Assam Police Mock Test – Assam Police AB UB Mock Test in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা Assam Police Mock Test সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া MCQ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে।

Assam Police Mock Test 2021-22 in Assamese / Mock Test in Assamese language
নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত 18 September 2021 Current Affairs কুইজসমূহ আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।
• Assam Police Important Questions and Answers
JOIN OUR TELEGRAM 👉 Click Here