Assam Police Question Answer 2021অসম পুলিছ প্ৰশ্ন ২০২১অসম আৰক্ষী প্ৰশ্নঅসম পুলিছ কুইজ

Assam Police Question Answer 2021

Assam Police Question Answer Assam Police GK QuestionsAssam Police Constable Question Paper 2021Assam Police Important QuestionAssam Police Question Paper 2021Assam Police Constable Mock TestAssam Police Important GK 2021Assam Police MCQ 2021Assam Police GK 2021 in Assamese languageAssam Police Quiz 2021

প্ৰশ্ন ১। অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত ?
ক) গণেশগুৰি
খ) উলুবাৰী
গ) দিছপুৰ
ঘ) জালুকবাৰী

উত্তৰ:- খ) উলুবাৰী

প্ৰশ্ন ২। অসম‌ আৰক্ষীৰ কিমানটা‌ I.R ( Indian Reserve) বেটেলিয়ন আছে?
ক) ৭ টা
খ) ১০ টা
গ) ৬ টা
ঘ) ৯ টা

উত্তৰ:- ঘ) ৯ টা

প্ৰশ্ন ৩। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে ?
ক) ৭ টা
খ) ১৬ টা
গ) ৩০ টা
ঘ) ৬ টা

উত্তৰ:- ক) ৭ টা

প্ৰশ্ন ৪। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
ক) উলুবাৰী
খ) দিছপুৰ
গ) মান্দাকাটা
ঘ) হাফলং

উত্তৰ:- গ) মান্দাকাটা

প্ৰশ্ন ৫। 1861 চনৰ পুলিচ আইন অনুসৰি অসম পুলিচৰ কেইটা ভাগ আছিল?
ক) ১১ টা
খ) ৬ টা
গ) ৪ টা
ঘ) ৫ টা

উত্তৰ:- গ) ৪ টা

প্ৰশ্ন ৬। আমাৰ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি?
ক) আছাম ৰাইফলছ
খ) ৰাষ্ট্ৰীয় ৰাইফলৰ
গ) চি আৰ পি এফৰ
ঘ) বি এছ এফৰ

উত্তৰ:- ক) আছাম ৰাইফলছ

প্ৰশ্ন ৭। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয় কেতিয়া স্থাপন কৰা হৈছিল?
ক) ২০১৪ চনত
খ) ২০১৬ চনত
গ) ২০১৫ চনত
ঘ) ২০১৩ চনত

উত্তৰ:- গ) ২০১৫ চনত

প্ৰশ্ন ৮। চতুৰ্থ অসম পুলিচ বেটেলিয়ন (APBN) ৰ মূখ্য কাৰ্যালয় ক’ত অৱস্থিত?
ক) নলবাৰী
খ) গুৱাহাটী
গ) যোৰহাট
ঘ) ডিব্ৰুগড়

উত্তৰ:- খ) গুৱাহাটী

প্ৰশ্ন ৯। স্বাধীনতাৰ সময়ত অসম পুলিচৰ সংখ্যা কিমান আছিল?
ক) ৮,০০০ জন
খ) ১৫,০০০ জন
গ) ১০,০০০ জন
ঘ) ১,০০,০০০ জন

উত্তৰ:- ক) ৮,০০০ জন

প্ৰশ্ন ১০। অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছিল?

ক) ২০০০ চনত
খ) ১৯৭৫ চনত
গ) ১৯৯৯ চনত
ঘ) ১৯৯৬ চনত

উত্তৰ:- ঘ) ১৯৯৬ চনত

প্ৰশ্ন ১১। অসম পুলিচৰ বৰ্তমান ষ্টেণ্ডাৰ্ড ইছ্যু (standard Issue) আগ্নেয়াস্ত্ৰ কি?
ক) এ কে এম
খ) লি এনফিল্ড .৩০৩ ৰাইফল
গ) ইনছাছ ৰাইফল
ঘ) এ কে ৪৭

উত্তৰ:- গ) ইনছাছ ৰাইফল

প্ৰশ্ন ১২। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোতে অসমৰ ৰজা কোন আছিল?
ক) চুকাফা
খ) প্ৰতাপ সিংহ
গ) চন্দ্ৰকান্ত সিংহ
ঘ) শিৱ সিংহ

উত্তৰ:- গ) চন্দ্ৰকান্ত সিংহ

প্ৰশ্ন ১৩। বংগৰ শাসন কৰ্তা মহম্মদ বিন বখতিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?
ক) সন্ধ্যা
খ) পৃথু
গ) সমুদ্ৰ বৰ্মন
ঘ) বৈদ্যদেৱ

উত্তৰ:- খ) পৃথু

প্ৰশ্ন ১৪। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি?
ক) সত্ৰ সমুহ
খ) দেৱালয় সমুহ
গ) নামঘৰ সমুহ
ঘ) মন্দিৰ সমুহ

উত্তৰ:- ক) সত্ৰ সমুহ

প্ৰশ্ন ১৫। কোনজন আহোম ৰজাই‌ শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা-বাহন দিছিল?
ক) মিলামুদ্দিন
খ) চুকাফা
গ) চুহুংমুং
ঘ) নিজামুদ্দিন

উত্তৰ:- গ) চুহুংমুং

প্ৰশ্ন ১৬। আহোম সকল অসমলৈ অহাৰ আগতে ক’ত বসবাস কৰিছিল?

ক) অৰুণাচল প্ৰদেশ
খ) মাওলুং ৰাজ্যত
গ) গাৰো পাহাৰত
ঘ) ডিমাপুৰ

উত্তৰ:- খ) মাওলুং ৰাজ্যত

প্ৰশ্ন ১৭। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
ক) নৰনাৰায়ণ
খ) বিশ্বসিংহ
গ) ৰঘুদেৱ
ঘ) চক্ৰধ্বজ

উত্তৰ:- গ) ৰঘুদেৱ

প্ৰশ্ন ১৮। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল?
ক) ১৫৮০ খ্ৰীঃ
খ) ১৫৮১ খ্ৰীঃ
গ) ১৫৪০ খ্ৰীঃ
ঘ) ১৫৯০ খ্ৰীঃ

উত্তৰ:- খ) ১৫৮১ খ্ৰীঃ

প্ৰশ্ন ১৯। অসম পুলিচে ব্যৱহাৰ কৰা ‘ৰায়ত control ‘ ( Riot Control) ৰ গাড়ী খনৰ নাম কি?
ক) বজ্ৰ
খ) চক্ৰ
গ) থ্ৰৰ
ঘ) জীপছী

উত্তৰ:- ক) বজ্ৰ

প্ৰশ্ন ২০। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল?
ক) দুৰ্লভ
খ) নৰনাৰায়ণ
গ) তাম্ৰধ্বজ নাৰায়ণ
ঘ) চক্ৰধ্বজ

উত্তৰ:- গ) তাম্ৰধ্বজ নাৰায়ণ

• Assam Police Question Answer 2021 

JOIN OUR TELEGRAM CHANNEL:- Click Here