Assam Police Question Answer 2021 in Assamese languageঅসম পুলিচৰ লিখিত পৰীক্ষা বাবে প্ৰশ্ন আৰু উত্তৰ 

Assam Police Question Answer 2021 in Assamese language

Assam Police Question Answer 2021 in Assamese language – Assam Police GK Question And Answer

প্ৰশ্ন ১। অসমৰ সৰ্বপ্ৰথম স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- আনন্দৰাম বৰুৱা।

প্ৰশ্ন ‌২। অসমৰ‌ সৰ্বপ্ৰথম আৰু এতিয়ালৈকে একমাত্ৰ দাদাচাহেব ফাল্কে বঁটা লাভ কৰা ব্যক্তি গৰাকী কোন? Assam Police Question Answer

উত্তৰ:- ড° ভূপেন হাজৰিকা।

প্ৰশ্ন ৩। অসমৰ সৰ্বপ্ৰথম কথাছবি পৰিচালক গৰাকী কোন?

উত্তৰ:- প্ৰমথেশ বৰুৱা।

প্ৰশ্ন ৪। অসমৰ সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকীৰ‌ নাম কি?

উত্তৰ:- ফখৰুদ্দিন আলি আহমেদ।

প্ৰশ্ন ৫। অসমৰ সৰ্বপ্ৰথম গদ্য লিখক ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- ভট্টদেৱ।

প্ৰশ্ন ৬। অসমৰ সৰ্বপ্ৰথম বোলছবি খনৰ নাম কি?

উত্তৰ:- জয়মতী‌

প্ৰশ্ন ৭। অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী লিখক ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- হলিৰাম ঢেকিয়াল ফুকন।

প্ৰশ্ন ৮। অসমৰ সৰ্বপ্ৰথম চাহ খেতিয়ক ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- মনিৰাম দেৱান।

প্ৰশ্ন ৯। অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা ব্যক্তি গৰাকী কোন?

উত্তৰ:- পিয়লী ফুকন।

প্ৰশ্ন ১০। অসমৰ সৰ্বপ্ৰথম নাট্যকাৰ ব্যক্তি গৰাকী কোন?

উত্তৰ:- ব্ৰজ শৰ্মা।

প্ৰশ্ন ১১। অসমৰ‌ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি গৰাকী কোন আছিল? Assam Police Question Answer

উত্তৰ:- দেৱকান্ত বৰুৱা।

প্ৰশ্ন ১২। অসমৰ সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল?

উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী।

প্ৰশ্ন ১৩। অসমৰ সৰ্বপ্ৰথম ৰিজাৰ্ভ বেংকৰ ‌সঞ্চালক গৰাকী কোন আছিল?

উত্তৰ:- গণেশ ফুকন।

প্ৰশ্ন ১৪। অসমৰ সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেন্সনাৰ গৰাকী কোন আছিল?

উত্তৰ:- নলিনীবালা দেৱী।

প্ৰশ্ন ১৫।‌ অসমৰ সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- চৈয়দা আনোৱাৰা টাইমূৰ।

• Assamese General Knowledge 2021

প্ৰশ্ন ১৬। অসমৰ সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী কোন আছিল?

উত্তৰ:- ৰেণুকা দেৱী বৰকটকী।

প্ৰশ্ন ১৭। অসমৰ সৰ্বপ্ৰথম সাহিত্য সভাৰ সভাপতি গৰাকীৰ নাম কি?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা।

প্ৰশ্ন ১৮। অসমৰ সৰ্বপ্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ:- অৰুণোদয়।

প্ৰশ্ন ১৯। অসমত সৰ্বপ্ৰথম ছপাশাল ক’ত স্থাপন কৰা হৈছিল?

উত্তৰ:- মিছন প্ৰেছ, শিৱসাগৰ।

প্ৰশ্ন ২০। অসমৰ সৰ্বপ্ৰথম মহিলা পাইলট গৰাকীৰ নাম কি?

উত্তৰ:- ধীৰা হাজৰিকা।

প্ৰশ্ন ২১। অসমৰ সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন? Assam Police Question Answer

উত্তৰ:- ড° বাণীকান্ত কাকতি।

প্ৰশ্ন ২২। অসমৰ পৰা সৰ্বপ্ৰথম বিলাতলৈ যোৱা অসমীয়া ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ:- আনন্দৰাম বৰুৱা।

প্ৰশ্ন ২৩। অসমৰ সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰা ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰশ্ন ২৪। অসমৰ সৰ্বপ্ৰথম অসমীয়া পি.এইচ.ডি ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ:- মইদুল ইছলাম বৰা।

প্ৰশ্ন ২৫। অসমৰ সৰ্বপ্ৰথম অসমীয়া মেডিকেল ছাৰ্ভিচ পাছ কৰা ব্যক্তি গৰাকীৰ নাম কি?

উত্তৰ:- কৰ্ণেল শিৱৰাম বৰুৱা।

প্ৰশ্ন ২৬। অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তি দুগৰাকী কোন কোন?

উত্তৰ:- সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।

প্ৰশ্ন ২৭। অসমৰ‌ সৰ্বপ্ৰথম সাহিত্য অকাডেমি বঁটা বিজয়ী ব্যক্তি গৰাকী কোন আছিল?

উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা ( ১৯৫৫)।

প্ৰশ্ন ২৮। অসমৰ সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ গৰাকী কোন আছিল?

উত্তৰ:- বলিনাৰায়ণ বৰা।

প্ৰশ্ন ২৯। অসমৰ সৰ্বপ্ৰথম অসমীয়া ডি.লিট ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ:- সূৰ্য্য কুমাৰ বৰুৱা।

প্ৰশ্ন ৩০। অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তি গৰাকী কোন?

উত্তৰ:- ড° লক্ষ্মী দেৱী।

• Assam Police Important Questions Answers 2021

JOIN OUR TELGRAM:- Click Here