Assamese General Knowledge 2021অসমীয়া সাধাৰণ জ্ঞান ২০২১

Assamese General Knowledge 2021

Assamese General Knowledge 2021 – Assamese GK 2021 – World GK in Assamese language – Assamese World GK – World GK Quiz in Assamese language – World MCQ in Assamese language

বিশ্ব কুইজ ২০২১বিশ্ব সাধাৰণ জ্ঞান ২০২১বিশ্ব কুইজ 2021সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ ২০২১

প্ৰশ্ন ১। আন্দামান আৰু নিকোবৰ মাজৰ সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ১০ ডিগ্ৰী চেনেল।

প্ৰশ্ন ২।‌ নামিবিয়া আৰু এংগোলাৰ আন্তৰ্জাতিক সীমা ৰেখা ডালক কি বোলে?

উত্তৰ:- ১৬ তম পেৰেলেল লাইন।

প্ৰশ্ন ৩। উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনামৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ১৭ তম পেৰেলেল লাইন।

প্ৰশ্ন ৪। ভাৰত আৰু পাকিস্তানৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ৰেডক্লিফ লাইন।

প্ৰশ্ন ৫। ভাৰতীয় কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- লাইন অফ কন্ট্ৰোল (LOC)।

প্ৰশ্ন ৬। উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ৩৮ তম পেৰেলেল লাইন।

প্ৰশ্ন ‌৭। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ৪৯ তম পেৰেলেল লাইন।

প্ৰশ্ন ৮। গ্ৰেট আন্দামান আৰু লিটল আন্দামানৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ডানকান পেকেজ।

প্ৰশ্ন ৯। পাক অধিকৃত কাশ্মীৰ আৰু আফগানিস্তানৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ডুৰাণ্ড লাইন।

প্ৰশ্ন ১০। লাক্ষাদ্বীপ আৰু মিনিকয়ৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ৯ ডিগ্ৰী চেনেল।

প্ৰশ্ন ১১। ভাৰত আৰু চীনৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- মেকমোহন লাইন।

প্ৰশ্ন ১২। জাৰ্মানী আৰু ফ্ৰান্সৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ছিগফ্ৰিড লাইন।

প্ৰশ্ন ১৩। ইৰান আৰু ইৰাকৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- ছাত-এল-আৰৱ।

প্ৰশ্ন ১৪। জাৰ্মানী আৰু পোলেণ্ডৰ আন্তৰ্জাতিক সীমা ৰেখা ডালৰ নাম কি?

উত্তৰ:- হিণ্ডেনবাৰ্গ লাইন।

প্ৰশ্ন ১৫। কেংগেৰুৰ ভূমি বুলি কোন‌খন দেশক কোৱা হয়?

উত্তৰ:- অষ্ট্ৰেলিয়া।

• Science and Geography Quiz in Assamese language

প্ৰশ্ন ১৬। অষ্ট্ৰিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- ইউৰো।

প্ৰশ্ন ১৭। অষ্ট্ৰেলিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- অষ্ট্ৰেলিয়ান ডলাৰ।

প্ৰশ্ন ১৮। আলবেনিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- লেক।

প্ৰশ্ন ১৯। আৰ্জেন্টিনাৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- পেছো।

প্ৰশ্ন ২০। নাইজেৰিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- নাইৰা।

প্ৰশ্ন ২১। নৰৱে মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- ক্ৰোন।

প্ৰশ্ন ২২। পানামা মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- বেলবো।

প্ৰশ্ন ২৩। পৰ্টুগালৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- এছকুডো।

প্ৰশ্ন ২৪। ফিনলেণ্ডৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- মাৰ্কা।

প্ৰশ্ন ২৫। পেৰুৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- নুয়েভো ছোল।

প্ৰশ্ন ২৬। কম্বোডিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- ৰিয়াল।

প্ৰশ্ন ২৭। ৰুৱাণ্ডাৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- ৰুৱাণ্ডা ফ্ৰাংক।

প্ৰশ্ন ২৮। চাইপ্ৰাছৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- চাইপ্ৰাছ পাউণ্ড।

প্ৰশ্ন ২৯। গাম্বিয়াৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- ডালাছি।

প্ৰশ্ন ৩০। ঘানাৰ মুদ্ৰাক কি বুলি কোৱা হয়?

উত্তৰ:- চেডি।

• Indian History GK in Assamese language – অসমীয়া ইতিহাস কুইজ

JOIN OUR TELEGRAM CHANNEL:- Click Here