Assamese GK 2021 Assam GK 2021 in Assamese language Assam National Park GKAssamese GK MCQAssam MCQ in Assamese languageঅসমীয়া সাধাৰণ জ্ঞান ২০২১সাধাৰণ জ্ঞান MCQ Assam Police GK in Assamese language Current Affairs in Assamese language

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

দিহিং পাটকাই অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

অসমৰ কোনখন অভয়াৰণ্যত গৰম পানীৰ উঁহ আছে?

 
 
 
 

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্হিত?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ক’ত অৱস্হিত?

 
 
 
 

বৰ্তমান অসমৰ মুঠ অভয়াৰণ্য কেইখন?

 
 
 
 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত আছে?

 
 
 
 

ওৰাং অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোন বন বিভাগৰ ভিতৰত অন্তৰ্গত?

 
 
 
 

বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন?

 
 
 
 

অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক ‘প্ৰজেক্ট টাইগাৰ’ বুলি কোৱা হয়?

 
 
 
 

অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?

 
 
 
 

বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্হান কিমান?

 
 
 
 

অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ IUGN ৰ শাখাটো কি?

 
 
 
 

অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?

 
 
 
 

দিহিং পাটকাইক বন্যপ্ৰাণী অভয়াৰণ্য বুলি কেতিয়া ঘোষণা কৰিছিল?

 
 
 
 

কাজিৰঙা অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

মানাহ অভয়াৰণ্যক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল?

 
 
 
 

বৰ্তমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান?

 
 
 
 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?

 
 
 
 

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত?