Assamese GK 2021-22 – অসমীয়া সাধাৰণ জ্ঞান ২০২১-২২

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা Assamese GK 2021-22 সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই Today Assamese Current Affairs 2021-22 কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET, Assam Police পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক!

Assamese GK 2021-22 / অসমীয়া সাধাৰণ জ্ঞান ২০২১-২২

অসমীয়া সাধাৰণ জ্ঞান 2022 / Assamese Currrnt Affairs 2022

প্ৰশ্ন ১। টাইম আলোচনীৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন জিমনাষ্টক ২০২১ ৰ শ্ৰেষ্ঠ এথলীট বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- টাইম আলোচনীৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিমনাষ্টক চিমোন উইলছক ২০২১ ৰ শ্ৰেষ্ঠ এথলীট বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ২। ফৰাচী দৈত্য শেনেলৰ দ্বাৰা কোন গৰাকী ভাৰতীয় বংশোদ্ভূত মহিলাক ইয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ফৰাচী দৈত্য শেনেলৰ দ্বাৰা ভাৰতীয় বংশোদ্ভূত মহিলা লীনা নায়াৰক ইয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৩। যোৱা ১৫ ডিচেম্বৰত ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ কোনটো জন্ম জয়ন্তী উদযাপন কৰা হৈছিল?

উত্তৰ:- যোৱা ১৫ ডিচেম্বৰত ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ ৭১ তম জন্ম জয়ন্তী উদযাপন কৰা হৈছিল।

প্ৰশ্ন ৪। কোটাক মহিন্দ্ৰা বেংকে কোন গৰাকী মহিলাক ইয়াৰ নতুন স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিছে?

উত্তৰ:- কোটাক মহিন্দ্ৰা বেংকে আশু চুয়াশক ইয়াৰ নতুন স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৫। গ্লোবেল হেল্থ চিকিউৰিটি ইণ্ডেক্স ২০২১ ত কোনখন দেশক প্ৰথম স্থান দিয়া হৈছে?

উত্তৰ:- গ্লোবেল হেল্থ চিকিউৰিটি ইণ্ডেক্স ২০২১ ত আমেৰিকা যুক্তৰাজ্যক প্ৰথম স্থান দিয়া হৈছে। আৰু ভাৰতৰ স্হান হৈছে ৬৬ তম।

Assamese GK 2022 – অসমীয়া সাধাৰণ জ্ঞান ২০২১

প্ৰশ্ন ৬। ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে কাক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান কৰিছে?

উত্তৰ:- ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ে ৰাজস্থান নৱীকৰণযোগ্য শক্তি নিগমক ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটা প্ৰদান কৰিছে।

প্ৰশ্ন ৭। পাকিস্তান ক্ৰিকেট বোৰ্ডে কাক ইয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে?

উত্তৰ:- পাকিস্তান ক্ৰিকেট বোৰ্ডে ফৈজল হাচনাইনক ইয়াৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৮। হিমাচল প্ৰদেশ ৰাজ্য চৰকাৰে সাধাৰণ বৰ্গ শ্ৰেণীৰ বাবে গঠন কৰা আয়োগখনৰ নাম কি?

উত্তৰ:- হিমাচল প্ৰদেশ ৰাজ্য চৰকাৰে সাধাৰণ বৰ্গ শ্ৰেণীৰ বাবে গঠন কৰা আয়োগখনৰ নাম হৈছে “সাধাৰণ শ্ৰেণী আয়োগ”।

প্ৰশ্ন ৯। সন্মানীয় এছজেএফআই বঁটা (SJFI Award) ৰ বাবে ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যনে কাক ঘোষণা কৰিছে?

উত্তৰ:- সন্মানীয় এছজেএফআই বঁটা (SJFI Award) ৰ বাবে ভাৰতীয় ক্ৰীড়া সাংবাদিক ফেডাৰেশ্যনে সুনীল গাভাস্কাৰক ঘোষণা কৰিছে।

প্ৰশ্ন ১০। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে কিমান শতাংশ অৰ্থনৈতিক বিকাশৰ হাৰ অনুমান কৰিছে?

উত্তৰ:- ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকে ৯.৭ শতাংশ অৰ্থনৈতিক বিকাশৰ হাৰ অনুমান কৰিছে।

লগতে পঢ়ক

অস্বীকাৰ:- আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।