Assamese GK – Current Affairs in Assamese (11 January 2022)

সাম্প্ৰতিক পৰিক্ৰমা প্ৰশ্নোত্তৰ
Assamese GK - Current Affairs in Assamese (11 January 2022)
"
"

Assamese GK – 2022 Current Affairs in Assamese language

আজিৰ আমাৰ “Assamese GK – 2022 Current Affairs in Assamese language” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া সাধাৰণ জ্ঞান ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

Assamese GK - 2022 Current Affairs in Assamese language 

নতুন কুইজ – নতুন সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ/ Assamese GK

প্ৰশ্ন ১। ১০ জানুৱাৰীত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- ১০ জানুৱাৰীত বিশ্ব হিন্দী দিৱস হিচাপে পালন কৰা হয়।

প্ৰশ্ন ২। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিখসকলৰ দশম গুৰু গোবিন্দ সিঙৰ চাৰিজন পুত্ৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰতি বছৰে ২৬ ডিচেম্বৰ দিনটোত কি দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিখসকলৰ দশম গুৰু গোবিন্দ সিঙৰ চাৰিজন পুত্ৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰতি বছৰে ২৬ ডিচেম্বৰ দিনটোত বীৰ বাল দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৩। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেলক কিহৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ উৰ্জিত পেটেলক এআইআইবি (AIIB) ৰ উপ-সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৪। তিনি বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বিশ্বৰ এক নম্বৰ এছলে বাৰ্টিয়ে কোন খিতাপ জিকিছে?

উত্তৰ:- তিনি বছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বিশ্বৰ এক নম্বৰ এছলে বাৰ্টিয়ে এডিলেড আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্ট খিতাপ জিকিছে।

প্ৰশ্ন ৫। আদানি গ্ৰুপে উদ্ভাৱনী শক্তি ব্যৱসায়ৰ বাবে কোনটো কোম্পানী স্থাপন কৰিছে?

উত্তৰ:- আদানি গ্ৰুপে উদ্ভাৱনী শক্তি ব্যৱসায়ৰ বাবে আদানি নিউ ইণ্ডাষ্ট্ৰিজ লিমিটেড নামৰ কোম্পানীটো স্থাপন কৰিছে।

প্ৰশ্ন ৬। পেট্ৰ’লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন অ’পেকৰ নতুন মহাসচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- পেট্ৰ’লিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠন অ’পেকৰ নতুন মহাসচিব হিচাপে হাইথাম আল-ঘিছক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৭। কেন্দ্ৰীয় চৰকাৰৰ কৃষি ব্যয় আৰু মূল্য আয়োগৰ অধ্যক্ষ হিচাপে কাক পুনৰ নিযুক্তি দিয়া হৈছে?

উত্তৰ:- কেন্দ্ৰীয় চৰকাৰৰ কৃষি ব্যয় আৰু মূল্য আয়োগৰ অধ্যক্ষ হিচাপে বিজয় পল শৰ্মাক পুনৰ নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৮। কোন খন দেশে ১৮ বছৰৰ তলৰ ছোৱালীৰ বিবাহ নিষিদ্ধ কৰাৰ আইন ঘোষণা কৰিছে? 

উত্তৰ:- ফিলিপাইনছ দেশখনে ১৮ বছৰৰ তলৰ ছোৱালীৰ বিবাহ নিষিদ্ধ কৰাৰ আইন ঘোষণা কৰিছে।

প্ৰশ্ন ৯। যকৃত ৰোগৰ ফলত ৫৬ বছৰ বয়সত মৃত্যু হোৱা তেলেগু চলচ্চিত্ৰ অভিনেতাজনৰ নাম কি আছিল?

উত্তৰ:- যকৃত ৰোগৰ ফলত ৫৬ বছৰ বয়সত মৃত্যু হোৱা তেলেগু চলচ্চিত্ৰ অভিনেতাজনৰ নাম আছিল ৰমেশ বাবু

প্ৰশ্ন ১০। স্পেনিছ টেনিছ তাৰকা ৰাফেল নাদালে কোনটো ট্ৰফী জিকি কেৰিয়াৰৰ ৮৯ তম খিতাপ জিকিছে?

উত্তৰ:- স্পেনিছ টেনিছ তাৰকা ৰাফেল নাদালে মেলবৰ্ণৰ গ্ৰীষ্মকালীন ছেট ৱান টুৰ্ণামেণ্ট ট্ৰফী জিকি কেৰিয়াৰৰ ৮৯ তম খিতাপ জিকিছে।

লগতে পঢ়ক –

Leave a comment

"
"