Assamese GK – GK in Assamese language
Assamese General Knowledge – GK MCQ in Assamese language – Assamese GK MCQ – Assam Police GK – Assam Police MCQ – Quuz in Assamese language – Assamese language Quiz – India MCQ in Assamese language – অসমীয়া সাধাৰণ জ্ঞান ২০২১ – অসমীয়া সাধাৰণ জ্ঞান 2021 – General Knowledge in Assamese language
তলৰ সাধাৰণ জ্ঞানৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

প্ৰশ্ন ১। এল পি জি (LPG) ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- তৰলীকৃত পেট্ৰ’লিয়াম গেছ।
প্ৰশ্ন ২। NCC কোন চনত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- ১৯৪৮ চনত।
প্ৰশ্ন ৩। পাৰ্ছেক কাৰ একক?
উত্তৰ:- জ্যোতিৰ্বিজ্ঞানৰ দূৰত্বৰ একক।
প্ৰশ্ন ৪। পিতল কোন দুটা ধাতুৰ মিশ্ৰণ?
উত্তৰ:- তাম আৰু জিংক।
প্ৰশ্ন ৫। ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন প্ৰতিষ্ঠান ক’ত অৱস্থিত?
উত্তৰ:- হায়দৰাবাদ।
READ MORE POST
- अ से ज्ञ तक वर्णमाला के बारे में
- Netizens Meaning In Hindi – जानिए नेटिजन किसे कहते हैं
- Poem On Children’s Day In Hindi
- शरीर में भूत होने के लक्षण क्या है ?
- Aaj Ka Sone Ka Rate – Sone Ke Rate Sambhandhit Jankari
প্ৰশ্ন ৬। ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান ক’ত অৱস্থিত?
উত্তৰ:- কৰ্ণাল (হাৰিয়ানা)।
প্ৰশ্ন ৭। ৰাষ্ট্ৰীয়কৃত বেংকসমূহৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ বেংক?
উত্তৰ:- পাঞ্জাৱ নেচনেল বেংক।
প্ৰশ্ন ৮। ৰিখটাৰ স্কেলৰ দ্বাৰা কি জোখা হয়? উত্তৰ:- ভূমিকম্পৰ তীব্ৰতা।
প্ৰশ্ন ৯। কোন তাৰিখত শিক্ষক দিৱস পালন কৰা হয়?
উত্তৰ:- ৫ ছেপ্টেম্বৰ।
প্ৰশ্ন ১০। কোন বছৰত জাপানত পাৰমাণৱিক বোমা পেলোৱা হৈছিল?
উত্তৰ:- ১৯৪৫ চনত।
প্ৰশ্ন ১১। ভাংখৰা নাংগল বান্ধ কোনখন নদীৰ ওপৰত অৱস্থিত?
উত্তৰ:- সতলজ।
প্ৰশ্ন ১২। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি?
উত্তৰ:- পদুম।
প্ৰশ্ন ১৩। খিলাড়ী ধনৰাজ পিল্লাই কোনটো খেলৰ সৈতে সম্পৰ্কিত?
উত্তৰ:- হকী।
প্ৰশ্ন ১৪। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমানজন স্থায়ী সদস্য আছে?
উত্তৰ:- ৫ জন।
প্ৰশ্ন ১৫। বৰ্তমান পাকিস্তানত কোন সিন্ধু সভ্যতা অৱস্থিত?
উত্তৰ:- হৰপ্পা সিন্ধু সভ্যতা অৱস্হিত।
প্ৰশ্ন ১৬। কোনজন মোগল ৰজাই ধৰ্মীয় সম্প্ৰদায় ‘দিন-ই-ইলাহী’ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ:- আকবৰ।
প্ৰশ্ন ১৭। ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। ইয়াৰ অৰ্থ কি?
উত্তৰ:- ৰাজ্যিক পৰ্যায়ত ভাৰতৰ কোনো ধৰ্ম নাই।
প্ৰশ্ন ১৮। ৰাষ্ট্ৰীয় ঘাইপথবোৰে কাক সংযোগ কৰে?
উত্তৰ:- বাণিজ্য কেন্দ্ৰ আৰু ৰাজ্যৰ ৰাজধানীক সংযোগ কৰে।
প্ৰশ্ন ১৯। নাছিক চহৰখন কোনবিধ ফল উৎপাদনৰ বাবে অতি বিখ্যাত?
উত্তৰ:- আঙুৰ। নাছিক মহাৰাষ্ট্ৰত অৱস্হিত।
প্ৰশ্ন ২০। কয়না বান্ধ ক’ত অৱস্থিত?
উত্তৰ:- মহাৰাষ্ট্ৰ।
প্ৰশ্ন ২১। ৰাছিয়াৰ চাইবেৰিয়া বিশ্বজুৰি কিহৰ বিখ্যাত?
উত্তৰ:- ইয়াৰ অত্যাধিক ঠাণ্ডা বতৰৰ বাবে বিখ্যাত।
প্ৰশ্ন ২২। বিশ্বৰ কোনখন দেশত সৰ্ববৃহৎ কফি উৎপাদক হয়?
উত্তৰ:- ব্ৰাজিল।
প্ৰশ্ন ২৩। পৃথিৱীৰ আটাইতকৈ সৰু দেশ কোনখন?
উত্তৰ:- ভেটিকান চিটি।
প্ৰশ্ন ২৪। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি?
উত্তৰ:- K-2 অৰ্থাৎ গডউইন অষ্টিন।
প্ৰশ্ন ২৫। কেবিনেট মিছন পৰিকল্পনা অনুসৰি সংবিধান সভাত কিমান জন সদস্য হ’ব লগা হয়?
উত্তৰ:- ৩৮৯ জন।