GK in Assamese language, Assamese General Knowledge – GK MCQ in Assamese language – Assamese GK MCQ – Assam Police GK – Assam Police MCQ – Quuz in Assamese language – Assamese language Quiz – India MCQ in Assamese language – অসমীয়া সাধাৰণ জ্ঞান ২০২১ – অসমীয়া সাধাৰণ জ্ঞান 2021 – General Knowledge in Assamese language
তলৰ সাধাৰণ জ্ঞান গুৰুত্বপূৰ্ণ কুইজ সমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

প্ৰশ্ন ১। ভাৰতৰ কোন খন ৰাজ্যত ‘বিশাখাপত্তনম’ বন্দৰ অৱস্থিত?
উত্তৰ:- অন্ধ্ৰ প্ৰদেশ।
প্ৰশ্ন ২। আমাৰ সৌৰ জগতত কিমানটা গ্ৰহ আছে?
উত্তৰ:- ৮ টা।
প্ৰশ্ন ৩। ভাৰতৰ ডিজেল ইঞ্জিন নিৰ্মাণ গোট ‘ডিজেল লোকোমোটিভ ৱৰ্কছ’ ক’ত আছে?
উত্তৰ:- বাৰাণসী।
প্ৰশ্ন ৪। কোন ধৰ্মৰ লোকসকলে বৈশাখী উৎসৱ উদযাপন কৰে?
উত্তৰ:- শিখ ধৰ্মৰ লোক সকলে।
প্ৰশ্ন ৫। মণিপুৰৰ ৰাজধানী নাম কি?
উত্তৰ:- ইম্ফল।
প্ৰশ্ন ৬। গোৱাক কেতিয়া পৰ্তুগীজৰ পৰা মুক্ত কৰা হৈছিল?
উত্তৰ:- ১৯৬৪ চনত।
প্ৰশ্ন ৭। অনুচ্ছেদ ৩৭০ ভাৰতৰ কোন খন ৰাজ্যত প্ৰযোজ্য?
উত্তৰ:- জে এণ্ড কে (জম্ম আৰু কাশ্মীৰ)।
প্ৰশ্ন ৮। কোনখন নদী মহাৰাষ্ট্ৰৰ নাছিকৰ পৰা উৎপন্ন হৈছে?
উত্তৰ:- গোদাৱাৰী।
প্ৰশ্ন ৯। পলাশীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:- ১৭৫৭ চনৰ ২৩ জুনত।
প্ৰশ্ন ১০। খাইবাৰ দুৱাৰ ক’ত অৱস্থিত?
উত্তৰ:- আফগানিস্তান আৰু পাকিস্তানৰ মাজত।
প্ৰশ্ন ১১। কোন খন নদী উপদ্বীপীয় মালভূমিৰ পৰা উৎপন্ন হোৱা নহয়?
উত্তৰ:- যমুনা।
প্ৰশ্ন ১২। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- এ.ও. হিউম।
প্ৰশ্ন ১৩। স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:– চি. ৰাজাগোপালাচাৰী।
প্ৰশ্ন ১৪। প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- অতমাৰাম পাণ্ডুৰাং।
প্ৰশ্ন ১৫। চোলা প্ৰশাসনৰ মুখ্য বৈশিষ্ট্য কি আছিল?
উত্তৰ:- গ্ৰাম্য স্বায়ত্তশাসন।
প্ৰশ্ন ১৬। ৰেচম পলুৰ খাদ্য কি?
উত্তৰ:- মালবেৰী পাত।
প্ৰশ্ন ১৭। কোন শাসকে গ্ৰেণ্ড ট্ৰাক ৰোড নিৰ্মাণ কৰিছিল?
উত্তৰ:- শ্বেৰ শ্বাহ চুৰি।
প্ৰশ্ন ১৮। দেশ প্ৰেমমূলক গীত ‘হে মেৰে ৱাতান কে লোগো’ কোনে লিখিছে?
উত্তৰ:- প্ৰদীপ।
প্ৰশ্ন ১৯। বায়ুৰ চাপ কিহৰ বাবে হয়?
উত্তৰ:- ঘনত্ব।
প্ৰশ্ন ২০। বায়ু মণ্ডলৰ চাপ জোখাৰ যন্ত্ৰটোৰ নাম কি?
উত্তৰ:- বেৰোমিটাৰ।
প্ৰশ্ন ২১। কনৌজ আৰু কানপুৰ চহৰ কোন নদীৰ পাৰত অৱস্থিত?
উত্তৰ:- গংগা নদী।
প্ৰশ্ন ২২। খৰিফ শস্য কেতিয়া চপোৱা হয়?
উত্তৰ:- নৱেম্বৰৰ আৰম্ভণিতে।
প্ৰশ্ন ২৩। হিমবাহ কি?
উত্তৰ:- হিমবাহ হৈছে বৰফৰ এক অতি ডাঙৰ শৰীৰ, যি হিমালয় পৰ্বতমালাৰ শীৰ্ষ স্থানবোৰৰ ওপৰত এক ছাঁ।
প্ৰশ্ন ২৪। পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- বাবৰ আৰু ইমব্ৰাহিম লোডিৰ মাজত।
প্ৰশ্ন ২৫। ‘গান্ধী’ বোলছবি খনত গান্ধীজীৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা জন কোন আছিল?
উত্তৰ:- বেন কিংছলে।
• WhatsApp ৰ মালিক কোন? – Show Answer