Assamese GK in Assamese language – Assamese GK 2022

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK in Assamese language” ৰ এই তথ্যৰাজিৰ UPSC, APSC, SSC, Assam Police, TET সাধাৰণ জ্ঞান আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজ ২০২২ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

Current Affair 18 February 2022 in Assamese

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

Assamese GK in Assamese language  

Today Current Affairs/  Assamese GK in Assamese language

প্ৰশ্ন ১। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে MPSC নিযুক্তি পৰীক্ষাত কোন শ্ৰেণীক দিয়া ২৭ শতাংশ সংৰক্ষণ স্থগিত ৰাখিছে?

উত্তৰ:- মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে MPSC নিযুক্তি পৰীক্ষাত অ’বিচি (OBC) শ্ৰেণীক দিয়া ২৭ শতাংশ সংৰক্ষণ স্থগিত ৰাখিছে।

প্ৰশ্ন ২। আই পি এল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ (KKR) য়ে কাক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে?

উত্তৰ:- আই পি এল ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছ (KKR) য়ে শ্ৰেয়াছ আয়াৰক দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৩। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা সমন্বয়ক হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ:- শেহতীয়াকৈ ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা সমন্বয়ক হিচাপে ভাইচ এডমিৰেল (আৰ) জি. অশোকক নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৪। ভাৰতীয় সেনাৰ নতুন উপ সেনা প্ৰধান হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?

উত্তৰ:- ভাৰতীয় সেনাৰ নতুন উপ সেনা প্ৰধান হিচাপে চান্নিৰা পোনাপ্পাই দায়িত্ব গ্ৰহণ কৰিছে।

প্ৰশ্ন ৫। কাক হাৰিয়ানা গুৰুগ্ৰামৰ প্ৰথম মহিলা আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত কৰা হৈছে?

উত্তৰ:- আইপিএছ বিষয়া কালা ৰামচন্দ্ৰনক হাৰিয়ানা গুৰুগ্ৰামৰ প্ৰথম মহিলা আৰক্ষী আয়ুক্ত হিচাপে নিযুক্ত কৰা হৈছে।

প্ৰশ্ন ৬। কোনটো এপে অভিনেতা শ্বাহৰুখ খানক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- A23 নাম এপটোৱে অভিনেতা শ্বাহৰুখ খানক ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৭। তুৰ্কী দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম কি?

উত্তৰ:- তুৰ্কী দেশৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম হ’ল এৰ্দোগান।

প্ৰশ্ন ৭। ৰে’ল মন্ত্ৰালয়ে শেহতীয়াকৈ কোনটো খেলৰ বাবে সৰ্ববৃহৎ একাডেমী মুকলি কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- ৰে’ল মন্ত্ৰালয়ে শেহতীয়াকৈ মল্লযুদ্ধ খেলৰ বাবে সৰ্ববৃহৎ একাডেমী মুকলি কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰশ্ন ৮। চৰকাৰে সকলো গাওঁৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুত কৰিবলৈ কোনখন আঁচনি ঘোষণা কৰিছে?

উত্তৰ:- চৰকাৰে সকলো গাওঁৰ ডিজিটেল মানচিত্ৰ প্ৰস্তুত কৰিবলৈ “চৰকাৰী মালিকীস্বত্ব আঁচনি” খন ঘোষণা কৰিছে।

প্ৰশ্ন ৯। আমেৰিকাই কোন খন দেশত ইয়াৰ নতুন দূতাবাস খোলাৰ কথা ঘোষণা কৰিছে?

উত্তৰ:- আমেৰিকাই চলোমন দেশখনত ইয়াৰ নতুন দূতাবাস খোলাৰ কথা ঘোষণা কৰিছে।

লগতে পঢ়ক – Assam GK PDF in Assamese language SET – 1

সাধাৰণ বিজ্ঞান কুইজ – General Science Mock Test in Assamese language PDF SET – 1