Home

অসম তথা ভাৰতৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সমূহ আমি আমাৰ এই Assame GK Website ত সম্পূৰ্ণ অসমীয়া ভাষাত কুইজ আকাৰত আপোনালোকৰ বাবে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ।
আমি আশা কৰিছোঁ আমাৰ এই অসমীয়া কুইজ সমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ এই ৱেৱছাইটত থকা কুইজ সমূহৰ সম্পৰ্কে কিবা জানিবলগীয়া থাকিলে নাইবা যিকোনো প্ৰশ্নোত্তৰ ভূল দেখিলে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। এই আমাৰ ৱেৱছাইটো যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও এই কুইজ সমূহৰ দ্বাৰা উপকৃত হয়। এনেধৰণৰ কুইজ তথা জ্ঞান মূলক তথ্যৰাজি পাই থাকিব বাবে আজিয়ে আমাৰ ফেচবুক আৰু টেলিগ্ৰামৰ চেনেলৰ সৈতে সংযোগ হওঁক।
আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।
—ধন্যবাদ—

আমাৰ ফেচবুক পেজ :- ইয়াত ক্লিক কৰক

 

আমাৰ টেলিগ্ৰাম চেনেল:- ইয়াত ক্লি’ক কৰক