Bhabendra Nath Saikia Quiz-ভৱেন্দ্ৰনাথ শইকীয়া MCQ (কুইজ)

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ভৱেন্দ্ৰনাথ শইকীয়া MCQ (কুইজ) – Bhabendra Nath Saikia Quiz” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে Dr. Bhabendra Nath Saikia MCQ Quiz ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম

ইয়াত ক্লিক কৰক

ভৱেন্দ্ৰনাথ শইকীয়া MCQ - Bhabendra Nath Saikia Quiz

Bhabendra Nath Saikia Question Answer – ড° ভৱেন্দ্ৰনাথ শইকীয়া প্ৰশ্ন আৰু উত্তৰ (কুইজ)

1➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম ক’ত হৈছিল?

2➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম কিমান চনত হৈছিল?

3➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ পিতৃৰ নাম কি আছিল?

4➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিবাহ কিমান চনত হৈছিল?

5➤ লণ্ডন বিশ্ববিদ্যালয়ত ভৱেন্দ্ৰনাথ শইকীয়াই কোন বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল?

6➤ কিমান চনত ভৱেন্দ্ৰনাথ শইকীয়াই পদ্মশ্ৰী বঁটা লাভ কৰিছিল?

7➤ ভৱেন্দ্ৰনাথ শইকীয়াই মুঠ কিমানখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিল?

8➤ ভৱেন্দ্ৰনাথ শইকীয়াই কেতিয়াৰ পৰা সাহিত্য ৰচনাত মনোনিৱেশ কৰিছিল? ক) … খ) গ) ঘ)

9➤ ভৱেন্দ্ৰনাথ শইকীয়াই কেইখন চলচ্চিত্ৰৰ কাৰণে ৰজত কমল বঁটা লাভ কৰিছিল?

10➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ মাতৃৰ নাম কি আছিল?

11➤ ভৱেন্দ্ৰনাথ শইকীয়াই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

12➤ ভৱেন্দ্ৰনাথ শইকীয়াই ১৯৯০ চনত কি বঁটা লাভ কৰিছিল?

13➤ ভৱেন্দ্ৰনাথ শইকীয়াই কিমান চনত ম্ৰেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

14➤ শিক্ষা সাং কৰি ভৱেন্দ্ৰনাথ শইকীয়াই কোন কলেজত অধ্যাপনা কৰিছিল?

15➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ কেইগৰাকী কন্যা সন্তান আছিল?

16➤ ভৱেন্দ্ৰনাথ শইকীয়াৰ পত্নীৰ নাম কি আছিল?

17➤ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন কলেজৰ পৰা বি.এছ.চি পাছ কৰিছিল?

18➤ কোনখন চুটিগল্পৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য অকাডমী বঁটা লাভ কৰিছিল?

19➤ তলৰ কোনখন ভৱেন্দ্ৰনাথ শইকীয়াৰ সামাজিক উপন্যাস?

20➤ ভৱেন্দ্ৰনাথ শইকীয়াইৰ ছদ্মনাম কি আছিল?

21➤ ভবেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি?

22➤ ভবেন্দ্ৰনাথ শইকীয়াই কিমান চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

23➤ ভবেন্দ্ৰনাথ শইকীয়া কেতিয়া মৃত্যু হৈছিল?