Companies with founder names in Assamese language – প্ৰতিষ্ঠাপক কুইজ – অসমীয়া কুইজ – অসমীয়া সাধাৰণ জ্ঞান কুইজ – কোম্পানী আৰু নিৰ্মাতা – কোম্পানী আৰু প্ৰতিষ্ঠাপক – বিজ্ঞানী কুইজ – বিভিন্ন কোম্পানী আৰু মালিকসকলৰ নাম – কোম্পানী আৰু মালিকসকলৰ নাম
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি এই পোষ্টোত আপোনালোকৰ বাবে লৈ আনিছোঁ ফেচবুক (Facebook) ৰ মালিক কোন, ইউটুব (YouTube) ৰ মালিক কোন, অমাজান (Amazon) ৰ মালিক কোন, ফ্লিপকাৰ্ট (Flipkart) ৰ মালিক কোন, Instagram ৰ মালিক কোন, টুইটাৰ (Twitter) ৰ মালিক কোন ইত্যাদি ধৰণৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূৰ। আশা কৰোঁ তলৰ আটাইকেইটা প্ৰশ্নোত্তৰ আপোনালোকৰ বাবে উপকৃত হ’ব। আমাৰ এনেধৰণৰ পোষ্টসমূহ যিমান পাৰে সিমানে শ্বেয়াৰ কৰক যাতে, আপোনালোকৰ দৰে অইন লোকেই ইয়াৰ দ্বাৰা উপকৃত হ’ব পাৰে।

Companies with founder names in Assamese language
১. ৱালমাৰ্ট (Walmart) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ছেম ৱাল্টন (১৯৬২)।
২. পেটিএম (Paytm) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- বিজয় শেখৰ শৰ্মা (২০১০)।
৩. গুগল (Google) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- লেৰী পেজ, চাৰ্ফ ব্ৰিন (১৯৯৮)।
৪. মাইক্ৰছফ্ট (Microsoft) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- বিল গেটছ, পল এলেন (১৯৭৫)।
৫. হোৱাটছএপ (WhatsApp) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ব্ৰায়ান এক্টন, জৈন কৌম (২০০৯)।
৬. আমাজন (Amazon) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- জেফ বেজোছ (১৯৯৪)।
৭. ফ্লিপকাৰ্ট (Flipkart) ৰ প্ৰতিষ্ঠাপক কোন? Assamese language
উত্তৰ:- শচীন বনচাল আৰু বিনি বনচাল (২০০৭)।
৮. ইয়াহু (Yahoo) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ডেভিদ ফিলো, জেৰী য়াং (১৯৯৪)।
৯. এপল (Apple) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ষ্টিভ জবচ (১৯৭৬)।
১০. ৱিকিপিডিয়া (Wikipedia) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- জিমি ৱেলছ (২০০১)।
১১. মটৰোলা (Motorola) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- পল আৰু যোচেফ গাবলিন (১৯২৮)।
Read more about current affair 2021
১২. ফেচবুক (Facebook) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- মাৰ্ক জুকাৰবাৰ্গ (২০০৪)।
১৩. আলিবাবা (Alibaba) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- জেক মা (১৯৯৯)।
১৪. নকিয়া (Nokia) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ফ্ৰেড্ৰিক ইডেষ্টাম, লিঅ মেচেলিন (১৮৬৫)।
১৫. ৰিলায়েন্স (Reliance) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ধীৰুভাই আম্বানী (১৯৯৭)।
১৬. ইবে (Ebay) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- পিয়েৰ ওমিদিয়াৰ (১৯৯৫)।
১৭. টুইটাৰ (Twitter) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- জেক ডৰ্ছ (২০০৬)।
১৮. ইনষ্টাগ্ৰাম (Instagram) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- কেভিন চিষ্ট্ৰম, মাইক কাৰিজাৰ (২০১০)।
১৯. ইউটিউব (YouTube) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- জাৱেদ কৰিমষ্টি চেন (২০০৫)।
২০. স্কাইপ (Skype) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- নিকলাছ জেনষ্ট্ৰম জানুছ ফ্ৰিছ (২০০৩)।
২১. টেছলা (Tesla) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- ইলন মাস্ক (২০০৩)।
২২. ইণ্টেল (Intel) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- গৰ্ডন মুৰে (১৯৬৮)।
২৩. চেমচাঙ (Samsung) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- লী বায়ুংচুল (১৯৩৮)।
২৪. জিয়াওমি (Xiaomi) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- মিছা জুন (২০১০)।
২৫. গুগ্গুল (Google) ৰ প্ৰতিষ্ঠাপক কোন?
উত্তৰ:- সেৰ্গেই ব্ৰিন আৰু লেৰী পেজ (১৯৯৮)।