Current Affairs in Assamese (8 December 2021)
নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Current Affairs in Assamese” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। প্ৰতিদিনে Free অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW
Assamese GK 2022 / অসমীয়া কুইজ ২০২২

অসমীয়া সাধাৰণ জ্ঞান ২০২১ – World Assamese GK Quiz 2021
প্ৰশ্ন ১। আন্তৰ্জাতিক সংস্থা আই.ডি.এ. ৰ উপদেষ্টা মণ্ডলীত কাক অন্তৰ্ভুক্ত কৰা হৈছে?
উত্তৰ:- আন্তৰ্জাতিক সংস্থা আই.ডি.এ. ৰ উপদেষ্টা মণ্ডলীত চিইচি সুনীল অৰোৰাক অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰশ্ন ২। শেহতীয়াকৈ কোনজন পদ্মশ্ৰী বঁটা লাভ কৰা বিখ্যাত ব্যক্তিৰ ১০৪ বছৰ বয়সত মৃত্যু হৈছে?
উত্তৰ:- শেহতীয়াকৈ পদ্মশ্ৰী বঁটা লাভ কৰা বিখ্যাত ব্যক্তি নন্দ কিশোৰ প্ৰিষ্টিৰ ১০৪ বছৰ বয়সত মৃত্যু হৈছে।
প্ৰশ্ন ৩। গোৱা কংগ্ৰেছৰ বিধায়ক ৰবি নাইকে তেওঁৰ দলৰপৰা পদত্যাগ কৰি কোনটো দলত যোগদান কৰিছে?
উত্তৰ:- গোৱা কংগ্ৰেছৰ বিধায়ক ৰবি নাইকে তেওঁৰ দলৰপৰা পদত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে।
প্ৰশ্ন ৪। ২০২২ বৰ্ষৰ বাবে কাক সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ:- ২০২২ বৰ্ষৰ বাবে অসমীয়া সাহিত্যিক নীলমণি ফুকানক সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে।
প্ৰশ্ন ৫। নাছাই কোন ভাৰতীয় বংশোদ্ভূত চিকিৎসকক মহাকাশচাৰী হিচাপে বাছনি কৰিছে?
উত্তৰ:- নাছাই ভাৰতীয় বংশোদ্ভূত চিকিৎসক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ লেফটেনেণ্ট কৰ্ণেল ড° অনিল মেননক মহাকাশচাৰী হিচাপে বাছনি কৰিছে।
Current Affairs in Assamese 2021-2022
প্ৰশ্ন ৬। কোন গৰাকী খেলুৱৈক মহিলা টেনিছ সংস্থাই বছৰটোৰ শ্ৰেষ্ঠ নবাগত বঁটা প্ৰদান কৰিছে?
উত্তৰ:- খেলুৱৈ এমা ৰাচোপাৰুক মহিলা টেনিছ সংস্থাই বছৰটোৰ শ্ৰেষ্ঠ নবাগত বঁটা প্ৰদান কৰিছে।
প্ৰশ্ন ৭। মিছ ট্ৰেন্স গ্লোবেল ইউনিভাৰ্ছ 2021 খিতাপ জয় কৰা প্ৰথম ভাৰতীয় কোন হৈছে?
উত্তৰ:- মিছ ট্ৰেন্স গ্লোবেল ইউনিভাৰ্ছ 2021 খিতাপ জয় কৰা প্ৰথম ভাৰতীয় শ্ৰুতি চিতাৰা হৈছে।
প্ৰশ্ন ৮। এফ.আই.চি.চি.আই. ৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ:- এফ.আই.চি.চি.আই. ৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে সঞ্জীৱ মেহতাক নিযুক্তি দিয়া হৈছে।
প্ৰশ্ন ৯। সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, ২০২০ চনত ব্ৰাজিলক অতিক্ৰম কৰি আৰৱ দেশ সমূহলৈ খাদ্য ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান প্ৰথম স্থানত কোনখন দেশ উপনীত হৈছে?
উত্তৰ:- সংবাদ সংস্থা ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, ২০২০ চনত ব্ৰাজিলক অতিক্ৰম কৰি আৰৱ দেশ সমূহলৈ খাদ্য ৰপ্তানিৰ ক্ষেত্ৰত বৰ্তমান প্ৰথম স্থানত ভাৰত উপনীত হৈছে।
প্ৰশ্ন ১০। ২০২১ বৰ্ষৰ বাবে কাক সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ:- ২০২১ বৰ্ষৰ বাবে কোঙ্কণী সাহিত্যিক দামোদৰ মৌউজোক সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে।
লগতে পঢ়ক
- GK Current Affairs of India in Assamese language (6 December 2021)
- Assam TET Current Affairs in Assamese language (5 December 2021)
অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।