Current Affairs in Assamese language – 8 October 2021 Current Affairs

"
"

Current Affairs in Assamese language – 8 October 2021 Current Affairs

Current Affairs in Assamese language - 8 October 2021 Current Affairs

Online Current Affairs Mock Test in Assamese language অসমীয়া কুইজ ২০২১

 

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (08 October, 2021) সমূহ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

দ্বিতীয় পাঁচ বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীৰ নাম কি?

 
 
 
 

মেডিচিন বিভাগত ২০২১ চনৰ নবেল বঁটা কোনে লাভ কৰিছিল?

 
 
 
 

মহিলা ক্ৰিকেটাৰ অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শতক অৰ্জন কৰা প্ৰথম ভাৰতীয় মহিলা কোন?

 
 
 
 

ডুবাইত আয়োজন কৰা ৱৰ্ল্ড এক্সপো ২০২০ ৰ বিষয়বস্তু কি?

 
 
 
 

বিশ্ব শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়?

 
 
 
 

যোৱা ছেপ্টেম্বৰ মাহত চৰকাৰে সামগ্ৰী আৰু সেৱা কৰ (GST) ৰ পৰা কিমান টকা ৰাজহ সংগ্ৰহ কৰিছে?

 
 
 
 

ভাৰতত বছৰৰ কোনটো দিনক “গংগা নদী ডলফিন দিৱস” হিচাপে পালন কৰা হয়?

 
 
 
 

শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যই প্ৰকৃত ডালচিনিৰ সংগঠিত খেতি আৰম্ভ কৰিছে?

 
 
 
 

২০২১ চনৰ ডুৰাণ্ড কাপ কোনে জিকিছিল?

 
 
 
 

“স্বচ্ছ ভাৰত মিছন-নগৰ 2.0” আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত কিমান টকা পৰিমাণ আৱণ্টন কৰা হৈছে?

 
 
 
 

 

• Sports Quiz Questions and Answers 2021 in Assamese language

• Assam Police AB/UB Mock Test with PDF

অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।

• JOIN OUR FACEBOOK GROUP – Click Here

• JOIN OUR TELEGRAM GROUP – Click Here 

Leave a comment

"
"