"
"

Current Affairs in Assamese language with PDF

Current Affairs in Assamese language with PDF

Online Mock Test For Assam Police

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (05 October, 2021) সমূহ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

কোন মন্ত্ৰালয়ে নগৰীয়া স্ব-সহায়ক গোটৰ সামগ্ৰী বিপণনৰ বাবে ‘সোনচিৰাইয়া’ নামৰ এক ব্ৰেণ্ড আৰু লোগো মুকলি কৰিছে?

 
 
 
 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোন ৰাজ্যৰ পৰা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি কৰিব?

 
 
 
 

ভাৰতীয় ৰিজাৰ্ভ বেংকে PM SVANidhi আঁচনি কোন চনত মুকলি কৰিছিল?

 
 
 
 

“মেৰা কাম মেৰা মান” আঁচনিৰ অধীনত বিনামূলীয়াকৈ হ্ৰস্বম্যাদী দক্ষতা প্ৰশিক্ষণ কোন ৰাজ্যত আৰম্ভ কৰা হয়?

 
 
 
 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ পৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰি কিমান টকাৰ প্ৰধানমন্ত্ৰী গীতিশক্তি আঁচনি ঘোষণা কৰিছিল?

 
 
 
 

লক্ষ্ণৌত এক কাৰ্যসূচীত ৰপ্তানিমুখী প্ৰতিষ্ঠান আৰু ষ্টাৰ্টআপৰ বাবে এক উচ্চাভিলাষী ‘উভাৰটে সীতাৰে ফাণ্ড’ কোনে মুকলি কৰিছে?

 
 
 
 

কোন মন্ত্ৰালয়ে সামাজিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত চিত্ৰিত পাঠ্যক্ৰম আৰু ই-অধ্যয়ন সামগ্ৰী প্ৰদান কৰিবলৈ ‘টাপাছ’ নামৰ এটা অনলাইন পৰ্টেল মুকলি কৰিছে?

 
 
 
 

ৰাজনাথ সিঙে আৰ্মি স্পৰ্টছ ইনষ্টিটিউট ষ্টেডিয়ামক “নীৰজ চোপ্ৰা ষ্টেডিয়াম” বুলি নামাকৰণ কৰা ষ্টেডিয়ামটো কোন ঠাইত আছে?

 
 
 
 

২০২১ ৰ আন্তৰ্জাতিক বৃদ্ধ ব্যক্তি দিৱসৰ বিষয়বস্তু কি আছিল?

 
 
 
 

শেহতীয়াকৈ ‘PM-DAKSH’ নামৰ এটা পৰ্টেল আৰু মোবাইল এপ্লিকেচন কোনে উন্মোচন কৰিছে?

 
 
 
 

Assam Police AB/UB Mock Test with PDF

অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।

আয়ুৰ্বেদিক ঔষদৰ যোগাযোগৰ ফোন নম্বৰ

• JOIN OUR TELEGRAM GROUP – Click Here

• JOIN OUR FACEBOOK GROUP – Click Here

 

Leave a comment

"
"