GK Current Affairs of India in Assamese language

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “GK Current Affairs of India” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

প্ৰতিদিনে Free অসমীয়া Online Mock Test দিবলৈ এই লিংকত ক্লি’ক কৰক:- JOIN NOW

GK Current Affairs of India in Assamese language

Today Assamese GK Current Affairs of India – নতুন অসমীয়া সাধাৰণ জ্ঞান 2021

প্ৰশ্ন ১। কোন দলে জাৰ্মানীক পৰাস্ত কৰি জুনিয়ৰ হকী বিশ্বকাপৰ খিতাপ জিকিছে?

উত্তৰ:- আৰ্জেণ্টিনা দলে জাৰ্মানীক পৰাস্ত কৰি জুনিয়ৰ হকী বিশ্বকাপৰ খিতাপ জিকিছে।

প্ৰশ্ন ২। দিল্লী মেট্ৰ’ ৰে’ল কৰ্পোৰেচনৰ দ্বাৰা কাক ইয়াৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- দিল্লী মেট্ৰ’ ৰে’ল কৰ্পোৰেচনৰ দ্বাৰা বিকাশ কুমাৰক ইয়াৰ নতুন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৩। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 1971 চনৰ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানী জাহাজক ডুব কৰা ভাৰতীয় নৌসেনাৰ 22 তম মিছাইল জাহাজ স্কোয়াড্ৰনক কোনটো বঁটা প্ৰদান কৰিব?

উত্তৰ:- ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে 1971 চনৰ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানী জাহাজক ডুব কৰা ভাৰতীয় নৌসেনাৰ 22 তম মিছাইল জাহাজ স্কোয়াড্ৰনক President Standard Honors নামৰ বঁটাটো প্ৰদান কৰিব।

প্ৰশ্ন ৪। আই.আই.টি. মাদ্ৰাজে মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাক ইয়াৰ কোনটো ষ্টাৰ্টআপৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- আই.আই.টি. মাদ্ৰাজে মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধানাক ইয়াৰ ইনকিউবেটেড ষ্টাৰ্টআপ জিইউভিআই (Incubated Startup GUVI) টো ষ্টাৰ্টআপৰ বাবে ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ৫। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰত উদ্বোধন কৰা দূৰদৰ্শন ষ্টেচনটোৰ নাম কি?

উত্তৰ:- শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গোৰখপুৰত উদ্বোধন কৰা দূৰদৰ্শন ষ্টেচনটোৰ নাম হৈছে “আৰ্থ ষ্টেচন”।

Assamese Current Affairs 2022 / Current Affairs 2022 in Assamese language

প্ৰশ্ন ৬। এছিয়া যুৱ পেৰালিম্পিক গেমছত কোন গৰাকী ভাৰতীয় মহিলা খেলুৱৈয়ে ৰূপৰ পদক জিকিছে?

উত্তৰ:- এছিয়া যুৱ পেৰালিম্পিক গেমছত ভাৰতীয় মহিলা খেলুৱৈ অনন্যা বনচালে ৰূপৰ পদক জিকিছে।

প্ৰশ্ন ৭। যোৱা কালি অৰ্থাৎ ৬ ডিচেম্বৰত ভাৰত আৰু বাংলাদেশে একেলগে কোনটো দিৱস উদযাপন কৰিছিল?

উত্তৰ:- যোৱা কালি অৰ্থাৎ ৬ ডিচেম্বৰত ভাৰত আৰু বাংলাদেশে একেলগে বন্ধুত্ব দিৱস উদযাপন কৰিছিল।

প্ৰশ্ন ৮। আন্তৰ্জাতিক নিউজ চেনেল CNN-A ইয়াৰ কোনটো প্ৰাইম টাইমক এংকৰক বৰ্খাস্ত কৰিছে?

উত্তৰ:- আন্তৰ্জাতিক নিউজ চেনেল CNN-A ইয়াৰ “ক্ৰিছ কুমো” নামৰ প্ৰাইম টাইমটোক এংকৰক বৰ্খাস্ত কৰিছে।

প্ৰশ্ন ৯। এখন কেলেণ্ডাৰ বৰ্ষত ৪ বাৰ ৫০ টাতকৈও অধিক উইকেট লোৱা প্ৰথম ভাৰতীয় খেলুৱৈ কোন হৈছে?

উত্তৰ:- এখন কেলেণ্ডাৰ বৰ্ষত 4 বাৰ 50+ উইকেট লোৱা প্ৰথম ভাৰতীয় খেলুৱৈ ৰবিচন্দ্ৰন অশ্বিন হৈছে।

প্ৰশ্ন ৪। ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ বাবে নিলম্বিত শিৱসেনাৰ কোনজন সাংসদে সংসদৰ টিভি অনুষ্ঠানৰ এংকৰিং পৰা পদ ত্যাগ কৰিছে?

উত্তৰ:- ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ বাবে নিলম্বিত শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে সংসদৰ টিভি অনুষ্ঠানৰ এংকৰিং পৰা পদ ত্যাগ কৰিছে।

লগতে পঢ়ক

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।