GK in Assamese Language PDF Download

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ১০ টা GK in Assamese language PDF সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া MCQ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে।

যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম – ইয়াত ক্লি’ক কৰক!

GK in Assamese Language PDF Download

Current Affairs in Assamese language with PDF Download – 16 October Current Affairs PDF Download

প্ৰশ্ন ১। ‘Address Book: A Publishing Memoir in the time of COVID’ শীৰ্ষক কিতাপ কাৰ দ্বাৰা ৰচনা কৰা হৈছে?
ক) শশী থাৰুৰ
খ) কমলা ভাছিন
গ) ৰিটু মেনন
ঘ) চেতন ভগত

উত্তৰ:- গ) ৰিটু মেনন – ‘Address Book: A Publishing Memoir in the time of COVID’ শীৰ্ষক কিতাপখন ৰিটু মেননৰ দ্বাৰা ৰচনা কৰা হৈছে।

প্ৰশ্ন ২। মেজৰ জেনেৰেল ৰাজপাল পুনিয়া আৰু শ্ৰীমতী দামিনী পুনিয়াৰ দ্বাৰা ৰচনা কৰা “অপাৰেচন খুক্ৰি (OPERATION KHUKRI)” নামৰ কিতাপখন কোনে উপস্থাপন কৰিছিল?
ক) নৰেন্দ্ৰ মোডী
খ) মনোজ মুকুন্দ নাৰাৱনে
গ) ৰাজনাথ সিং
ঘ) বিপিন ৰাৱাট

উত্তৰ:- ঘ) বিপিন ৰাৱাট – CDS জেনেৰেল বিপিন ৰাৱাটক লেখক মেজৰ জেনেৰেল ৰাজপাল পুনিয়া আৰু শ্ৰীমতী দামিনী পুনিয়াৰ দ্বাৰা “অপাৰেচন খুক্ৰি (OPERATION KHUKRI)” নামৰ কিতাপখন উপস্থাপন কৰিছিল।

প্ৰশ্ন ৩। জেৰী পিণ্টোৰ দ্বাৰা মাৰাঠী মূল ৰাণাংগনৰ পৰা অনুবাদ কৰা বিশ্ৰাম বেদেকাৰে ৰচনা কৰা কিতাপখনৰ নাম কি?
ক) বেটেল ফিল্ড
খ) জাষ্ট আনাদ্যা দে
গ) ৰুস্তম সোহৰাব
ঘ) পাডোচি

উত্তৰ:- ক) বেটেল ফিল্ড – ‘বেটেল ফিল্ড’ শীৰ্ষক কিতাপখন বিশ্ৰাম বেদেকাৰে ৰচনা কৰিছে, যাক জেৰী পিণ্টোৰ মাৰাঠী মূল ৰাণাংগনৰ পৰা অনুবাদ কৰা হৈছে।

অসমীয়া কুইজ ২০২১-২০২২ / Assamese Quiz 2021-22

প্ৰশ্ন ৪। গৰুড় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত “বালাকোট এয়াৰ ষ্ট্ৰাইক: হাউ ইণ্ডিয়া এভেঞ্জেড পুলৱামা” নামৰ কিতাপখন কোনে ৰচনা কৰিছিল?
ক) কৰণ সিং
খ) মনন ভট্ট
গ) মুকুন্দম ৰয়
ঘ) ৰীতেশ কুমাৰ কানৱাল

উত্তৰ:- খ) মনন ভট্ট – গৰুড় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত “বালাকোট এয়াৰ ষ্ট্ৰাইক: হাউ ইণ্ডিয়া এভেঞ্জেড পুলৱামা (Balakot Air Strike: How India Avenged Pulwama)” কিতাপখন নৌসেনাৰ প্ৰবীণ মনন ভট্ট দেৱে ৰচনা কৰিছিল।

প্ৰশ্ন ৫। কোনে ‘একুৰেটিং ইণ্ডিয়া: 7 ইয়ৰ্ছ অৱ মোডী গভৰ্ণমেণ্ট’ নামৰ কিতাপখন মুকলি কৰিছিল?
ক) নিৰ্মলা সীতাৰমণ
খ) ৰামনাথ কোবিন্দ
গ) অমিত শ্বাহ
ঘ) এম. ভেংকায়া নাইডু

উত্তৰ:- ঘ) এম. ভেংকায়া নাইডু – উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুৱে উপ-ৰাষ্ট্ৰপতি নিৱাসত ‘এক্সেলাৰেটিং ইণ্ডিয়া: 7 ইয়ৰ্ছ অৱ মোডী গভৰ্ণমেণ্ট (Accelerating India: 7 Years of Modi Government) নামৰ এখন কিতাপ মুকলি কৰিছে।

অসমীয়া সাধাৰণ জ্ঞান ২০২১-২২ / Assamese GK 2021-22

প্ৰশ্ন ৬। “দ্য আৰ্থস্পিনাৰ” নামৰ পুৰস্কাৰ প্ৰাপ্ত ঔপন্যাসিকখন কোনে ৰচনা কৰিছে?
ক) অৰুন্ধতী ৰয়
খ) ঝুম্পা লাহিড়ী
গ) অনুৰাধা ৰয়
ঘ) কিৰণ দেশাই

উত্তৰ:- গ) অনুৰাধা ৰয় – “দ্য আৰ্থস্পিনাৰ (The Earthspinner) নামৰ পুৰস্কাৰ প্ৰাপ্ত ঔপন্যাসিকখন অনুৰাধা ৰয়ে ৰচনা কৰিছে।

প্ৰশ্ন ৭। ‘লেপ’ৰ্ড ডায়েৰীজ – দ্য ৰোজেট ইন ইণ্ডিয়া’ নাম কিতাপখন কোনে ৰচনা কৰিছিল?
ক) লতিকা নাথ
খ) সঞ্জয় গুবি
গ) দুষ্মন্ত কুমাৰ
ঘ) নীনা গুপ্তা

উত্তৰ:- খ) সঞ্জয় গুবি – ‘লেপ’ৰ্ড ডায়েৰীজ – দ্য ৰোজেট ইন ইণ্ডিয়া (Leopard Diaries – the Rosette in India) নাম কিতাপখন সঞ্জয় গুবিয়ে ৰচনা কৰিছিল।

প্ৰশ্ন ৮। “দ্য ইয়েৰ দ্যাট ৱানট নট – দ্য ডায়েৰী অফ এ 14 ইয়েৰ” কিতাপখন কোনগৰাকী প্ৰবীণ অভিনেত্ৰীয়ে মুকলি কৰিছে?
ক) জয়া আখটাৰ
খ) হেমা মালিনী
গ) নীনা গুপ্তা
ঘ) শাবানা আজমী

উত্তৰ:- ঘ) শাবানা আজমী – “দ্য ইয়েৰ দ্যাট ৱানট নট – দ্য ডায়েৰী অফ এ 14 ইয়েৰ (The Year That Wasn’t – The Diary of a 14- Year-Old) কিতাপখন শাবানা আজমী নামৰ প্ৰবীণ অভিনেত্ৰী গৰাকীয়ে মুকলি কৰিছে। যি খন কলকাতাৰ ছোৱালী ব্ৰিশা জৈনে লিখিছে।

প্ৰশ্ন ৯। ‘ইন এন আইডিয়েল ৱৰ্ল্ড’ ৰ প্ৰখ্যাত ঔপন্যাসিকজনৰ নাম কি?
ক) কুনাল বসু
খ) চলমান ৰুশ্দী
গ) অমিতাভ ঘোষ
ঘ) বিক্ৰম শেঠ

উত্তৰ:- ক) কুনাল বসু – “ইন এন আইডিয়েল ৱৰ্ল্ড (In An Ideal World)” ৰ প্ৰখ্যাত ঔপন্যাসিকজনৰ নাম হৈছে কুনাল বসু। প্ৰকাশন গৃহ পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াই ঘোষণা কৰে যে প্ৰখ্যাত ঔপন্যাসিক কুনাল বসুৰ এই নতুন গ্ৰন্থখন অহা বছৰত মুক্তি পাব।

প্ৰশ্ন ১০। বিপ্লৱী নেতা আৰু স্বাধীনতা কৰ্মী জয়প্ৰকাশ নাৰায়ণৰ এখন নতুন জীৱনী, “The Dream of Revolution: A Biography of Jayaprakash Narayan” কোনখন প্ৰকাশন গৃহই প্ৰকাশ কৰিব?
ক) মেকমিলান পাব্লিচাৰ্ছ
খ) পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া
গ) চাইমন এণ্ড শ্বুষ্টাৰ
ঘ) হাৰ্পাৰকলিন্স ইণ্ডিয়া

উত্তৰ:- খ) পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া
বিপ্লৱী নেতা আৰু স্বাধীনতা কৰ্মী জয়প্ৰকাশ নাৰায়ণৰ এখন নতুন জীৱনী, “The Dream of Revolution: A Biography of Jayaprakash Narayan” পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশন গৃহই প্ৰকাশ কৰিব।

লগতে পঢ়ক –

• Assamese GK 2021 – World GK 2021 in Assamese language

অসমীয়া সাধাৰণ জ্ঞান ২০২১

TODAY CURRENT AFFAIRS PDF DOWNLOAD

অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।