GK in Assamese language – Important GK in Assamese language

GK in Assamese language – Assam Police GK Questions – Assam Police Constable Question Paper 2021 – Assam Police Important Question – Assam Police Question Paper 2021 – Assam Police Constable Mock Test – Assam Police Important GK 2021 – Assam Police MCQ 2021 – Assam Police GK 2021 in Assamese language – Assam Police Quiz 2021 – অসমীয়া সাধাৰণ জ্ঞান – Assamese GK 2021
প্ৰশ্ন ১। সপ্ত সমুদ্ৰ কি কি?
উত্তৰ:- দধি, ক্ষীৰ, ইক্ষু, লৱণ, সুৰা, ঘৃত, স্বাদুক।
প্ৰশ্ন ২। সপ্ত ঋষি কোন কোন?
উত্তৰ:- বশিষ্ঠ, অত্ৰি, অংগিৰা, মৰিচী, পুলহ, পুলস্ত, ক্ৰতু।
প্ৰশ্ন ৩। ভাৰতৰ কোন কোন ৰাণীয়ে নিজে ৰাজ্য শাসন কৰিছিল?
উত্তৰ:- ৰাণী ৰ্দুগাৱতী, চাঁদ বিবি, নুৰজাহান, ৰেজিয়া চুলতানা, অহল্লা বাঈ।
প্ৰশ্ন ৪। পঞ্চ বৃক্ষ কি কি?
উত্তৰ:- অশ্বত্থ, বট, বিব্ল, আমলখি, অশোক।
প্ৰশ্ন ৫। পাৰ্থসাৰথি কোন আছিল?
উত্তৰ:- শ্ৰীকৃষ্ণ।
প্ৰশ্ন ৬। অৰ্জুনৰ ধনুখনৰ নাম কি আছিল?
উত্তৰ:- গাণ্ডীৱ।
প্ৰশ্ন ৭। ভাৰতৰ প্ৰধান বন্দৰবোৰৰ নাম কি কি?
উত্তৰ:- কলকাতা, মুম্বাই, বিশাখাপট্টনম, কোচিন, হালদিয়া, কাণ্ডাল, মাৰ্মাগাঁও, নিউতুতি, কোৰানি, নিউবাংগালোৰ, জৱাহৰলাল নেহৰু,পাৰদ্বীপ আদি।
প্ৰশ্ন ৮। ভাৰতৰ প্ৰধান হ্ৰদকেইটাৰ নাম কি কি?
উত্তৰ:- লগটক, উলাৰ, চিল্কা, পুস্কৰ, কলেৰুন, চম্বৰ হ্ৰদ আদিয়ে প্ৰধান।
প্ৰশ্ন ৯। ভাৰতৰ ক’ত ক’ত আফু খেতি কৰা হয়?
উত্তৰ:- মধ্যপ্ৰদেশৰ, ৰাজস্থান, বিহাৰ আৰু উত্তৰ প্ৰদেশত।
প্ৰশ্ন ১০। ভাৰতৰ কোন কোন ৰাজ্যত ‘ অভ্ৰ’ পোৱা যায়?
উত্তৰ:- বিহাৰ, অসম, ৰাজস্থান, কৰ্ণাটক, কেৰেলা, তামিলনাডু ৰাজ্যত।
প্ৰশ্ন ১১। ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু ক’ত হৈছিল?
উত্তৰ:- ইংলেণ্ডৰ ব্ৰিষ্টল নগৰত।
প্ৰশ্ন ১২। ভাৰতৰ প্ৰাচীনতম বিশ্ববিদ্যালয় খনৰ নাম কি?
উত্তৰ:- তক্ষশীলা।
প্ৰশ্ন ১৩। বুদ্ধদেৱৰ জন্ম ক’ত হৈছিল?
উত্তৰ:- কপিলাবস্তৰ লুম্বিনী নামৰ ঠাইত।
প্ৰশ্ন ১৪। “প্ৰিয়দৰ্শী” কোন আছিল?
উত্তৰ:- সম্ৰাট অশোক।
প্ৰশ্ন ১৫। ভাৰতত বৃটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- ৰৰ্বাট ক্লাইব।
• Olympics GK Quiz in Assamese language
প্ৰশ্ন ১৬। গংগা নদীৰ উৎপত্তি স্থান ক’ত?
উত্তৰ:- হিমালয়ৰ গংগোত্ৰীত।
প্ৰশ্ন ১৭। ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা কম?
উত্তৰ:- পঞ্জাৱ ( চণ্ডীগড়)।
প্ৰশ্ন ১৮। ভাৰতৰ কোন ৰাজ্যত মৃত্যুৰ হাৰ অধিক?
উত্তৰ:- মধ্য প্ৰদেশত।
প্ৰশ্ন ১৯। ‘কুৰুক্ষেত্ৰ’ ক’ত অৱস্থিত আছিল?
উত্তৰ:- বৰ্তমানৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত আছিল।
প্ৰশ্ন ২০। ভাৰতৰ চহৰৰ সংখ্যা কিমান?
উত্তৰ:- প্ৰায় ২৬০০ খন।
প্ৰশ্ন ২১। ভাৰতৰ ক’ত ডিজেল ইঞ্জিন তৈয়াৰ কৰা হয়?
উত্তৰ:- উত্তৰ প্ৰদেশৰ বাৰানসীত।
প্ৰশ্ন ২২। ভাৰতত কেইবিধ ৰে’ল আলি আছে?
উত্তৰ:- তিনিবিধ – ব্ৰডগজ, মিটাৰগজ আৰু নেৰোগজ।
প্ৰশ্ন ২৩। ভাৰতৰ আটাইতকৈ চুটি ৰে’ল ষ্টেচনটোৰ নাম কি?
উত্তৰ:- উৰিষ্যাৰ ইব (IB) ৰে’ল ষ্টেচন।
প্ৰশ্ন ২৪। ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা বেছি?
উত্তৰ:- কেৰেলা আৰু হিমাচল প্ৰদেশত।
প্ৰশ্ন ২৫। সোমনাথ মন্দিৰ কোনে লুণ্ঠন কৰিছিল?
উত্তৰ:- গজনীৰ চুলতান মামুদে।
প্ৰশ্ন ২৬। সম্ৰাট অশোকৰ ধৰ্ম গুৰু কোন আছিল?
উত্তৰ:- সন্ন্যাসী উপগুপ্ত।
প্ৰশ্ন ২৭। তামৰ টকা কোনে প্ৰচলন কৰিছিল?
উত্তৰ: মহম্মদ বিন টোগলকে।
প্ৰশ্ন ২৮। সম্ৰাট হুমায়ুনৰ মৃত্যু কেনেদৰে হৈছিল?
উত্তৰ:- চিৰি পৰা বাগৰি পৰি।
প্ৰশ্ন ২৯। মুছলমানসকলে প্ৰথমে কেতিয়া ভাৰতলৈ আহিছিল?
উত্তৰ:- ৭১৯ খ্ৰীষ্টাব্দত।
প্ৰশ্ন ৩০। অজন্তা গুহা কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ফাগুৰ্চন চাহাবে।
• Assam Police Question Answer 2021
• JOIN OUR TELEGRAM GROUP:- Click Here