GK in Assamese languageImportant GK in Assamese language

GK in Assamese language

GK in Assamese language Assam Police GK QuestionsAssam Police Constable Question Paper 2021Assam Police Important QuestionAssam Police Question Paper 2021Assam Police Constable Mock TestAssam Police Important GK 2021Assam Police MCQ 2021Assam Police GK 2021 in Assamese languageAssam Police Quiz 2021 অসমীয়া সাধাৰণ জ্ঞান Assamese GK 2021

প্ৰশ্ন ১। সপ্ত সমুদ্ৰ কি কি?

উত্তৰ:- দধি, ক্ষীৰ, ইক্ষু, লৱণ, সুৰা, ঘৃত, স্বাদুক।

প্ৰশ্ন ২। সপ্ত ঋষি কোন কোন?

উত্তৰ:- বশিষ্ঠ, অত্ৰি, অংগিৰা, মৰিচী, পুলহ, পুলস্ত, ক্ৰতু।

প্ৰশ্ন ৩। ভাৰতৰ কোন কোন ৰাণীয়ে নিজে ৰাজ্য শাসন কৰিছিল?

উত্তৰ:- ৰাণী ৰ্দুগাৱতী, চাঁদ বিবি, নুৰজাহান, ৰেজিয়া চুলতানা, অহল্লা বাঈ।

প্ৰশ্ন ৪। পঞ্চ বৃক্ষ কি কি?

উত্তৰ:- অশ্বত্থ, বট, বিব্ল, আমলখি, অশোক।

প্ৰশ্ন ৫। পাৰ্থসাৰথি কোন আছিল?

উত্তৰ:- শ্ৰীকৃষ্ণ।

প্ৰশ্ন ৬। অৰ্জুনৰ ধনুখনৰ নাম কি আছিল?

উত্তৰ:- গাণ্ডীৱ।

প্ৰশ্ন ‌৭। ভাৰতৰ প্ৰধান বন্দৰবোৰৰ নাম কি কি?

উত্তৰ:- কলকাতা, মুম্বাই, বিশাখাপট্টনম, কোচিন, হালদিয়া, কাণ্ডাল, মাৰ্মাগাঁও, নিউতুতি, কোৰানি, নিউবাংগালোৰ, জৱাহৰলাল নেহৰু,পাৰদ্বীপ আদি।

প্ৰশ্ন ৮। ভাৰতৰ প্ৰধান হ্ৰদকেইটাৰ নাম কি কি?

উত্তৰ:- লগটক, উলাৰ, চিল্কা, পুস্কৰ, কলেৰুন, চম্বৰ হ্ৰদ আদিয়ে প্ৰধান।

প্ৰশ্ন ৯। ভাৰতৰ ক’ত ক’ত আফু খেতি কৰা হয়?

উত্তৰ:- মধ্যপ্ৰদেশৰ, ৰাজস্থান, বিহাৰ আৰু উত্তৰ প্ৰদেশত।

প্ৰশ্ন ১০। ভাৰতৰ কোন কোন ৰাজ্যত ‘ অভ্ৰ‌’ পোৱা যায়?

উত্তৰ:- বিহাৰ, অসম, ৰাজস্থান, কৰ্ণাটক, কেৰেলা, তামিলনাডু ৰাজ্যত।

প্ৰশ্ন ১১। ৰাজা‌ ৰামমোহন ৰায়ৰ মৃত্যু ক’ত হৈছিল?

উত্তৰ:- ইংলেণ্ডৰ ব্ৰিষ্টল নগৰত।

প্ৰশ্ন ১২। ভাৰতৰ প্ৰাচীনতম‌ বিশ্ববিদ্যালয় খনৰ নাম কি?

উত্তৰ:- তক্ষশীলা।

প্ৰশ্ন ১৩। বুদ্ধদেৱৰ জন্ম ক’ত হৈছিল?

উত্তৰ:- কপিলাবস্তৰ লুম্বিনী নামৰ ঠাইত।

প্ৰশ্ন ১৪। “প্ৰিয়দৰ্শী” কোন আছিল?

উত্তৰ:- সম্ৰাট অশোক।

প্ৰশ্ন ১৫। ভাৰতত বৃটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ:- ৰৰ্বাট ক্লাইব।

• Olympics GK Quiz in Assamese language

প্ৰশ্ন ১৬। গংগা নদীৰ উৎপত্তি স্থান ক’ত?

উত্তৰ:- হিমালয়ৰ গংগোত্ৰীত।

প্ৰশ্ন ১৭। ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা কম?

উত্তৰ:- পঞ্জাৱ ( চণ্ডীগড়)।

প্ৰশ্ন ১৮। ভাৰতৰ কোন ৰাজ্যত মৃত্যুৰ হাৰ অধিক?

উত্তৰ:- মধ্য প্ৰদেশত।

প্ৰশ্ন ১৯। ‘কুৰুক্ষেত্ৰ’ ক’ত অৱস্থিত আছিল?

উত্তৰ:- বৰ্তমানৰ হাৰিয়ানা ৰাজ্যত অৱস্থিত আছিল।

প্ৰশ্ন ২০। ভাৰতৰ চহৰৰ সংখ্যা কিমান?

উত্তৰ:- প্ৰায় ২৬০০ খন।

প্ৰশ্ন ২১। ভাৰতৰ ক’ত ডিজেল ইঞ্জিন তৈয়াৰ কৰা হয়?
উত্তৰ:- উত্তৰ প্ৰদেশৰ বাৰানসীত।

প্ৰশ্ন ২২। ভাৰতত কেইবিধ‌ ৰে’ল আলি আছে?

উত্তৰ:- তিনিবিধ‌ – ব্ৰডগজ, মিটাৰগজ আৰু নেৰোগজ।

প্ৰশ্ন ২৩। ভাৰতৰ আটাইতকৈ চুটি ৰে’ল ষ্টেচনটোৰ‌ নাম ‌কি?

উত্তৰ:- উৰিষ্যাৰ ইব (IB) ৰে’ল ষ্টেচন।

প্ৰশ্ন ২৪। ভাৰতৰ কোন ৰাজ্যত মহিলাৰ সংখ্যা বেছি?

উত্তৰ:- কেৰেলা আৰু হিমাচল প্ৰদেশত।

প্ৰশ্ন ২৫। সোমনাথ মন্দিৰ কোনে লুণ্ঠন কৰিছিল?

উত্তৰ:- গজনীৰ চুলতান মামুদে।

প্ৰশ্ন ২৬। সম্ৰাট অশোকৰ ধৰ্ম গুৰু কোন আছিল?

উত্তৰ:- সন্ন্যাসী উপগুপ্ত।

প্ৰশ্ন ২৭। তামৰ টকা কোনে প্ৰচলন কৰিছিল?

উত্তৰ: মহম্মদ বিন টোগলকে।

প্ৰশ্ন ২৮। সম্ৰাট হুমায়ুনৰ মৃত্যু কেনেদৰে হৈছিল?

উত্তৰ:- চিৰি পৰা বাগৰি পৰি।

প্ৰশ্ন ২৯। মুছলমানসকলে প্ৰথমে কেতিয়া ভাৰতলৈ আহিছিল?

উত্তৰ:- ৭১৯ খ্ৰীষ্টাব্দত।

প্ৰশ্ন ৩০। অজন্তা গুহা কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰ:- ফাগুৰ্চন চাহাবে।

• Assam Police Question Answer 2021 

JOIN OUR TELEGRAM GROUP:- Click Here