GK Questions and Answers in Assamese languageGeneral Knowledge 2021 in Assamese language 

GK Questions and Answers in Assamese language

GK Questions and Answers in Assamese language

অসমীয়া সাধাৰণ জ্ঞান ২০২১অসম পুলিচৰ প্ৰশ্ন ২০২১অসম পুলিচৰ লিখিত পৰীক্ষাৰ প্ৰয়োজনীয় প্ৰশ্ন আৰু উত্তৰ 

প্ৰশ্ন ১। নেছনেল কেমিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- পুণেত।

প্ৰশ্ন ২। নেছনেল পিজিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন ৩। কেন্দ্ৰীয় প্ৰজ্জালক গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- বিহাৰত।

প্ৰশ্ন ৪। নেছনেল বোটানিকেল গাৰ্ডেনছ ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

প্ৰশ্ন ৫। কেন্দ্ৰ পথ গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- দিল্লীত।

প্ৰশ্ন ৬। কেন্দ্ৰীয় ঔষধ গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

প্ৰশ্ন ৭। কেন্দ্ৰীয় খাদ্য আৰু যান্ত্ৰিক কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ:- মহীশূৰত।

প্ৰশ্ন ৮। নেছনেল মেটালোজিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- জামছেদপুৰত।

প্ৰশ্ন ৯। নেছনেল জিওগ্ৰাফিকেল ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- হায়দৰাবাদত।

প্ৰশ্ন ১০। নেছনেল এৰোনটিকেল লেবৰেটৰী ক’ত অৱস্থিত?

উত্তৰ:- বাংগালোৰত।

প্ৰশ্ন ১১। চেন্ট্ৰল ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- পিলাজীত (ৰাজস্থান)।

প্ৰশ্ন ১২। চেন্ট্ৰল ছল এণ্ড মেৰিণ কেমিকেল ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- ভবনগৰত।

প্ৰশ্ন ১৩। ৰিচাৰ্ছ ষ্টেচন ক’ত অৱস্থিত?

উত্তৰ:- ধানবাদত।

প্ৰশ্ন ১৪। মেকানিকেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- দুৰ্গাপুৰত।

প্ৰশ্ন ১৫। ইণ্ডিয়ান স্পেছ ৰিচাৰ্ছ ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- থুম্বাত (কেৰেলা)।

• ভাৰতৰ সাধাৰণ জ্ঞানৰ MCQ

প্ৰশ্ন ১৬। চেন্ট্ৰল ইণ্ডিয়ান মেডিকেল পেন্টাৰ্চ অৰ্গানাইজেছন ক’ত অৱস্থিত?

উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন ১৭। ভাৰতীয় পেন্ট্ৰ’লিয়াম ইনষ্টিটিউট ক’ত অৱস্থিত?

উত্তৰ:- ডেৰাদুনত।

প্ৰশ্ন ১৮। টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেন্টল ৰিচাৰ্ছ ক’ত অৱস্থিত?

উত্তৰ:- মুম্বাইত।

প্ৰশ্ন ১৯। চাহা ইনষ্টিটিউট অৱ নিউক্লিয়াৰ ফিজিক্স ক’ত অৱস্থিত?

উত্তৰ:- কলিকতাত।

প্ৰশ্ন ২০। ফিজিকেল ৰিচাৰ্ছ লেবৰিটৰী ক’ত অৱস্থিত?

উত্তৰ:- আহমেদাবাদত।

প্ৰশ্ন ২১। বীৰবল সাহানি ইনষ্টিটিউট অৱ পেলাকোবোটানি ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

প্ৰশ্ন ২২। ইণ্ডিয়ান ইনষ্টিটিউট অৱ চায়েন্স ক’ত অৱস্থিত?

উত্তৰ:- বাংগালোৰত।

প্ৰশ্ন ২৩। নেছনেল ডিফেন্স একাডেমী ক’ত অৱস্থিত?

উত্তৰ:- পুণেত।

প্ৰশ্ন ২৪। ইণ্ডিয়ান মিলিটেৰী একাডেমী ক’ত অৱস্থিত?

উত্তৰ:- ডেৰাদুনত।

প্ৰশ্ন ২৫। ডিফেন্স ছাৰ্ভিছ ষ্টাফ কলেজ ক’ত অৱস্থিত?

উত্তৰ:- ওৱেলিংটনত।

প্ৰশ্ন ২৬। জাতীয় প্ৰতিৰক্ষা মহাবিদ্যালয়‌ ক’ত অৱস্থিত?

উত্তৰ:- নতুন দিল্লীত।

প্ৰশ্ন ২৭। ভাৰতীয় ৰাষ্ট্ৰীয় সেনা মহাবিদ্যালয়‌ ক’ত অৱস্থিত?

উত্তৰ:- ডেৰাদুনত।

প্ৰশ্ন ২৮। এয়াৰফৰ্চ এডমিনিষ্ট্ৰেটিভ কলেজ ক’ত অৱস্থিত?

উত্তৰ:- কোয়েম্বাটোৰত।

প্ৰশ্ন ২৯। এয়াৰ ফৰ্চৰ ফ্লাইং কলেজ ক’ত অৱস্থিত?

উত্তৰ:- যোধপুৰত।

প্ৰশ্ন ৩০। ইনফে্নাট্ৰি স্কুল ক’ত অৱস্থিত?

উত্তৰ:- লক্ষ্ণৌত।

• Assam History GK in Assamese language

JOIN OUR TELEGRAM CHANNEL:- Click Here

JOIN OUR FACEBOOK GROUP:- Click Here