India Sports Mock Test (MCQ) in Assamese language / ভাৰতৰ খেলৰ কুইজ
অসমীয়া খেলৰ কুইজ / India Sports Mock Test (MCQ) in Assamese language / Mock Test Sports in Assamese language / খেল বিভাগৰ কুইজ ২০২১ / খেল বিভাগৰ কুইজ ২০২২ / খেলা-ধূলা কুইজ / অলিম্পিক খেলৰ কুইজ / ক্ৰীড়া কুইজ / অসমীয়া খেলৰ কুইজ / ভাৰতৰ খেলৰ কুইজ / ফুটবল খেলৰ কুইজ / ক্ৰিকেট খেলৰ কুইজ / Indian Sports Mock Test (MCQ) in Assamese language
আমাৰ
Facebook ৰ বাবে – ইয়াত ক্লিক কৰক!
Telegram ৰ বাবে – ইয়াত ক্লিক কৰক!
অসমীয়া খেলৰ কুইজ / খেলৰ MCQ / India Sports Quiz
প্ৰশ্ন ১। নেলছন শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?
ক) বক্সিং
খ) কুস্তি
গ) ভলীবল
ঘ) লন টেনিছ
প্ৰশ্ন ২। হেমলেট কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?
ক) টেবুল টেনিছ
খ) লন টেনিছ
গ) গল্ফ
ঘ) পোলো
প্ৰশ্ন ৩। প্ৰথম এছিয়ান গেমছ ক’ত অনুষ্ঠিত হৈছিল?
ক) নতুন দিল্লী
খ) ইনচিয়ন
গ) জাকাৰ্টা
ঘ) হাংঝৌ
প্ৰশ্ন ৪। কাক প্ৰথম খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছিল?
ক) পংকজ আদৱানী
খ) গীত চেঠী
গ) কৰ্ণম মল্লেশ্বৰী
ঘ) বিশ্বনাথন আনন্দ
প্ৰশ্ন ৫। বৰ্তমানলৈকে কোন খন দেশে সৰ্বাধিক সংখ্যক কমনৱেলথ গেমছ আয়োজন কৰিছে?
ক) কানাডা
খ) অষ্ট্ৰেলিয়া
গ) নিউজিলেণ্ড
ঘ) স্কটলেণ্ড
প্ৰশ্ন ৬। কোন খন দেশে প্ৰথম গ্ৰীষ্মকালীন পেৰালিম্পিক গেমছ আয়োজন কৰিছিল?
ক) তেল আভিভ
খ) টকিঅ
গ) বাৰ্চিলোনা
ঘ) ৰোম
প্ৰশ্ন ৭। ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতে কিমানটা পদক জিকিছিল?
ক) ১৮
খ) ১৯
গ) ২০
ঘ) ২১
প্ৰশ্ন ৮। ভাৰতৰ হৈ অলিম্পিক পদক জয় কৰা প্ৰথম গৰাকী মহিলা কোন?
ক) ছাইনা নেহৱাল
খ) মীৰাবাই চানু
গ) কৰ্ণম মল্লেশ্বৰী
ঘ) মেৰী কম
প্ৰশ্ন ৯। লভলিনা বৰগোহাঁই কোনটো খেলৰ সৈতে সম্পৰ্কিত?
ক) কুস্তি
খ) ভাৰোত্তোলন
গ) বক্সিং
ঘ) বেডমিণ্টন
প্ৰশ্ন ১০। এছিয়ান গেমছত স্বৰ্ণ জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন?
ক) কমলজিৎ সান্ধু
খ) বিনেশ ফোগাট
গ) কৰ্ণম মল্লেশ্বৰী
ঘ) পিটি ঊষা
অসমীয়া খেলৰ কুইজ / খেলৰ MCQ
আজিৰ দিনটোৰ ৰাশিফল / অসমীয়া ৰাশিফল / আজিৰ ৰাশিফল / যোৱা কালিৰ ৰাশিফল
প্ৰশ্ন ১১। প্ৰথম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া ক’ত অনুষ্ঠিত হৈছিল?
ক) পুনে
খ) পঞ্চকুলা
গ) গুৱাহাটী
ঘ) দিল্লী
প্ৰশ্ন ১২। কোন চনত প্ৰথম কমমৱেলথ গেমছ অনুষ্ঠিত হৈছিল?
ক) ১৯২৯ চনত
খ) ১৯৩০ চনত
গ) ১৯৩১ চনত
ঘ) ১৯৩২ চনত
প্ৰশ্ন ১৩। কোনখন দেশে প্ৰথম ফিফা আয়োজন কৰিছিল আৰু জিকিছিল?
ক) আৰ্জেণ্টিনা
খ) আমেৰিকা যুক্তৰাষ্ট্ৰ
গ) উৰুগুৱে
ঘ) যুগোশ্লাভিয়া
প্ৰশ্ন ১৪। কোনটো প্ৰতিযোগিতাত “ক্লে কোৰ্ট” ব্যৱহাৰ কৰা হয়?
ক) অষ্ট্ৰেলিয়ান অপেন
খ) ফ্ৰেঞ্চ অপেন
গ) উইম্বলডন
ঘ) ইউএছ অপেন
প্ৰশ্ন ১৫। পুৰুষৰ একক অষ্ট্ৰেলিয়ান অপেন ২০২১ কোনে জিকিছিল?
ক) ইভান ডডিগ
খ) নোভাক জকোভিচ
গ) দানিল মেদভেদেভ
ঘ) ৰাফেল নাদাল
প্ৰশ্ন ১৬। গ্ৰীষ্মকালীন পেৰালিম্পিক 2020 ৰ উদ্বোধনী অনুষ্ঠানত পতাকা বাহক কোন আছিল?
ক) টেক চান্দ
খ) অৱনী লেখাৰা
গ) ভবিনা পেটেল
ঘ) হৰবিন্দৰ সিং
প্ৰশ্ন ১৭। ৰবি দাহিয়া কোনটো খেলৰ সৈতে সম্পৰ্কিত?
ক) বক্সিং
খ) কুস্তি
গ) আৰ্চাৰী
ঘ) শ্বুটিং
প্ৰশ্ন ১৮। ২০২০ চনৰ অলিম্পিকত মীৰাবাই চানুৱে কোনটো শ্ৰেণীত ৰূপৰ পদক জিকিছিল?
ক) ৪৮ কিগ্ৰা
খ) ৪৯ কিগ্ৰা
গ) ৫০ কিগ্ৰা
ঘ) ৫২ কিগ্ৰা
প্ৰশ্ন ১৯। “কেচেল (Castle)” শব্দটো কোনটো খেলৰ সৈতে সম্পৰ্কিত?
ক) বিলিয়ৰ্ডচ
খ) দবা
গ) গল্ফ
ঘ) বেচবল
প্ৰশ্ন ২০। ডুৰাণ্ড কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?
ক) হকী
খ) ক্ৰিকেট
গ) ফুটবল
ঘ) বক্সিং
ওপৰৰ অসমীয়া খেলৰ কুইজ কেইটাৰ উত্তৰসমূহৰ সৈতে আপোনাৰ জ্ঞানৰ পৰীক্ষা কৰিবলৈ তলৰ START QUIZ ত ক্লিক কৰক।👉👇👇👇
পৰৱৰ্তী অসমীয়া মকটেষ্ট 👉👇👇👇