Indian GK in Assamese language – India GK in Assamese language
Indian GK in Assamese language – GK in India in Assamese language – India GK MCQ in Assamese language – GK MCQ in Assamese language – ভাৰতৰ সাধাৰণ জ্ঞান ২০২১ – ভাৰতৰ সাধাৰণ জ্ঞান 2021 – ভাৰতৰ সাধাৰণ জ্ঞান – অসমীয়া সাধাৰণ জ্ঞান – অসমীয়া কুইজ ২০২১
তলৰ সাধাৰণ জ্ঞানৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই সাধাৰণ জ্ঞান কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। আমাৰ এই অসমীয়া কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়।(Indian GK in Assamese language) আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

প্ৰশ্ন ১। ভাৰতৰ প্ৰথম জলবিদ্যুৎ প্ৰকল্প কোনটো আছিল?
উত্তৰ:- কৰ্ণাটকৰ শিৱসমুদ্ৰাম।
প্ৰশ্ন ২। গিৰনাৰ পাহাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ:- গুজৰাট।
প্ৰশ্ন ৩। তাজমহল কোনে ডিজাইন কৰিছিল?
উত্তৰ:– উস্তাদ ইছা।
প্ৰশ্ন ৪। উপনিষদবোৰ কোনে পাৰ্চীলৈ অনুবাদ কৰিছিল?
উত্তৰ:- দাৰাছাইকোহ।
প্ৰশ্ন ৫। কোণাৰ্কৰ বিখ্যাত সূৰ্য মন্দিৰ কাৰ দ্বাৰা নিৰ্মিত হৈছিল?
উত্তৰ:- প্ৰথম নৰসিংহ।
প্ৰশ্ন ৬। সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে?
উত্তৰ:- ২২ টা ভাষাক।
প্ৰশ্ন ৭। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ উচ্চতম ন্যায়ালয় আৰু সংবিধান স্থাপনৰ বিষয়ে সম্পৰ্কিত?
উত্তৰ:- অনুচ্ছেদ ১২৪।
প্ৰশ্ন ৮। সংবিধানৰ ব্যাখ্যা কৰাৰ অন্তিম অধিকাৰ কাৰ আছে?
উত্তৰ:- উচ্চতম ন্যায়ালয়।
প্ৰশ্ন ৯। নুৰজাহানৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ:- মেহৰ-উন-নিছা।
প্ৰশ্ন ১০। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইচৰয় কোন আছিল?
উত্তৰ:- লৰ্ড লিন লিথগ।
প্ৰশ্ন ১১। ১৮৫৭ চনৰ️ বিপ্লৱৰ সময়ত ব্ৰিটানৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- লৰ্ড পালমাৰ্ষ্টন।
প্ৰশ্ন ১২। কোনে “ভাৰতীয় জাতীয় কংগ্ৰেছ”ক আলপামতৰ প্ৰতিনিধি বুলি অভিহিত কৰিছিল?
উত্তৰ:- লৰ্ড ডাফৰিন।
প্ৰশ্ন ১৩। স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?
উত্তৰ:- আচাৰ্য জে. বি. কৃপালানি।
প্ৰশ্ন ১৪।️ প্ৰথম ব্ৰিটিছ সম্ৰাট কোন আছিল যিয়ে ভাৰত ভ্ৰমণ কৰিছিল?
উত্তৰ:- জৰ্জ পঞ্চম।
প্ৰশ্ন ১৫। ‘কেশৰী’ বাতৰি কাকতৰ সম্পাদক কোন আছিল?
উত্তৰ:- বাল গংগাধৰ তিলক।
প্ৰশ্ন ১৬। কোন ভাইচৰয়ৰ কাৰ্যকালত ‘চিমলা কনফাৰেন্স’ অনুষ্ঠিত হৈছিল?
উত্তৰ:- লৰ্ড ৱেইবেল।
প্ৰশ্ন ১৭।️ ‘ইষ্ট ইণ্ডিয়া এছ’চিয়েচন’ ক’ত স্থাপন কৰা হৈছিল?
উত্তৰ:- লণ্ডনত।
প্ৰশ্ন ১৮। মহাত্মা গান্ধীয়ে ক’ত️ ‘সাবৰমতী আশ্ৰম’ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- আহমেদাবাদ।
প্ৰশ্ন ১৯। কোন বুৰঞ্জীয়ে ১৮৫৭ চনৰ বিদ্ৰোহক ‘ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম’ বুলি অভিহিত কৰিছে?
উত্তৰ:- ভি.ডি. সাভাৰকাৰ।
প্ৰশ্ন ২০। গদাৰ পাৰ্টি ক’ত গঠন কৰা হৈছিল?
উত্তৰ:- চান ফ্ৰান্সিস্কো।
প্ৰশ্ন ২১। কোন ‘লোহিতাবাদী’ উপনামেৰে বিখ্যাত হৈছিল?
উত্তৰ:- গোপাল হৰি দেশমুখ।
প্ৰশ্ন ২২। ১৮৫৭ চনৰ বিদ্ৰোহৰ সময়ত জগদীশপুৰত বিদ্ৰোহী সকলক কোনে নেতৃত্ব দিছিল?
উত্তৰ:- কোঁৱৰ সিঙে।
প্ৰশ্ন ২৩। চুলতানাত কালত ‘দাৰ-উল-শ্বাফা’ কি আছিল?
উত্তৰ:- চিকিৎসালয়।
প্ৰশ্ন ২৪। কৃষিৰ সৈতে সম্পৰ্কিত ‘দিৱান-ই-আমিৰ কোহি’ নামৰ বিভাগটো কোনে স্থাপন কৰিছিল?
উত্তৰ:- মুহাম্মাদ বিন তুঘলকে।
প্ৰশ্ন ২৫। আকবৰে প্ৰথমে দক্ষিণ ভাৰতৰ কোনখন ঠাই আক্ৰমণ কৰিছিল?
উত্তৰ:- আহমেদ নগৰ।
I am happy
ধন্যবাদ 🙏