Indian Political Quiz in Assamese language – ভাৰতৰ ৰাজনীতি কুইজ

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

 
 
 
 

অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?

 
 
 
 

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক কোনে নিযুক্তি দিয়ে?

 
 
 
 

ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?

 
 
 
 

স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী কোন আছিল?

 
 
 
 

বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে?

 
 
 
 

অসমৰ মুঠ লোক সভাৰ আসনৰ সংখ্যা কিমান?

 
 
 
 

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল?

 
 
 
 

ৰাজ্যপালৰ কাৰ্য্যালয় কিমান বছৰ?

 
 
 
 

এজন ৰাজ্যপাল হ’বলৈ নিম্নতম বয়স কিমান হ’ব লাগে?

 
 
 
 

অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিল?

 
 
 
 

ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্হিত?

 
 
 
 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি নাম কি?

 
 
 
 

অসমৰ বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

 
 
 
 

১৯৩০ চনত লণ্ডনত অনুষ্ঠিত হোৱা ‘ঘূৰণীয়া মেজমেল’ত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন আছিল?

 
 
 
 

গুৱাহাটী পৌৰ নিগম কেতিয়া স্হাপন কৰা হৈছিল?

 
 
 
 

গুৱাহাটী হাইকোৰ্ট কিমান চনত স্হাপন কৰা হৈছিল?

 
 
 
 

ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল?

 
 
 
 

অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

 
 
 
 

ভাৰতৰ সংবিধানখনৰ মুঠ অনুসূচীৰ সংখ্যা কিমান?

 
 
 
 

 

• অসমীয়া সাধাৰণ জ্ঞান ২০২১ – Assamese GK 2021 with PDF

প্ৰতিদিনে Free Mock Test দিবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওঁক 👇

                              JOIN NOW

অস্বীকাৰ: আমি আপোনালোকৰলৈ প্ৰশ্ন আৰু উত্তৰসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি প্ৰদান কৰোঁ। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনালোকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল।