Name of the Hills of Assam in Assamese / অসমৰ পাহাৰৰ নাম 

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমা

ৰ এই তথ্যৰাজিত “অসমৰ পাহাৰৰ নাম / Name of the Hills of Assam in Assamese “ ৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে। আশা কৰোঁ আমাৰ আজিৰ এই অসমৰ পাহাৰসমূহ নাম ৰ তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক
অসমীয়া ভাষাৰ চাকৰি ৱেবছাইট ইয়াত ক্লিক কৰক

অসমৰ পাহাৰসমূহৰ নাম – Name of the Hills of Assam

Name of the Hills of Assam in Assamese /অসমৰ পাহাৰৰ নাম

অসমৰ মুখ্য পাহাৰসমূহৰ নাম তলৰ তালিকা ত উল্লেখ কৰা ধৰণৰ – 

ক্ৰমিক নং অসমৰ পাহাৰৰ নাম
আগিয়াঠুৰি
উদৰী
ঔগুৰি
কন্দলি
কলিয়ানী
কাৱৈমাৰী
কুঁজি
গৰুৱাচল
গিৰিকোপ
১০ চৰাইদেউ
১১ চান্দৰদিঙা
১২ চামধৰা
১৩ চিত্ৰাচল
১৪ চিলাটিং
১৫ ঝাপিৰবন্ধ
১৬ টিকক
১৭ টুক্ৰশ্বৰী
১৮ টোকোৰাবন্ধা
১৯ ঢোলপাৰা
২০ দামচৰা
২১ দীৰ্ঘেশ্বৰী
২২ ধেনুখনা
২৩ নগৰবেৰা
২৪ নাককাটি
২৫ নামচাং
২৬ নিমাখা
২৭ পঞ্চৰত্ন
২৮ পাগলাটেক
২৯ বকুৱাবাৰী
৩০ বৰগোলাই
৩১ বৰাইল
৩২ বাঘবৰ
৩৩ বামুণী
৩৪ বুঢ়া পাহাৰ
৩৫ ভূমেশ্বৰ
৩৬ ভূৱন
৩৭ ভৈৰৱচূড়া
৩৮ ভৈৰৱী
৩৯ ভোমোৰাগুৰি
৪০ মণিকৰ্ণেশ্বৰ
৪১ মহাদেৱ
৪২ মায়ং
৪৩ যোগীঘোপা
৪৪ ৰংখং
৪৫ ৰামচা
৪৬ ৰাক্ষসিনী
৪৭ ৰেংমা
৪৮ শগুণবাৰী
৪৯ শালমা
৫০ শিঙৰী
৫১ শ্ৰীসূৰ্য
৫২ ভৈৰবী
৫৩ সন্ধ্যাচল
৫৪ সিংহাসন
৫৫ সোণচূড়া
৫৬ ভৈৰৱচূড়া
৫৭ হাতীমূৰা
৫৮ হিলৈখুন্দা
৫৯ হুলুকান্দা

লগতে পঢ়ক