Online Mock Test For Assam Police 2021

Online Mock Test For Assam Police 2021

Online Current Affairs Mock Test in Assamese language – 30 September 2021

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ Assamesegk.com ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (30 September, 2021) কুইজসমূহ আপোনালোকৰ বাবে উল্লেখ কৰিলোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

কোন তাৰিখে বিশ্ব হৃদয় দিৱস পালন কৰা হয়?

 
 
 
 

‘স্বচ্ছ সৰ্বেক্ষণ ২০২২’ ৰ কোনটো সংস্কৰণ শেহতীয়াকৈ মুকলি কৰা হৈছে?

 
 
 
 

ৰাইডাৰ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত?

 
 
 
 

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ টি-২০ বিশ্বকাপৰ সংগীতটো কাৰ দ্বাৰা ৰচনা কৰা হৈছে?

 
 
 
 

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসত ১০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথম বেটছমেন কোন?

 
 
 
 

কোন তাৰিখে বিশ্ব হৃদয় দিৱস পালন কৰা হয়?

 
 
 
 

২০২২ চনৰ পৰা ২০২৭ চনৰ ভিতৰত আন্তৰ্জাতিক পাৰমাণৱিক শক্তি সংস্থাৰ বাহ্যিক অডিটৰ হিচাপে কাক বাছনি কৰা হৈছে?

 
 
 
 

আন্তৰ্জাতিক সজাগতা দিৱস কোন তাৰিখে পালন কৰা হয়?

 
 
 
 

কোন খন ৰাজ্যই জুডিমাৰ বাবে GI টেগ লাভ কৰিছে?

 
 
 
 

 

• Assam Police Constable Mock Test in Assamese language

অস্বীকাৰ: আমি আপোনালোকৰ লৈ সকলো প্ৰশ্ন আৰু প্ৰদান কৰা উত্তৰবোৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। কেতিয়াবা যিকোনো প্ৰশ্নোত্তৰৰ ত্ৰুটি দেখা যাব পাৰে, সেই পৰিস্থিতিত আপোনাকক আমাক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। লগতে, আমি ইয়াত প্ৰদান কৰা যিকোনো তথ্যৰ ওপৰত কোনো আইনী দায়িত্ব নলওঁ। ইয়াত, সকলো তথ্যসমূহ কোনো আইনী ব্যৱহাৰ অবিহনে শিক্ষাৰ উদ্দেশ্যে প্ৰদান কৰা হৈছে।

• JOIN OUR TELEGRAM 👉 Click Here

• JOIN OUR FACEBOOK 👉 Click Here